চিকিম Archives - Purbottar Asomiya https://purbottar.com/category/চিকিম/ Sat, 07 Oct 2023 12:33:44 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png চিকিম Archives - Purbottar Asomiya https://purbottar.com/category/চিকিম/ 32 32 178360463 ছিকিমৰ বানত নিহতৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি, পুনৰ জলপাইগুৰিৰ তীস্তা নদীত উদ্ধাৰ মৃতদেহ… https://purbottar.com/sikkim-flood-death-toll-56-news/ https://purbottar.com/sikkim-flood-death-toll-56-news/#respond Sat, 07 Oct 2023 12:29:34 +0000 https://purbottar.com/?p=44129 উত্তৰ বংগ আৰু ছিকিমত ভয়াৱহ বান পৰিস্থিতিত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত ৭ গৰাকী জোৱানসহ ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছে এই বানত। ইয়াৰে ২৯ টা মৃতদেহ তীস্তা নদীৰ পৰা উদ্ধাৰ কৰা হৈছে। অবিৰত বৰষুণৰ ফলত উত্তৰ ছিকিমত বান পৰিস্থিতিৰ সৃষ্টি হৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ লগতে পথ আৰু দলং ভাঙি […]

The post ছিকিমৰ বানত নিহতৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি, পুনৰ জলপাইগুৰিৰ তীস্তা নদীত উদ্ধাৰ মৃতদেহ… appeared first on Purbottar Asomiya.

]]>
উত্তৰ বংগ আৰু ছিকিমত ভয়াৱহ বান পৰিস্থিতিত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত ৭ গৰাকী জোৱানসহ ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছে এই বানত। ইয়াৰে ২৯ টা মৃতদেহ তীস্তা নদীৰ পৰা উদ্ধাৰ কৰা হৈছে।

অবিৰত বৰষুণৰ ফলত উত্তৰ ছিকিমত বান পৰিস্থিতিৰ সৃষ্টি হৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ লগতে পথ আৰু দলং ভাঙি পেলোৱাত সৃষ্টি হৈছে হাহাকাৰৰ। আন অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে উত্তৰ ছিকিম। চৰকাৰৰ তথ্য অনুসৰি ১১৭৩টা ঘৰ জাহ গৈছে। ২৪১৩ জন লোকক উদ্ধাৰ কৰি নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে যদিও এতিয়াও ১৪০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে। ইফালে উদ্ধাৰৰ কাম চলি আছে।

শনিবাৰেও চলি আছে তীস্তাৰ পৰা মৃতদেহ উদ্ধাৰৰ কাম। জলপাইগুৰিৰ তীস্তা নদীৰ নন্দনপুৰ বোৱালমাৰী অঞ্চলৰ পৰা আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে দুটা মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ লগে লগে জলপাইগুৰিত এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা তিনিদিনত ২৯টালৈ বৃদ্ধি পাইছে। উদ্ধাৰ হোৱা মৃতদেহ দুটা সেনা জোৱানৰ বুলি সন্দেহ কৰা হৈছে। দুয়োটা মৃতদেহ জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গলৈ অনা হয়। তেওঁলোকৰ লগত আছিল সেনা বিষয়া আৰু শ্ৰমিক। কোৱা হৈছে যে তাত মৃতদেহ দুটা চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব।

ইফালে, শুকুৰবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে উদ্ধাৰ অভিযান আৰু সাহায্যৰ বিষয়ে আলোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰিছিল। তেওঁ চুংথাংলৈ যোৱা পথটো অতি সোনকালে মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে নগাৰ পৰা টৌংলৈ যোৱা পথটো মেৰামতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

উত্তৰ বংগ আৰু ছিকিমত ভয়াৱহ বান পৰিস্থিতিত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত ৭ গৰাকী জোৱানসহ ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছে এই বানত। ইয়াৰে ২৯ টা মৃতদেহ তীস্তা নদীৰ পৰা উদ্ধাৰ কৰা হৈছে।

