স্কিল ইণ্ডিয়া ডিজিটেল হাবে সমগ্ৰ দেশতে যুৱ সবলীকৰণলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন

দক্ষতা বিকাশ আৰু আজীৱন শিক্ষণ অৰ্থনৈতিক সমৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়, মানুহক অৰ্থপূৰ্ণ নিয়োগ নিশ্চিত কৰিবলৈ সক্ষম কৰি তোলাৰ লগতে মানুহৰ মাজত সমতা আৰু বহনক্ষমতাক...

গুৰুগ্ৰামৰ পুখুৰী পুনৰুজ্জীৱিত কৰিবলৈ কোকা-কোলাৰ সৈতে সহযোগিতা ৰামবীৰ তনৱাৰৰ

‘দ্য পণ্ডমেন অৱ ইণ্ডিয়া’ ৰামবীৰ তনৱাৰে কোকা-কোলা ইণ্ডিয়াৰ কৰ্মচাৰীৰ নেতৃত্বত আৰু স্থানীয় স্বেচ্ছাসেৱকৰ সহযোগিতাত হাৰিয়ানাৰ গুৰগাঁৱৰ ছিকোহপুৰৰ এটা পুখুৰী চাফা কৰি পৰিষ্কাৰ চৌহদ প্ৰদান...

যুটীয়া উদ্যোগ প্ৰতিষ্ঠা কৰি স্বাস্থ্য বিজ্ঞানৰ নিউট্ৰাচিউটিকেল পৰ্টফলিঅ’ত ভাৰতৰ গ্ৰাহকৰ ওচৰলৈ লৈ যাব নেচলে...

ভাৰত আৰু অন্যান্য অংশীদাৰী দেশৰ গ্ৰাহকসকলৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰাচিউটিকেল ব্ৰেণ্ড ৰূপে নিজকে গঢ়ি তুলিবলৈ নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডীজ লেবৰেটৰীজ লিমিটেডে যৌথ উদ্যোগ গঠনৰ...

আপোনাৰ কফিৰ সোৱাদ উন্নীত কৰক : নেচলে ইণ্ডিয়াই আনুষ্ঠানিকভাৱে মুকলি কৰিব নেছপ্ৰেছো

প্ৰিমিয়াম কফিৰ একচেটিয়া ৰেঞ্জ প্ৰদান কৰা নেছপ্ৰেছো কফিয়ে অপেক্ষাৰ অন্ত পেলাই ২০২৪ৰ শেষভাগত ভাৰতত সেৱা মুকলি কৰিব। ঘৰুৱা আৰু পেছাদাৰী গ্ৰাহকসকলক কফি আগবঢ়োৱাৰ বাবে...

দেশজুৰি বিনামূলীয়া এচি চেক-আপ কেম্প আৰু ৰেহাইৰ সৈতে গ্ৰাহকক সন্তুষ্টি প্ৰদান নিছানৰ

নিছান মটৰ ইণ্ডিয়াই ১৫ এপ্ৰিলৰ পৰা ১৫ জুনলৈ দেশজুৰি চলি থকা বিনামূলীয়া এয়াৰ কণ্ডিচনিং(এচি) চেক-আপ কেম্পৰ আয়োজন কৰি দ্ৰুতগতিত গ্ৰাহকক সুলভ আৰু সুবিধা প্ৰদানৰ...

নেপালৰ চিটৱানত ভাৰতৰ পুঁজিৰে নিৰ্মিত সামূহিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন

ভাৰতৰ আৰ্থিক সাহায্যৰে নেপালৰ চিটৱানত নিৰ্মাণ কৰা সামূহিক উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্বৰ প্ৰমাণস্বৰূপে এপ্ৰন ধুংগ্ৰে খোলা নদী প্ৰশিক্ষণ...

কৰ্পৰেট এজেঞ্চী ডিলৰ বাবে পিএফপিডিএলৰ সৈতে সহযোগিতা এইচডিএফচি লাইফৰ

ভাৰতৰ আগশাৰীৰ বীমাকৰ্তা প্ৰতিষ্ঠান এইচডিএফচি লাইফে কৰ্পোৰেট এজেঞ্চী লেনদেন বা সুবিধা প্ৰদানৰ বাবে পিয়াৰলেছ ফাইনেন্সিয়েল প্ৰডাক্টছ ডিষ্ট্ৰিবিউচন লিমিটেড(পিএফপিডিএল)ৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ জৰিয়তে...

পূব ভাৰতত এইচএমএছআইয়ে গঢ়িলে নতুন অভিলেখ, অঞ্চলটোত ৮ মিলিয়ন+ গ্ৰাহক লাভৰ মাইলৰ খুঁটি উদযাপন

দেশৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া(এইচএমএছআই)ই ভাৰতৰ প্ৰাণৱন্ত পূব ভাৰতত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জনৰ সাফল্যৰ কথা ঘোষণা কৰিছে। ধাৰাবাহিকভাৱে সেৱাৰ...

গ্ল’বেল চাউথৰ দেশসমূহে নিজৰ কাৰ্য, বিশ্বত নিজৰ স্থিতি গ্ৰহণ কৰিবলৈ ভাৰতক আস্থাত লয় বুলি...

ভাৰতক গ্লবেল ছাউথ বা গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বুলি অভিহিত কৰি বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে গ্লোবেল চাউথৰ দেশসমূহে ভাৰতক সেই দেশসমূহৰ উদ্দেশ্য,...

সমগ্ৰ বাংলাদেশত চৰ্চিত হৈছে ৰীতা চৌধুৰীৰ “জিৰো আৱাৰ”, পুনৰবাৰ জীপাল হৈছে বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ...

ড০ ৰীতা চৌধুৰীৰ শেহতীয়া সাহিত্যিক সৃষ্টি "জিৰো আৱাৰে" সমগ্ৰ বাংলাদেশতে ৰাজনৈতিক আৰু সামাজিক ৰূপ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সোপানত পৰিণত হৈছে। বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ...

Latest article

ধুবুৰীত বিশাল নিৰ্বাচনী সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী। তেওঁ আজি ধুবুৰীত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। য'ত তেওঁ...

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ। মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ সিকন্দৰ সিং চোকাৰক। ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ...

১লাখ চাকৰি গণি গণি দিয়া হ’ল-মুখ্যমন্ত্ৰী

'১ লাখ চাকৰি গণি গণি দিয়া হ'ল'। 'চাকৰি দিয়াৰ নামত কোনেও ঘোচ খাব পৰা নাই'। এই বছৰত ৫০ হাজাৰ চাকৰি দিয়া হ'ব। জুলাইৰ ভিতৰত...