ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

পদত্যাগ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ আসন এৰিলে বিপ্লৱ কুমাৰ দেৱে। শনিবাৰে ৰাজ্যপালৰ হাতত তেওঁ অৰ্পণ কৰে পদত্যাগ পত্ৰ। আনহাতে ৰাজ্যখনৰ...

৫ মে’ত মিজোৰামলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

অহা ৫ মে’ত মিজোৰামলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ। ৰাজ্যখনৰ এখন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকী ৰাজ্যখনৰ ৰাজধানী আইজলৰ তানহ্ৰিলত মিজোৰাম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত...

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা দুই মহিলা সাংবাদিকক পলিটিকেল এজেন্ট আখ্যা মন্ত্ৰী সুশান্ত চৌধুৰীৰ

0
ত্ৰিপুৰা হিংসাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুই মহিলা সাংবাদিকক জামিনত মুক্তি দিয়া হৈছে। কিন্তু তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে অভিযোগ কৰিছে যে দুয়োগৰাকী...

ত্ৰিপুৰা হিংসাৰ বাতৰি যুগুতাবলৈ যোৱা দুই মহিলা সাংবাদিকক আটক

0
ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে "সাম্প্ৰদায়িক সম্প্ৰীতি ব্যাহত কৰাৰ লক্ষ্যৰে মিছা আৰু মনেসজা বাতৰি প্ৰকাশ আৰু সম্প্ৰচাৰ" কৰাৰ অভিযোগত দুগৰাকী সাংবাদিকক আটক কৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ...

ত্ৰিপুৰা উপ-নিৰ্বাচনঃ মুখ্যমন্ত্ৰী মানিক সাহাৰ মনোয়নন দাখিল

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই সোমবাৰে ৰাজ্যৰ আগন্তুক উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে। মাণিক সাহাই টাউন বৰদোৱালি বিধানসভা আসনৰ পৰা ত্ৰিপুৰাত অনুষ্ঠিত উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী...

সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে মিজোৰামলৈ যাব অসমৰ প্ৰতিনিধি দল

অসমৰ পাঁচজনীয়া এটা প্ৰতিনিধি দল মিজোৰামলৈ আহি দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদৰ বিষয়টো আলোচনা কৰিব। ৫ জনীয়া অসমৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব ৰাজ্যিক মন্ত্ৰী অতুল...

সামৰণি পৰিল মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনৰ উদ্ধাৰ অভিযানৰ

সামৰণি পৰিল মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনৰ উদ্ধাৰ অভিযানৰ। বুধবাৰে এই অভিযানৰ অন্ত পৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। উল্লেখ্য যে, এতিয়ালৈকে এই ভূমিস্খলনত নিহত...

মণিপুৰৰ ভূমিস্খলনত নিহত অসমৰ কমেও ৭ জন, সন্ধানহীন বহু কেইজন

মণিপুৰৰ নোনে জিলাত টুপুলত ভূমিস্খলনত এজন সেনা জোৱানকে ধৰি অসমৰ পৰা কমেও ৭জন লোক নিহত হোৱা বুলি মন্ত্ৰী পীযুষ হাজৰিকাই জনায়। শনিবাৰে মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন...

উত্তৰ-পূবত ডেল্টা প্লাছ ভেৰিয়েণ্টৰ টোকৰ! ত্ৰিপুৰাত ১৩৮ জন আক্ৰান্ত

উত্তৰ-পূবত প্ৰৱেশ ঘটিছে কোৰোনাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ ভেৰিয়েণ্ট! ত্ৰিপুৰাত ১৫৮ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষাত ১৩৮ গৰাকীৰ দেহত ডেল্টা প্লাছ ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে।...

কেইবাকোটি টকা মূল্যৰ সোণৰ বিস্কুটসহ ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ এজন

কেইবাকোটি টকা মূল্যৰ সোণৰ বিস্কুটসহ ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ এজন। ইম্ফলৰ শুল্ক বিষয়াই অভিযান চলাই বিমান বন্দৰৰ পৰা সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়ত প্ৰায় ৫.৭৬ কোটি...

Latest article

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতীয় হকী দলৰ

0
গোল্ডেন গাৰ্ল দীপিকাৰ প্ৰতিযোগিতাখনত তেওঁৰ ১১ তম গ'লৰ সহায়ত ভাৰতে অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চীনক ১-০ গ'লত পৰাস্ত কৰি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী হকী...

২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ

0
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০২৫ বৰ্ষৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে, যি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব। চিবিএছই পৰীক্ষাবোৰ...

অষ্ট্ৰেলিয়াত শিশুক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ সংসদত বিধেয়ক উত্থাপন

অষ্ট্ৰেলিয়াৰ সংসদৰ নিম্ন সদনত এখন বিধেয়ক উত্থাপন কৰা হৈছে। ইয়াৰ অধীনত, ১৬ বছৰৰ তলৰ শিশুৰ দ্বাৰা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।...