অবিৰত বৰষুণৰ ফলত উত্তৰ ছিকিমত বান পৰিস্থিতিৰ সৃষ্টি হৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ লগতে পথ আৰু দলং ভাঙি পেলোৱাত সৃষ্টি হৈছে হাহাকাৰৰ। আন অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে উত্তৰ ছিকিম। চৰকাৰৰ তথ্য অনুসৰি ১১৭৩টা ঘৰ জাহ গৈছে। ২৪১৩ জন লোকক উদ্ধাৰ কৰি নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে যদিও এতিয়াও ১৪০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে। ইফালে উদ্ধাৰৰ কাম চলি আছে।

শনিবাৰেও চলি আছে তীস্তাৰ পৰা মৃতদেহ উদ্ধাৰৰ কাম। জলপাইগুৰিৰ তীস্তা নদীৰ নন্দনপুৰ বোৱালমাৰী অঞ্চলৰ পৰা আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে দুটা মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ লগে লগে জলপাইগুৰিত এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা তিনিদিনত ২৯টালৈ বৃদ্ধি পাইছে। উদ্ধাৰ হোৱা মৃতদেহ দুটা সেনা জোৱানৰ বুলি সন্দেহ কৰা হৈছে। দুয়োটা মৃতদেহ জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গলৈ অনা হয়। তেওঁলোকৰ লগত আছিল সেনা বিষয়া আৰু শ্ৰমিক। কোৱা হৈছে যে তাত মৃতদেহ দুটা চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব।

ইফালে, শুকুৰবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে উদ্ধাৰ অভিযান আৰু সাহায্যৰ বিষয়ে আলোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰিছিল। তেওঁ চুংথাংলৈ যোৱা পথটো অতি সোনকালে মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে নগাৰ পৰা টৌংলৈ যোৱা পথটো মেৰামতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

The post ছিকিমৰ বানত নিহতৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি, পুনৰ জলপাইগুৰিৰ তীস্তা নদীত উদ্ধাৰ মৃতদেহ… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/sikkim-flood-death-toll-56-news/feed/ 0 44129
ছিকিমৰ ভয়াবহ বানত সন্ধানহীন অসমৰ সেনা জোৱান মিতুল… https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a7%b0-%e0%a6%ad%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%ac%e0%a6%b9-%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a7%e0%a6%be/ https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a7%b0-%e0%a6%ad%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%ac%e0%a6%b9-%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a7%e0%a6%be/#respond Fri, 06 Oct 2023 11:30:47 +0000 https://purbottar.com/?p=44045 বৃহস্পতিবাৰে সেনাৰ সূত্ৰই জনোৱা মতে, ছিকিমৰ তীস্তা নদীৰ অৱবাহিকাত হোৱা ক্ষন্তেকীয়া বানপানীৰ পিছত অসমৰ বাকছা জিলাৰ এজন ভাৰতীয় সেনা জোৱান নিৰুদ্দেশ হৈছে। বুধবাৰে ছিকিমৰ ক্ষন্তেকীয়া বানপানীৰ পিছত নিৰুদ্দেশ হোৱা ২২ জন জোৱানৰ ভিতৰত ভাৰতীয় সেনাৰ কাৰিকৰী বিভাগত কৰ্মৰত মিতুল কলিতাও আছিল। মিতুল আলিপুৰদুৱাৰত কৰ্তব্যৰত আছিল যদিও বুধবাৰে চৰকাৰী কৰ্তব্যত ছিকিমলৈ গৈছিল। জিলাখনৰ আনন্দবজাৰ অঞ্চলৰ বাসিন্দা […]

The post ছিকিমৰ ভয়াবহ বানত সন্ধানহীন অসমৰ সেনা জোৱান মিতুল… appeared first on Purbottar Asomiya.

