ভয়ংকৰ দুর্ঘটনা

255

ভয়ংকৰ দুর্ঘটনা।

জাঁজী নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক।

দ পিতনিত সোমাই পৰিল বাছখন।

সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা বাছখনৰ ৪০গৰাকী যাত্ৰীৰ।