মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ এক ডজন বিধায়কে এৰিব কংগ্ৰেছ: TMCত যোগদানৰ সম্ভাৱনা
দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছৰ বৰ্তমান অৱস্থা তথৈবচ! ইতিহাসৰ আটাইতকৈ বেয়া দিন অতিবাহিত কৰি থকা কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাৰ দলত্যাগৰ খবৰে বিগত সময়চোৱাত...
হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ-আৰণ্যকৰ উদ্যোগত বি এছ এফৰ বিষয়া – জোৱানৰ...
মেঘালয়ৰ বান বিভাগে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক সহযোগত ৰাজ্যখনৰ গাৰো পাহাৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানসকলৰ...
১ ছেপ্টেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হব মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ, কিন্তু…
১ ছেপ্টেম্বৰৰ পৰা মুকলি হ’ব মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰসমূহ। এই কথা ঘোষণা কৰিছে মেঘালয় চৰকাৰে। উত্তৰ-পূবৰ ৰাজ্যখনত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটকৰ...
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ…
দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ।
মঙলবাৰে ৰাজধানী শ্বিলঙত অনুষ্ঠিত শপত গ্ৰহণ সমাৰোহত মুখ্যমন্ত্ৰী কনৰাড চাংমাক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপালে।
ইফালে এনপিপি...
অসম-মেঘালয় সীমান্তত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ, ৩ জনক আটক
সন্ত্ৰাসবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল মেঘালয় আৰু উত্তৰ-পূব। মেঘালয় আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অসম-মেঘালয় সীমান্তৰ ৰি-ভোই জিলাত এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী...
মেঘালয়ৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন এনপিপিত অতি শীঘ্ৰে যোগদান কৰিব পিডিএফৰ দুই বিধায়কে…
মেঘালয়ৰ বিৰোধী দল পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ দুজন বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টিৰ চৰকাৰত যোগদান কৰিবলৈ সাজু হৈছে।
কনৰাডৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা...
মেঘালয়ত নিষিদ্ধ হেৰ’ইনসহ দুজনক আটক
মেঘালয় আৰক্ষীয়ে দেওবাৰে পশ্চিম গাৰো পাহাৰ আৰু পূব খাছি পাহাৰ জিলাত দুটা পৃথক অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ হাতত পৰা ৮...
মেঘালয়ত প্ৰত্যাহাৰ নৈশ সান্ধ্য আইন, ১৪ ফেব্ৰুৱাৰীৰ পৰা খুলিব স্কুল-কলেজ
কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ত শিথিল কৰা হৈছে কোভিড নিষেধাজ্ঞা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে জানিবলৈ দিয়া মতে, অহা শুকুৰবাৰ অৰ্থাৎ ১১...
সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা
ষ্টাফৰিপৰ্টাৰ, সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।সোমবাৰে মাজনিশাৰ পৰা ২৯ জুলাই মাজনিশা পৰ্যন্ত চহৰখনত সম্পূৰ্ণ লকডাউন থাকিব। প্ৰতিদিনেই কৰ’ণা সংক্ৰমণ বৃদ্ধি...