গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাসীৰ বাবে সুখবৰ

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাসীৰ বাবে সুখবৰ! আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে পুনৰ আৰম্ভ ফেৰী সেৱা। ...

ৰাজ্যত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি ছোৱাইন ফ্লুৰ

ৰাজ্যত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি ছোৱাইন ফ্লুৰ। ছোৱাইন ফ্লু সন্দৰ্ভত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক বিশেষভাৱে দায়িত্ব দিয়া হৈছে। কলিয়াবৰত...

পংখী সন্দিকৈৰ হত্যাকাৰী নীতিকেশ দাসৰ শাস্তিৰ দাবী

পংখী সন্দিকৈৰ হত্যাকাৰী নীতিকেশ দাসৰ শাস্তিৰ দাবী। ডিমৌত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ঘাইপথ অৱৰোধ কাৰ্যসূচী। পংখী সন্দিকৈক স্বামী নীতিকেশ দাসে হত্যা কৰাৰ অভিযোগ।...

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি। কেইবাখনো স্কুল বাছ জব্দ পৰিবহণ বিভাগৰ। শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩খনকৈ বাছ জব্দ। পৰ্যাপ্ত সা-সুবিধা নথকাৰ বাবে জব্দ বাছকেইখন।

তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি বাবে বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা সমূহ। ৰেম্পসমূহ পানীৰ তলত বুৰ যোৱা বাবে বন্ধ...

ভয়ংকৰ দুর্ঘটনা

ভয়ংকৰ দুর্ঘটনা। জাঁজী নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। দ পিতনিত সোমাই পৰিল বাছখন। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা বাছখনৰ ৪০গৰাকী...

ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ

ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ। আটক আত্মসমৰ্পণকাৰী আলফা সদস্য ধন বড়াক। অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি জালত প্ৰাক্তন আলফা সদস্যগৰাকী। জব্দ এটা আমেৰিকান পিষ্টল, ১২...

আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন

আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বৰপেটা সমষ্টিত অৱতীৰ্ণ হৈছে সৰ্বাধিক 14 গৰাকী প্ৰাৰ্থী । গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে 8 গৰাকী প্ৰাৰ্থী । ধুবুৰী...

২ জুনৰ পৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৪

২ জুনৰ পৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৪। ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে মেগা মেচ। টি-২০...

প্ৰচণ্ড গৰমৰ অন্তত স্বস্তিৰ বৰষুণ

প্ৰচণ্ড গৰমৰ অন্তত স্বস্তিৰ বৰষুণ। কিন্তু সোমবাৰে তাৰ মাজতে দুঃসংবাদ। পশ্চিম বংগৰ দক্ষিণ বংগত সোমবাৰে ধুমুহা-বজ্ৰপাতত প্ৰাণ হেৰুৱালে ৯জন লোকে। ইয়াৰ ভিতৰত ৫জন পূব...

Latest article

ডিএছপি মিউচুৱেল ফাণ্ডে  মুকলি কৰিলে ডিএছপি নিফটি বেংক ইণ্ডেক্স ফাণ্ড : লাভজনক ভাৰতীয় বেংকিং...

ভাৰতৰ সমৃদ্ধিশালী বেংকিং খণ্ডত বিনিয়োগৰ সম্ভাৱনা মুকলি কৰি ডিএছপি মিউচুৱেল ফাণ্ডৰ শেহতীয়া অফাৰ ডিএছপি নিফটি বেংক ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে। নিফটি বেংক সূচকাংকৰ বিষয়ে...

আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ সমাপ্তি ঘটিব সুনীল ছেত্ৰীৰ

0
ভাৰতত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰীয়ে ৬ জুনত কুৱেইটৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ...

মেঘালয়ত আৰম্ভ হ’ল ভাৰত-ফ্ৰান্সৰ যুটীয়া সামৰিক অনুশীলন ‘শক্তি’

ফ্ৰান্স আৰু ভাৰতৰ মাজৰ যুটীয়া সামৰিক অনুশীলন শক্তি এডিছনত ব্ৰিগেড পৰ্যায়ৰ কমাণ্ড বিষয়া, বায়ুসেনা আৰু নৌসেনাৰ পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। এই শক্তি সংস্কৰণৰ লক্ষ্য হৈছে...