পংখী সন্দিকৈৰ হত্যাকাৰী নীতিকেশ দাসৰ শাস্তিৰ দাবী

133

পংখী সন্দিকৈৰ হত্যাকাৰী নীতিকেশ দাসৰ শাস্তিৰ দাবী।

ডিমৌত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ঘাইপথ অৱৰোধ কাৰ্যসূচী।

পংখী সন্দিকৈক স্বামী নীতিকেশ দাসে হত্যা কৰাৰ অভিযোগ।

হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ।

নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল মৃতদেহ।