ৰাজ্যত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি ছোৱাইন ফ্লুৰ

139

ৰাজ্যত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি ছোৱাইন ফ্লুৰ।

ছোৱাইন ফ্লু সন্দৰ্ভত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।


মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক বিশেষভাৱে দায়িত্ব দিয়া হৈছে।

কলিয়াবৰত ছোৱাইন ফ্লু সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।