গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাসীৰ বাবে সুখবৰ

140

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাসীৰ বাবে সুখবৰ!

আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে পুনৰ আৰম্ভ ফেৰী সেৱা।

বিগত তিনিদিনে নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ আছিল ফেৰী সেৱা।