]]>
বৃহস্পতিবাৰে সেনাৰ সূত্ৰই জনোৱা মতে, ছিকিমৰ তীস্তা নদীৰ অৱবাহিকাত হোৱা ক্ষন্তেকীয়া বানপানীৰ পিছত অসমৰ বাকছা জিলাৰ এজন ভাৰতীয় সেনা জোৱান নিৰুদ্দেশ হৈছে।

বুধবাৰে ছিকিমৰ ক্ষন্তেকীয়া বানপানীৰ পিছত নিৰুদ্দেশ হোৱা ২২ জন জোৱানৰ ভিতৰত ভাৰতীয় সেনাৰ কাৰিকৰী বিভাগত কৰ্মৰত মিতুল কলিতাও আছিল।

মিতুল আলিপুৰদুৱাৰত কৰ্তব্যৰত আছিল যদিও বুধবাৰে চৰকাৰী কৰ্তব্যত ছিকিমলৈ গৈছিল।

জিলাখনৰ আনন্দবজাৰ অঞ্চলৰ বাসিন্দা তেওঁৰ পৰিয়ালে তেওঁৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা চলাইছে যদিও এতিয়াও তেওঁৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই।

প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, পৰিয়ালটোক ৬২০ ইএমইৰ কলিতা নিৰুদ্দেশ হোৱা বুলি জনোৱাৰ লগতে বানৰ বাবে নিৰুদ্দেশ হোৱা আনসকলৰ সৈতে তেওঁৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান চলি আছে।

ইফালে উত্তৰ ছিকিমৰ চুংথাং, লাচুং আৰু লাচেন অঞ্চলত আৱদ্ধ হৈ থকা সাধাৰণ নাগৰিক আৰু পৰ্যটকৰ বাবে ত্ৰিশক্তি কৰ্পছৰ সৈন্যই চিকিৎসা সাহায্য আৰু টেলিফোন সংযোগ বৃদ্ধি কৰিছে।

The post ছিকিমৰ ভয়াবহ বানত সন্ধানহীন অসমৰ সেনা জোৱান মিতুল… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a7%b0-%e0%a6%ad%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%ac%e0%a6%b9-%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a7%e0%a6%be/feed/ 0 44045
ছিকিমত বান বিভীষিকা, ৭ গৰাকী সেনা জোৱানসহ নিহত ২২ জন, সন্ধানহীন অনেক https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a6%be%e0%a6%a8-%e0%a6%ac%e0%a6%bf%e0%a6%ad%e0%a7%80%e0%a6%b7%e0%a6%bf%e0%a6%95%e0%a6%be-%e0%a7%ad-%e0%a6%97%e0%a7%b0%e0%a6%be/ https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a6%be%e0%a6%a8-%e0%a6%ac%e0%a6%bf%e0%a6%ad%e0%a7%80%e0%a6%b7%e0%a6%bf%e0%a6%95%e0%a6%be-%e0%a7%ad-%e0%a6%97%e0%a7%b0%e0%a6%be/#respond Fri, 06 Oct 2023 11:15:07 +0000 https://purbottar.com/?p=44039 বুধবাৰে ছিকিমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিত এতিয়ালৈকে নিহতৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সেনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি বানপানীত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ লোকক সকাহ দিয়াৰ বাবে এক বৃহৎ অভিযান চলাইছে। চীন নেপাল সীমান্তৰ সমীপত উচ্চ উচ্চতাৰ হিমবাহৰ হ্ৰদ এটা বিস্ফোৰণ হোৱাৰ সম্ভাৱনাৰ বাবে বুধবাৰে এই ক্ষুদ্ৰ ৰাজ্যখনত ক্ষন্তেকীয়া […]

The post ছিকিমত বান বিভীষিকা, ৭ গৰাকী সেনা জোৱানসহ নিহত ২২ জন, সন্ধানহীন অনেক appeared first on Purbottar Asomiya.

]]>
বুধবাৰে ছিকিমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিত এতিয়ালৈকে নিহতৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সেনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি বানপানীত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ লোকক সকাহ দিয়াৰ বাবে এক বৃহৎ অভিযান চলাইছে। চীন নেপাল সীমান্তৰ সমীপত উচ্চ উচ্চতাৰ হিমবাহৰ হ্ৰদ এটা বিস্ফোৰণ হোৱাৰ সম্ভাৱনাৰ বাবে বুধবাৰে এই ক্ষুদ্ৰ ৰাজ্যখনত ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হয়। নিহতসকলৰ ভিতৰত কমেও ৭ জন সেনা জোৱান আছে।

