অৰুণাচলৰ টিৰাপত খেলি থকাৰ সময়তে সংঘটিত হ’ল বিস্ফোৰণ, আহত ৩ শিশু

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লাজু চক্ৰৰ আপাৰ চিনহান গাঁৱত সংঘটিত হৈছে গ্ৰেণেড বিস্ফোৰণৰ ঘটনা। তিনিটি শিশুৱে এটা গ্ৰেণেডেৰে খেলি থকা সময়তে সংঘটিত হয় এই...

অৰুণাচলৰ চাংলাত ২ আলফা (স্বা) কেডাৰৰ আত্মসমৰ্পণ

ম্যানমাৰ শিৱিৰৰ পৰা নামি অহা নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ দুজন কেডাৰে অৰুণাচলৰ চাংলাং জিলাৰ নামপঙত অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে। জানিব পৰা মতে, অসম...

অৰুণাচলত শ্বহীদ সেনা জোৱান বিশ্বজিত নৰহৰ শেষকৃত্য সম্পন্ন

বুধবাৰে টীয়কৰ নিজা বাসগৃহত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হল অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত দুৰ্ঘটনাত পতিত হৈ শ্বহীদ হোৱা ভাৰতীয় জোৱান বিশ্বজিত নৰহৰ। বুধবাৰে পুৱা...

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল বাহন, ৪ মহিলাৰ মৃত্যু, আহত ১৫ জন

এক শোকাৱহ ঘটনাত অৰুণাচল প্ৰদেশৰ ক্ৰা দাদী জিলাত এখন পিকআপ ভান নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত কমেও চাৰিগৰাকী মহিলা নিহত হয় আৰু...

অৰুণাচলত হিমস্খলনৰ ফলত শ্বহীদ ৭ গৰাকী ভাৰতীয় সেনা জোৱান

যােৱা ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং জিলাত বৰফাবৃত্ত অঞ্চলত টহল দি থকা অৱস্থাত হিমস্খলনৰ ফলত সন্ধানহীন হােৱা ৭ গৰাকী সেনা জােৱান শ্বহীদ হৈছে। এই...

অৱশেষত চীনা সেনাই মুকলি কৰি দিলে অৰুণাচলৰ পৰা অপহৃত মিৰামক…

অৱশেষত ঘৰৰ ল'ৰা উভতি আহিল ঘৰলৈ। সম্পূৰ্ণ এসপ্তাহৰ পিছত বৃহস্পতিবাৰে চীনা সেনাই মুকলি কৰি দিলে অৰুণাচলৰ পৰা অপহৰণ কৰা মিৰাম টাৰণক। ভাৰত চৰকাৰৰ আহ্বানৰ প্ৰতি...

অৰুণাচলত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সন্ধানহীন হোৱা বিমানৰ ধ্বংসাৱশেষ

সুদীৰ্ঘ ৭৭ বছৰৰ পিছত অৰুণাচল প্ৰদেশত উদ্ধাৰ হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হোৱা এখন বিমানৰ। অৰুণাচলৰ এখন বৰফাবৃত্ত পাহাৰৰ শিখৰত উদ্ধাৰ হয়...

পুনৰ ইটানগৰত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান ANYAৰ

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত সৃষ্টি হৈছে অচলাৱস্থাৰ। ১৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা All Nyishi Youth Association (ANYA)-এ পুনৰ এবাৰ আহ্বান জনাইছে ৪৮ ঘন্টিয়া...

অৰুণাচলত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ তেজপুৰৰ কিশোৰী, ৩জনক গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা শোণিতপুৰ আৰক্ষীয়ে তেজপুৰৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কিশোৰীগৰাকীক মানৱ সৰবৰাহকাৰীয়ে ১ লাখ...

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, দুজনক আটক

বিশ্বনাথত আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। বিশ্বনাথ চাৰিআলি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰায়ৰ নেতৃত্বত...

Latest article

আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ সমাপ্তি ঘটিব সুনীল ছেত্ৰীৰ

0
ভাৰতত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰীয়ে ৬ জুনত কুৱেইটৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ...

মেঘালয়ত আৰম্ভ হ’ল ভাৰত-ফ্ৰান্সৰ যুটীয়া সামৰিক অনুশীলন ‘শক্তি’

ফ্ৰান্স আৰু ভাৰতৰ মাজৰ যুটীয়া সামৰিক অনুশীলন শক্তি এডিছনত ব্ৰিগেড পৰ্যায়ৰ কমাণ্ড বিষয়া, বায়ুসেনা আৰু নৌসেনাৰ পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। এই শক্তি সংস্কৰণৰ লক্ষ্য হৈছে...

আমাজনে প্ৰ’পেলৰ চতুৰ্থ চিজন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে

আমাজন ইণ্ডিয়াই আজি প্ৰপেলৰ চতুৰ্থ ছিজন মুকলি কৰাৰ কথা ঘোষণা কৰিছে – প্ৰপেল হৈছে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ বাবে এক গ্লবেল ব্যৱসায়িক...