পুনৰ পানী এৰিলে নীপকোৱে
পুনৰ পানী এৰিলে নীপকোৱে। দুয়োখন গেটেৰে পানী এৰাৰ কথা সদৰী নীপকো কৰ্তৃপক্ষৰ। পুৱা ১০.৩০ বজাতে পানী এৰিছে নীপকোৱে। ইতিমধ্যে বিপদসীমা অতিক্ৰম নীপকো জলবিদ্যুৎ প্ৰকল্পত...
বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক কটন বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী
অসমীয়া সাহিত্য জগতলৈ অনবদ্য অবদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে উত্তৰ-পূবৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান...
অসম চৰকাৰৰ মন্ত্ৰীৰ বৈঠকৰ মাজতে পুনৰ উত্তপ্ত হৈ পৰিল লাইলাপুৰ
গুৱাহাটীঃ অসম-মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত পুনৰ বৃদ্ধি পাইছে উত্তেজনা। উল্লেখ্য যে, পূৰ্বে এই স্থানত মিজো দুৰ্বৃত্ত আৰু আৰক্ষীৰ গুলীবৰ্ষণত ৬ গৰাকী অসম আৰক্ষীৰ জোৱান নিহত...
গুৱাহাটীত আৰএলজিৰ ক্লিন টু গ্ৰীণ অভিযান
বিস্তৃত ৰিভাৰ্ছ লজিষ্টিক সমাধানৰ এক আগশাৰীৰ বিশ্বব্যাপী সেৱা প্ৰদানকাৰী ৰিভাৰ্চ লজিষ্টিক গ্ৰুপ (আৰএলজি) ২০২০ চনৰ মে মাহত ইয়াৰ ফ্লেগশীপ অভিযান 'ক্লিন টু গ্ৰীণ '...
পথ নিৰ্মানৰ নামত চলিছে ব্যাপক দুৰ্নীতি
পথ নিৰ্মানৰ নামত চলিছে ব্যাপক দুৰ্নীতি।
বজালীৰ ভৌকামাৰীৰ পৰা বৰপেটাৰোড-আনন্দবজাৰলৈ যোৱা পথটোৰ আধা অংশই খহি পৰাক লৈ সংকিত হৈ পৰিছে ৰাইজ।
বজালীৰ ভৌকামাৰীৰ পৰা বৰপেটাৰোড-আনন্দবজাৰলৈ যোবা...
জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক নিশা আক্ৰমণৰ চেষ্টা
গুৱাহাটী:- জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক নিশা আক্ৰমণৰ চেষ্টা। বুধবাৰে নিশা প্ৰায় ১২.৪০ বজাত কাহিলীপাৰাৰ ভগদত্তপুৰৰ এপাৰ্টমেণ্টলৈ গৈ থকা অৱস্থাতে গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত ৬জনীয়া...
লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ Horticulture Plantation...
লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ Horticulture Plantation ৰ আধাৰশিলা স্থাপন।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কালি...
অব্যাহত আছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত
অব্যাহত আছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। পুনৰ জখলাবন্ধাত উপস্থিত CBIৰ দল। জোনমণিৰ ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে উপস্থিত হৈছে দলটো। কলিয়াবৰ আৰক্ষীৰ সহযোগত CBIৰ ৬...
বাৰাণসীৰ গঞ্জাৰীত নিৰ্মাণ হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) বাৰাণসীৰ গঞ্জাৰীত এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰিব। ইয়াক লৈ সন্মতি প্ৰকাশ কৰা হৈছে। মাৰ্চৰ ভিতৰত,...
গোসাইগাঁৱত ছয়গৰাকী জি চি এল অ কেডাৰক আটক
গোসাইগাঁৱত ছয়গৰাকী জি চি এল অ কেডাৰক আটক।কেডাৰ সকল ক্ৰমে,সঞ্জীৱ ৰায় ,মনোজ বৰ্মন ,অভিজৎ বৈশ্যষ্ট ,উওম ৰায় ,গৌতম ৰায় ,দীপেশ ৰায় নামৰ ছয় গৰাকী...