শুকুৰবাৰে গুৱাহাটীৰ ডিফেন্স পি আৰ অ’ই কয় যে তীস্তা নদীৰ বুকুত আগ্নেয়াস্ত্ৰ, বিস্ফোৰককে ধৰি সামৰিক সা-সৰঞ্জাম উটুৱাই লৈ গৈছে। ইয়াত ৰাইজক নদীৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে অচিনাকি বস্তুৰ খবৰ দিবলৈ সকীয়াই দিয়া হৈছে।

“চিকিমত ভয়াৱহ বানপানীৰ বাবে আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰককে ধৰি কিছুমান সামৰিক সা-সঁজুলি তীস্তা নদীত কঢ়িয়াই নিয়ে। সেনাই নদীখনৰ তলৰ গোটেইখিনিতে লুকাউট টিম স্থাপন কৰিছে।’

বানপানীৰ সময়ত ছিকিমৰ বৰদং অঞ্চলৰ পৰা নিৰুদ্দেশ হৈছিল ২৩জন সেনা জোৱান। সাতজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে এজন জোৱানক উদ্ধাৰ কৰা হৈছে। ছিকিম আৰু উত্তৰ বংগত নিৰুদ্দেশ হোৱা জোৱানক বিচাৰিছে কৰ্তৃপক্ষই।

৭টা মৃতদেহৰ ভিতৰত চাৰিটা মৃতদেহ চিনাক্ত কৰা হৈছে। জলপাইগুৰি আৰু কোচবিহাৰ জিলা আৰু ছিকিমৰ সৈতে সীমান্ত ভাগ কৰা পশ্চিম বংগৰ উত্তৰ প্ৰান্তৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি অঞ্চলৰ তীস্তা নদী অৱবাহিকা আৰু ইয়াৰ উপনৈসমূহৰ পৰা উদ্ধাৰ কৰে মৃতদেহ।

উত্তৰ ছিকিমত এতিয়াও সন্ধানহীন হৈ আছে ১৫ জন জোৱানসহ ১০৩ জন লোক।

ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুলেটিনত প্ৰকাশ কৰিছে যে আৱদ্ধ হৈ থকা ২৪১১ জন লোকক খালী কৰা হৈছে।

ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ ২৬টা সাহায্য শিবিৰত ৭৬৪৪ জন লোকক আশ্ৰয় প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে SDRF পুঁজিৰ পৰা ছিকিমলৈ ৪৪.৮ কোটি টকাৰ ধনৰাশিৰ অনুমোদন জনাই ৰাজ্যবাসীক সকাহ দিয়াৰ বাবে।

শ্বাহৰ নিৰ্দেশৰ পিছতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে, যিয়ে অতি সোনকালে ছিকিমৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ বানপানীৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিব (GLOF), ক্লাউডবাৰ্ষ্ট আৰু ফ্লেছ ফ্লাড, এক চৰকাৰী বিবৃতিত কোৱা হৈছে।

ঘটনাৰ পিছতে মুঠ ১০৩ জন লোক সন্ধানহীন হৈ আছে। ইয়াৰে পাকয়ঙত ৫৯ জন, গাংটকত ২২ জন, মাংগানত ১৭ জন আৰু নামচিত ৫ জন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

ছিকিমৰ মুখ্য সচিব ভি বি পাঠকে কয় যে ছিকিমৰ লাচেন, লাচুং আৰু চুংথাং অঞ্চলত আবদ্ধ হৈ থকা ৩০০০ পৰ্যটকক সেনাই উদ্ধাৰ কৰিব।

