আমাৰ মাটি কোনেও লব নোৱাৰেঃ চীনা আগ্ৰাসনৰ মাজতে অৰুণাচল প্ৰদেশত মন্তব্য অমিত শ্বাহৰ

অৰুণাচলৰ সীমান্তৱৰ্তী কিবিথু গাঁৱত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে কোনেও ভাৰতৰ ভূমি দখল কৰিব নোৱাৰে। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক লৈ আপত্তি কৰি চীনে কয়...

অৰুণাচলৰ ভয়ংকৰ ভূস্খলনত সন্ধানহীন সেনা জোৱানৰ মৃতদেহ ৫ দিন পিছত উদ্ধাৰ…

অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত সংঘটিত হোৱা ভূমিস্খলনৰ ৫ দিনৰ পাছত শনিবাৰে উদ্ধাৰ হয় সন্ধানহীন হৈ থকা এগৰাকী সেনা জোৱানৰ মৃতদেহ। প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই জনোৱা...

নাহৰলগুণত ৯ কোটি টকাৰ জালি চেকসহ আটক ৮ জন…

অৰুণাচলৰ ইটানগৰৰ ৰাজধানী আৰক্ষীয়ে শুকুৰবাৰে ৯ কোটি টকাৰ চেক জালিয়াতিৰ গোচৰত আঠজন লোকক আটক কৰে। এছ ডি পি অ’ নাহৰলাগুনৰ ব্রিফিঙৰ মতে, এন ডি এম...

অৰুণাচলত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ২ পাইলট সন্ধানহীন

অৰুণাচল প্ৰদেশৰ বমডিলাৰ সমীপত অপাৰেচনেল ছৰ্টী উৰুৱাই থকা ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ বৃহস্পতিবাৰে দুৰ্ঘটনাগ্ৰস্ত হয়। পুৱা প্ৰায় ৯:১৫ বজাত হেলিকপ্টাৰখন এ টি চিৰ সৈতে...

APPSC কেলেংকাৰী! শ্বিলঙৰ আৰক্ষী একাডেমীৰ ৬ উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ…

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ অভিযোগত অৰুণাচল আৰক্ষীয়ে মঙলবাৰে মেঘালয়ৰ শ্বিলঙৰ আৰক্ষী একাডেমীৰ ছয়জন উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পিছতে গ্ৰেপ্তাৰ হোৱা ছয়জন...

দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু…

ৰাজ্যখনৰ ৩৭ সংখ্যক ৰাজ্যিকতা দিৱস উদযাপনৰ উপলক্ষে দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অৰুণাচল প্ৰদেশত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইটানগৰত উপস্থিত হোৱা দ্ৰৌপদী মুৰ্মুক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল...

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল প্ৰতিবাদ, ইটানগৰত ১৪৪ ধাৰা জাৰি…

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতাৰে ইটানগৰত তীব্ৰ প্ৰতিবাদ প্ৰাৰ্থীৰ। শুকুৰবাৰে ইটানগৰৰ ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে। ইফালে...

অৰুণাচল প্ৰদেশত NSCN-KYAৰ ২ কেডাৰত আটক, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ…

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ মহকুমাত শনিবাৰে আছাম ৰাইফলছে নাগালিমৰ সক্ৰিয় নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম (এন এছ চি এন-কে ৱাই এ) কেডাৰৰ লগতে...

নৃশংস! দুবছৰীয়া পুত্ৰৰ হত্যা পিতৃৰ, টাৱাঙত সংঘটিত এই ঘটনা…

অৰুণাচলৰ টাৱাং জিলাত লোমহৰ্ষক কাণ্ড। নিজৰ দুবছৰীয়া পুত্ৰক নৃশংসভাৱে হত্যা এজন লোকৰ। দেওবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা। জং খাৰছা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা...

এতিয়া ১৯৬২ চন নহয়, চীনক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনাঃ ভাৰত-চীনৰ সংঘৰ্ষৰ পিছতে...

নতুন দিল্লীঃ মঙলবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে এতিয়া আৰু ১৯৬২ চন নহয়, কোনোবাই ভাৰত দখল কৰিবলৈ চেষ্টা কৰিলে ভাৰতীয় সেনাই তাৰ উচিত...

Latest article

ধুবুৰীত বিশাল নিৰ্বাচনী সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী। তেওঁ আজি ধুবুৰীত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। য'ত তেওঁ...

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ। মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ সিকন্দৰ সিং চোকাৰক। ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ...

১লাখ চাকৰি গণি গণি দিয়া হ’ল-মুখ্যমন্ত্ৰী

'১ লাখ চাকৰি গণি গণি দিয়া হ'ল'। 'চাকৰি দিয়াৰ নামত কোনেও ঘোচ খাব পৰা নাই'। এই বছৰত ৫০ হাজাৰ চাকৰি দিয়া হ'ব। জুলাইৰ ভিতৰত...