আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন

303

আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷

বৰপেটা সমষ্টিত অৱতীৰ্ণ হৈছে সৰ্বাধিক 14 গৰাকী প্ৰাৰ্থী ।

গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে 8 গৰাকী প্ৰাৰ্থী ।

ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নামিছে 13 গৰাকী প্ৰাৰ্থী ।

কোকৰাঝাৰ সমষ্টিত অৱতীৰ্ণ হৈছে 12 গৰাকী প্ৰাৰ্থী ।

চাৰিটা সমষ্টিৰ মুঠ 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ই ভি এমত ।