The post ছিকিমত বান বিভীষিকা, ৭ গৰাকী সেনা জোৱানসহ নিহত ২২ জন, সন্ধানহীন অনেক appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a6%be%e0%a6%a8-%e0%a6%ac%e0%a6%bf%e0%a6%ad%e0%a7%80%e0%a6%b7%e0%a6%bf%e0%a6%95%e0%a6%be-%e0%a7%ad-%e0%a6%97%e0%a7%b0%e0%a6%be/feed/ 0 44039
ছিকিম বিজেপিৰ প্ৰাক্তন সভাপতি ডি বি চৌহানৰ দলৰ পৰা পদত্যাগ… https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%87%e0%a6%aa%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a6%a4%e0%a6%a8-%e0%a6%b8/ https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%87%e0%a6%aa%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a6%a4%e0%a6%a8-%e0%a6%b8/#respond Mon, 20 Mar 2023 11:39:04 +0000 https://purbottar.com/?p=35501 ছিকিমৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ডি বি চৌহানে সোমবাৰে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। চৌহানে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক পদত্যাগ পত্ৰ দাখিল কৰে। ”আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ পত্ৰ আগবঢ়াব বিচাৰিছো। যোৱা ১০ বছৰ ধৰি মই দলত বেলেগ ক্ষমতাত কাম কৰিছিলো য’ত দলীয় মঞ্চৰ জৰিয়তে আমাৰ […]

The post ছিকিম বিজেপিৰ প্ৰাক্তন সভাপতি ডি বি চৌহানৰ দলৰ পৰা পদত্যাগ… appeared first on Purbottar Asomiya.

]]>
ছিকিমৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ডি বি চৌহানে সোমবাৰে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

চৌহানে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক পদত্যাগ পত্ৰ দাখিল কৰে।

”আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ পত্ৰ আগবঢ়াব বিচাৰিছো। যোৱা ১০ বছৰ ধৰি মই দলত বেলেগ ক্ষমতাত কাম কৰিছিলো য’ত দলীয় মঞ্চৰ জৰিয়তে আমাৰ ছিকিম ৰাজ্যক সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলো।” পদত্যাগ পত্ৰত এইদৰে উল্লেখ কৰে চৌহানে।

লগতে চৌহানে তেওঁক আৰু দলটোক সমৰ্থন কৰা সকলো দলীয় কৰ্মী, নেতা, শুভাকাংক্ষীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

”মই এতিয়া বুজিলোঁ যে পাৰ্টিত মোৰ সেৱাৰ আৰু প্ৰয়োজন নাই। দলৰ সকলো কৰ্মকৰ্তাক আগলৈ ভাল সময় কামনা কৰিলোঁ, ভগৱানে সকলোকে আশীৰ্বাদ কৰক।” তেওঁ পত্ৰখনত এইদৰে কয়।

The post ছিকিম বিজেপিৰ প্ৰাক্তন সভাপতি ডি বি চৌহানৰ দলৰ পৰা পদত্যাগ… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%87%e0%a6%aa%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a6%a4%e0%a6%a8-%e0%a6%b8/feed/ 0 35501
ছিকিমত ভয়ংকৰ ভূমিস্খলনত ২ সন্তানসহ নিহত মহিলা https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%ad%e0%a7%9f%e0%a6%82%e0%a6%95%e0%a7%b0-%e0%a6%ad%e0%a7%82%e0%a6%ae%e0%a6%bf%e0%a6%b8%e0%a7%8d%e0%a6%96%e0%a6%b2%e0%a6%a8%e0%a6%a4/ https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%ad%e0%a7%9f%e0%a6%82%e0%a6%95%e0%a7%b0-%e0%a6%ad%e0%a7%82%e0%a6%ae%e0%a6%bf%e0%a6%b8%e0%a7%8d%e0%a6%96%e0%a6%b2%e0%a6%a8%e0%a6%a4/#respond Tue, 28 Jun 2022 06:49:18 +0000 https://purbottar.com/?p=23128 ছিকিমৰ গেংটকৰ ৰংঙাই ডোকান দাৰা দেচিলিঙত ভূমিস্খলনত নিহত এগৰাকী মহিলা আৰু তেওঁৰ দুটা সন্তান। মঙলবাৰে বিষয়াসকলে জনোৱা মতে, যোৱা নিশা ১.৪৫ বজাত সংঘটিত হৈছে এই ঘটনা। চানবাৰী গেংটকৰ ৰঙাইত সংঘটিত ভূমিস্খলনত নিহত মহিলাগৰাকী ২৭ বছৰীয়া ডোমা শ্বেৰপা, তেওঁৰ ৮ বছৰীয়া পুত্ৰ আৰু এটি ৭ মহীয়া কেঁচুৱা। ডোমা শ্বেৰপাৰ স্বামীক এই শোকাৱহ কাণ্ডৰ বিষয়ে অৱগত কৰা […]

The post ছিকিমত ভয়ংকৰ ভূমিস্খলনত ২ সন্তানসহ নিহত মহিলা appeared first on Purbottar Asomiya.

]]>
ছিকিমৰ গেংটকৰ ৰংঙাই ডোকান দাৰা দেচিলিঙত ভূমিস্খলনত নিহত এগৰাকী মহিলা আৰু তেওঁৰ দুটা সন্তান।

মঙলবাৰে বিষয়াসকলে জনোৱা মতে, যোৱা নিশা ১.৪৫ বজাত সংঘটিত হৈছে এই ঘটনা।

চানবাৰী গেংটকৰ ৰঙাইত সংঘটিত ভূমিস্খলনত নিহত মহিলাগৰাকী ২৭ বছৰীয়া ডোমা শ্বেৰপা, তেওঁৰ ৮ বছৰীয়া পুত্ৰ আৰু এটি ৭ মহীয়া কেঁচুৱা।

ডোমা শ্বেৰপাৰ স্বামীক এই শোকাৱহ কাণ্ডৰ বিষয়ে অৱগত কৰা হৈছে। তেওঁ শিলিগুৰিত আছে আৰু অতি সোনকালে ঘূৰি আহিব।

ছিকিম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মতে, তেওঁলোকে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাত সহায় কৰি আহিছে।

The post ছিকিমত ভয়ংকৰ ভূমিস্খলনত ২ সন্তানসহ নিহত মহিলা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%ad%e0%a7%9f%e0%a6%82%e0%a6%95%e0%a7%b0-%e0%a6%ad%e0%a7%82%e0%a6%ae%e0%a6%bf%e0%a6%b8%e0%a7%8d%e0%a6%96%e0%a6%b2%e0%a6%a8%e0%a6%a4/feed/ 0 23128
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ https://purbottar.com/%e0%a6%aa%e0%a6%a5-%e0%a6%a6%e0%a7%81%e0%a7%b0%e0%a7%8d%e0%a6%98%e0%a6%9f%e0%a6%a8%e0%a6%be%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%a3-%e0%a6%97%e0%a6%b2-%e0%a6%a6%e0%a7%81/ https://purbottar.com/%e0%a6%aa%e0%a6%a5-%e0%a6%a6%e0%a7%81%e0%a7%b0%e0%a7%8d%e0%a6%98%e0%a6%9f%e0%a6%a8%e0%a6%be%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%a3-%e0%a6%97%e0%a6%b2-%e0%a6%a6%e0%a7%81/#respond Sat, 25 Jun 2022 11:28:00 +0000 https://purbottar.com/?p=23045 পূব ছিকিমৰ জুলুকত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত নিহত হয় ভাৰতীয় সেনাৰ দুজন জোৱান। শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। জোৱান কেইজনে নাথু লা সীমান্ত অঞ্চললৈ গৈ থকা অৱস্থাত তেওঁলোক থকা গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত নিহত হোৱা জোৱান কেইজন হৈছে য়ানগাং নগৰৰ কাৰোংথাঙৰ লেন্স নায়ক মনোজ চেত্ৰী আৰু মিৰিক নিবাসী চুবেদাৰ সোম বাহাদুৰ চুব্বা। দুয়োজন জোৱান কুপুপত […]

The post পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ appeared first on Purbottar Asomiya.

]]>
পূব ছিকিমৰ জুলুকত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত নিহত হয় ভাৰতীয় সেনাৰ দুজন জোৱান।

শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

জোৱান কেইজনে নাথু লা সীমান্ত অঞ্চললৈ গৈ থকা অৱস্থাত তেওঁলোক থকা গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাত নিহত হোৱা জোৱান কেইজন হৈছে য়ানগাং নগৰৰ কাৰোংথাঙৰ লেন্স নায়ক মনোজ চেত্ৰী আৰু মিৰিক নিবাসী চুবেদাৰ সোম বাহাদুৰ চুব্বা।

