মেঘালয়ত দুৰ্বৃত্তৰ শিলাক্রমণত আহত কমেও দুগৰাকী BSF জোৱান

0
দেওবাৰে নিশা মেঘালয়ত নিৰাপত্তাৰক্ষীৰ ওপৰত দুস্কৃতিকাৰীৰ শিল আৰু খালী সুৰাৰ বটল আক্ৰমণত কমেও দুজন বি এছ এফ জোৱান আহত হয়। এই ঘটনাৰ পিছতে প্ৰত্যুত্তৰ...

ধাৰাসাৰ বৰষুণ! মেঘালয়ৰ এইখন জিলাত শুকুৰবাৰে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

0
প্ৰতিকুল বতৰৰ বাবে ১৬ জুনত মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ উপায়ুক্তই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত...

মেঘালয়ৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন এনপিপিত অতি শীঘ্ৰে যোগদান কৰিব পিডিএফৰ দুই বিধায়কে…

0
মেঘালয়ৰ বিৰোধী দল পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ দুজন বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টিৰ চৰকাৰত যোগদান কৰিবলৈ সাজু হৈছে। কনৰাডৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা...

বিধায়ক থমাছ এ চাংমা মেঘালয় বিধানসভা অধ্যক্ষ নিৰ্বাচিত

0
উত্তৰ তুৰাৰ বিধায়ক থমাছ এ চাংমা মেঘালয় বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে। নেশ্যনেল পিপলছ পাৰ্টিৰ নেতা থমাছ চাংমাই যোৱা ৯ মাৰ্চত মনোনয়ন দাখিল...

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ…

0
দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ। মঙলবাৰে ৰাজধানী শ্বিলঙত অনুষ্ঠিত শপত গ্ৰহণ সমাৰোহত মুখ্যমন্ত্ৰী কনৰাড চাংমাক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপালে। ইফালে এনপিপি...

ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ…

0
শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহানক মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ প্ৰদান কৰি নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ প্ৰদান কৰে। জানিব পৰা মতে,...

বলেৰ’ বাহনৰ ওপৰত বাগৰিল চিমেণ্টভৰ্তি ট্ৰাক, ৬ জনৰ মৃত্যু

0
এক ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি থিতাতে নিহত ৬ গৰাকী। মেঘালয়ৰ নংপুত দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত হয় বলেৰ’...

আজি মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে…

0
বুধবাৰে নিৰ্বাচনমুখী মেঘালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথম নিৰ্বাচনী সভাত অংশ লব। শ্বিলঙৰ মালকী খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষৰ এই জনসভা। ভাৰত জোড়ো যাত্ৰাৰ...

নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে হঠাৎ ঢলি পৰি মৃত্যু মেঘালয়ৰ UDPৰ প্ৰাৰ্থী এইচ ডি আৰ...

0
মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰী এইচ ডি আৰ লিংডোৰ মৃত্যু। আগন্তুক নিৰ্বাচনৰো প্ৰাৰ্থী আছিল এইচ ডি আৰ লিংডো। নিৰ্বাচনী প্ৰচাৰ সভাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় লিংডোৰ। জানিব পৰা...

মেঘালয় নিৰ্বাচনঃ তৃণমূল কংগ্ৰেছৰ ১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

0
২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰে মুঠ ১৮ গৰাকী তৃণমূল কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শনিবাৰে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকল...

Latest article

আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ সমাপ্তি ঘটিব সুনীল ছেত্ৰীৰ

0
ভাৰতত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰীয়ে ৬ জুনত কুৱেইটৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ...

মেঘালয়ত আৰম্ভ হ’ল ভাৰত-ফ্ৰান্সৰ যুটীয়া সামৰিক অনুশীলন ‘শক্তি’

ফ্ৰান্স আৰু ভাৰতৰ মাজৰ যুটীয়া সামৰিক অনুশীলন শক্তি এডিছনত ব্ৰিগেড পৰ্যায়ৰ কমাণ্ড বিষয়া, বায়ুসেনা আৰু নৌসেনাৰ পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। এই শক্তি সংস্কৰণৰ লক্ষ্য হৈছে...

আমাজনে প্ৰ’পেলৰ চতুৰ্থ চিজন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে

আমাজন ইণ্ডিয়াই আজি প্ৰপেলৰ চতুৰ্থ ছিজন মুকলি কৰাৰ কথা ঘোষণা কৰিছে – প্ৰপেল হৈছে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ বাবে এক গ্লবেল ব্যৱসায়িক...