পঞ্চমবাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ নেইফিউ ৰিঅ’ৰ…

নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতা নেইফিউ ৰিঅ’ই মঙলবাৰে কোহিমাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,...

অসম-নাগালেণ্ড সীমান্তৰ পৰা সুৰক্ষা বাহিনী প্ৰত্যাহাৰ

গুৱাহাটীঃ অসম আৰু নাগালেণ্ডৰ সীমান্তত সৃষ্টি হৈ অহা উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে সীমান্তৰ পৰা নিজৰ সুৰক্ষা বাহিনী তৎক্ষণাত প্ৰত্যাহাৰৰ এক চুক্তিত স্বাক্ষৰ কৰে নাগালেণ্ডে।...

এতিয়া বিৰোধী অবিহনেই চলিব নাগালেণ্ডৰ চৰকাৰ…

0
বিৰোধী শূণ্য চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ড। দেশৰ প্ৰথমখন বিৰোধীবিহীন ৰাজ্য হৈ পৰিব নাগালেণ্ড। কিয়নো নাগালেণ্ডৰ সকলো দলে বিৰোধিতা নকৰাকৈ একেলগে...

কোহিমা ভাৰতৰ শীৰ্ষ ১০ খন ‘স্মাৰ্ট চিটি’ৰ ভিতৰত স্থান লাভ কৰিছে

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি, ২৫ জুনত স্মাৰ্ট চিটি মিছন, অম্ৰুত আৰু পিএমএৱাই (নগৰ)ৰ ষষ্ঠ বাৰ্ষিকী উদযাপনৰ সময়ত, কোহিমাক উত্তৰ-পূব...

কোভিডৰ ভয়াবহ ৰূপঃ পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ পাঠদান

কোভিডৰ পুনৰ সংক্ৰমণে আতংকিত কৰিছে সকলোকে। এই ভয়াবহ মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহেও যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। নাগালেণ্ড চৰকাৰে কোৰোনাৰ সংক্ৰমণৰ...

নাগালেণ্ডত সেনাৰ অভিযানত গ্ৰেপ্তাৰ বিদ্ৰোহী সংগঠনৰ কেইবাজনো কেডাৰ

নাগালেণ্ডৰ ডিমাপুৰত ভাৰতীয় সেনাই পৃথকে পৃথকে চলোৱা অভিযানত নগা বিদ্ৰোহী সংগঠন নিক্কী চুমী আৰু মুইভা গোটৰ ১১জন কেডাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ থিলিক্স’...

নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত শ্বাৰিংগাইন লংকুমাৰ…

সোমবাৰে চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয় আংলেণ্ডেন সমষ্টিৰ বিধায়ক শ্বাৰিংগাইন লংকুমাৰ। এই পদৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী হিচাপে প্ৰটেমৰ...

কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা

নাগালেণ্ড চৰকাৰে কুকুৰৰ বজাৰ আৰু কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে। কুকুৰৰ মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰী কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব তেমজেন...

ফাংনোক কন্যাক নাগালেণ্ডৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে চূড়ান্ত নাগালেণ্ডৰ এখন আসনৰ বিজেপি প্ৰাৰ্থী। ফাংনোন কন্যাক প্ৰদান কৰা হৈছে ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব। বৰ্তমান নাগালেণ্ড বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী ফাংনোল কন্যাক। উল্লেখযোগ্য...

নাগালেণ্ডত কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ উভতা শ্ৰমিকৰ বাহনলৈ নিৰপত্তাৰক্ষীৰ গুলিচালনা, কমেও ১১ জনৰ মৃত্যু

0
শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীৰ গুলীচালনাৰ কমেও ১১ জন লোক নিহত হয়। আনহাতে এই ঘটনাৰ পিছত ক্ষোভিত জনতাৰ আক্ৰমণত এজন নিৰপত্তাৰক্ষী জোৱানৰো মৃত্যু...

Latest article

কেঁচা বুটৰ উপকাৰীতাৰ কথা জানেনে

আমি প্ৰায়ে শুনো যে, ঘৰৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাবলৈ উপদেশ দিয়ে।কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ...

দাম কমিল বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্য

প্ৰতি মাহৰ দৰেই চৰকাৰী তেল কোম্পানীসমূহে LPG চিলিণ্ডাৰৰ মূল্য় আপডেট কৰিছে । এই মূল্য়ৰ তালিকা আজিৰ পৰা অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ।...

ৰাজ্যবাসীৰ বাবে আহিল ভাল খবৰ

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে।আজি ১ এপ্ৰিল...