আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব জ্যেষ্ঠ আলফা নেতা জীৱন মৰানে
আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পনৰ সম্ভাৱনা আলফা নেতা জীৱন মৰানৰ। বৰ্তমান আৰুণাচল প্ৰদেশৰ টিৰাপস্থিত সেনা শিৱিৰত থকা আলফাৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আজি ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব বুলি জানিব...
পেৰনড ৰিকাৰ্ড ইণ্ডিয়া ফাউণ্ডেচনৰ আৰম্ভণি
পেৰনড ৰিকাৰ্ড ইণ্ডিয়া ফাউণ্ডেচনে অৰুণাচল প্ৰদেশৰ চৰকাৰী চিকিৎসালয়ৰ আই চি ইউ আৰু জনস্বাস্থ্য সেৱা আন্তঃগাঁঠনি সবল কৰাৰ ক্ষেত্ৰত নিজৰ সমৰ্থন আগবঢ়ায়। যিহেতু লক ডাউনৰ...
অৰুণাচল প্ৰদেশত পুনৰ দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ…
অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ মিগিং গাঁৱত শুকুৰবাৰে পুৱা এখন এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ) দুৰ্ঘটনাগ্ৰস্ত হয়।
নিৰুদ্দেশ হোৱা লোকক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান...
অৰুণাচলত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ তেজপুৰৰ কিশোৰী, ৩জনক গ্ৰেপ্তাৰ
অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা শোণিতপুৰ আৰক্ষীয়ে তেজপুৰৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কিশোৰীগৰাকীক মানৱ সৰবৰাহকাৰীয়ে ১ লাখ...
অৰুণাচল প্ৰদেশত আটক আলফাৰ দুই স্বয়ম্ভূ কেডাৰ
অৰুণাচল প্ৰদেশত আটক আলফা স্বাধীনৰ দুই স্বয়ম্ভূ কেডাৰ।
অসম ৰাইফলছৰ খুনছা বেটেলিয়ান আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যুটীয়া অভিযানত আটক কেডাৰ দুজন।
টিৰাপৰ সৰু সিংহন গাঁৱত আত্মগোপন...
অৰুণাচলত হিমস্খলনৰ ফলত শ্বহীদ ৭ গৰাকী ভাৰতীয় সেনা জোৱান
যােৱা ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং জিলাত বৰফাবৃত্ত অঞ্চলত টহল দি থকা অৱস্থাত হিমস্খলনৰ ফলত সন্ধানহীন হােৱা ৭ গৰাকী সেনা জােৱান শ্বহীদ হৈছে। এই...
অৰুণাচলৰ ইংকিয়াঙত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভষ্মীভূত ৫৪টা বাসগৃহ
অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ মুখ্য কাৰ্যালয় ইংকিয়াঙত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৫০ টাতকৈও অধিক ঘৰ আৰু বাণিজ্যিক প্ৰতিষ্ঠান জ্বলি ভষ্মীভূত হয়।
টুটিং-ইংকিয়ং বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব...
অৰুণাচলত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সন্ধানহীন হোৱা বিমানৰ ধ্বংসাৱশেষ
সুদীৰ্ঘ ৭৭ বছৰৰ পিছত অৰুণাচল প্ৰদেশত উদ্ধাৰ হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হোৱা এখন বিমানৰ। অৰুণাচলৰ এখন বৰফাবৃত্ত পাহাৰৰ শিখৰত উদ্ধাৰ হয়...
অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বিডি মিশ্ৰক মেঘালয়ৰ অতিৰিক্ত দায়িত্ব অৰ্পণ
অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব অৰ্পণ।
অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰ বৰ্তমান অৰুণাচলৰ ৰাজ্যপাল।
তেওঁক অতিৰিক্তভাৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব প্ৰদান কৰা...
অৰুণাচলৰ ৩ খন জিলাত ৬ মাহলৈ বৃদ্ধি AFSPAৰ ম্যাদ
অৰুণাচলৰ তিনিখন জিলাত ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ কাৰ্যকৰী হৈ থাকিব AFSPA আইন।
গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই জাননী।
ইয়াৰ উপৰিও অৰুণাচলৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী...