ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

9313

পদত্যাগ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ আসন এৰিলে বিপ্লৱ কুমাৰ দেৱে।

শনিবাৰে ৰাজ্যপালৰ হাতত তেওঁ অৰ্পণ কৰে পদত্যাগ পত্ৰ।

আনহাতে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ চলিছে জল্পনা কল্পনা।

বিজেপিৰ এক বৈঠকৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হব।

ইয়াৰ পূৰ্বে কাৰ্যাকল সম্পূৰ্ণ হোৱাৰ পূৰ্বে বিজেপি শাসিত উত্তৰাখণ্ড, কৰ্ণাটক, গুজৰাটৰ দৰে ৰাজ্যত মুখ্যমন্ত্ৰী সলনি কৰিবলৈ বাধ্য হৈছিল বিজেপিয়ে।