কংগ্ৰেছ দল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল দলত পৰিণত হৈছেঃভৱেশ কলিতা

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা...

পাকাবেতবাৰীৰ কাৱৈমাৰীত অগপৰ বিশাল নিৰ্ব্বাচনী সভা

নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক  সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত...

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৪৮ ঘণ্টালৈ চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচন আয়োগে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন আয়োগে কে চন্দ্ৰশেখৰ ৰাওক নিৰ্বাচনী আচৰণ বিধি উলংঘা...

ধুবুৰীত বিশাল নিৰ্বাচনী সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী। তেওঁ আজি ধুবুৰীত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। য'ত তেওঁ...

শুকুৰবাৰে ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ৮৮ খন লোকসভা সমষ্টিত ভোটগ্ৰহণ

0
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান অন্ত পৰিছে । ২৬ এপ্ৰিলত ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৮৮ খন লোকসভা আসনৰ...

আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে

0
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আকৌ এবাৰ দেশৰ অন্যতম জনপ্ৰিয় আসন আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। মনোনয়ন দাখিলৰ সময়সীমা ওচৰ চাপি আহিছে কিন্তু বিৰোধীয়ে...

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৪২ খন আসনক ‘ৰেড এলাৰ্ট’ হিচাপে চিনাক্ত

0
১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ ভিতৰত ৪২ খনত অৱতীৰ্ণ হোৱা তিনি বা ততোধিক প্ৰাৰ্থীৰ বিৰুদ্ধে...

কয়াকুছিত ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহৎ ইফতাৰ পাৰ্টি

সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ত পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত  এক বৃহৎ ইফতাৰ পাৰ্টীৰ আয়োজন হৈ যায়। প্ৰায় পাঁচ সহস্ৰাধিক ব্যক্তিয়ে অংশগ্ৰহণ...

নিৰ্বাচনী সভাত পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0
২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী দল কংগ্ৰেছক। প্ৰতিখন নিৰ্বাচনী সভাতে...

হাজোত ৰাইজৰ মাজত সুমন‌ হৰিপ্ৰিয়া

বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো-শুৱালকুছি সমষ্টিৰ নিজ হাজোত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোৰ হয়গ্ৰীৱ মাধৱ দোমোঠাৰগুৰিত...

Latest article

জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব

জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...

ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...

ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...