২ জুনৰ পৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৪

306

২ জুনৰ পৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৪।

৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে।

৯ জুনত পাকিস্তানৰ বিৰুদ্ধে মেগা মেচ।

টি-২০ বিশ্বকাপ উপলক্ষে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল।

১৫জনীয়া দল ঘোষণা কৰি একাধিক চমক দিছে বিচিচিআয়ে।

কে আল ৰাহুল, শুভমন গীল, ৰিংকু সিং, শ্ৰেয়স আয়াৰৰ দৰে তাৰকাই স্থান নাপালে টি-২০ বিশ্বকাপৰ দলত।