মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি

77

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি।

কেইবাখনো স্কুল বাছ জব্দ পৰিবহণ বিভাগৰ।

শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩খনকৈ বাছ জব্দ।

পৰ্যাপ্ত সা-সুবিধা নথকাৰ বাবে জব্দ বাছকেইখন।