দুয়োজন জোৱান কুপুপত থকা ছিকিম স্কাউটত নিয়োজিত আছিল।

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে জোৱান দুজনৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, “শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা জ্ঞাপন কৰিছো।”

The post পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%aa%e0%a6%a5-%e0%a6%a6%e0%a7%81%e0%a7%b0%e0%a7%8d%e0%a6%98%e0%a6%9f%e0%a6%a8%e0%a6%be%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%a3-%e0%a6%97%e0%a6%b2-%e0%a6%a6%e0%a7%81/feed/ 0 23045
দুবছৰ পিছত কোভিড মুক্ত হ’ল ছিকিম… https://purbottar.com/%e0%a6%a6%e0%a7%81%e0%a6%ac%e0%a6%9b%e0%a7%b0-%e0%a6%aa%e0%a6%bf%e0%a6%9b%e0%a6%a4-%e0%a6%95%e0%a7%8b%e0%a6%ad%e0%a6%bf%e0%a6%a1-%e0%a6%ae%e0%a7%81%e0%a6%95%e0%a7%8d%e0%a6%a4-%e0%a6%b9/ https://purbottar.com/%e0%a6%a6%e0%a7%81%e0%a6%ac%e0%a6%9b%e0%a7%b0-%e0%a6%aa%e0%a6%bf%e0%a6%9b%e0%a6%a4-%e0%a6%95%e0%a7%8b%e0%a6%ad%e0%a6%bf%e0%a6%a1-%e0%a6%ae%e0%a7%81%e0%a6%95%e0%a7%8d%e0%a6%a4-%e0%a6%b9/#respond Sat, 28 May 2022 11:32:14 +0000 https://purbottar.com/?p=21985 সুদীৰ্ঘ ২ বছৰৰ মূৰত কোভিযমুক্ত হ’ল ছিকিম। স্বাস্থ্য বিভাগে জনোৱা মতে, শুকুৰবাৰে কোভিড আক্ৰান্ত দুয়োজন ৰোগী সুস্থ হৈ উঠাৰ পিছতে কোভিডমুক্ত ৰাজ্য হিচাপে পৰিগণিত হয় ছিকিম। যোৱা ২৪ ঘণ্টাত পৰীক্ষা কৰা ৮৪টা নমুনাৰ ভিতৰত ৰাজ্যত নতুনকৈ কোনো লোক আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে। ছিকিমত মুঠ ৩৯,১৬৫জন ক’ভিড-১৯ত আক্ৰান্ত হৈছে, আৰু এই পৰ্যন্ত ৩৭,৯৬৬জন […]

The post দুবছৰ পিছত কোভিড মুক্ত হ’ল ছিকিম… appeared first on Purbottar Asomiya.

]]>
সুদীৰ্ঘ ২ বছৰৰ মূৰত কোভিযমুক্ত হ’ল ছিকিম। স্বাস্থ্য বিভাগে জনোৱা মতে, শুকুৰবাৰে কোভিড আক্ৰান্ত দুয়োজন ৰোগী সুস্থ হৈ উঠাৰ পিছতে কোভিডমুক্ত ৰাজ্য হিচাপে পৰিগণিত হয় ছিকিম।

যোৱা ২৪ ঘণ্টাত পৰীক্ষা কৰা ৮৪টা নমুনাৰ ভিতৰত ৰাজ্যত নতুনকৈ কোনো লোক আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

ছিকিমত মুঠ ৩৯,১৬৫জন ক’ভিড-১৯ত আক্ৰান্ত হৈছে, আৰু এই পৰ্যন্ত ৩৭,৯৬৬জন ৰোগী সুস্থ হৈ উঠিছে, আনহাতে উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰা বাহিৰলৈ প্ৰব্ৰজন কৰিছে ৭৪৭জন।

ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫২ জন বুলি বিভাগটোৱে প্ৰকাশ কৰিছে।

দিল্লীৰ পৰা উভতি অহা এগৰাকী ২৫ বছৰীয়া ছাত্ৰৰ দেহত পজিটিভ ধৰা পৰাৰ পিছতে ২০২০ চনৰ ২৩ মে’ত ছিকিমত প্ৰথমটো ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

The post দুবছৰ পিছত কোভিড মুক্ত হ’ল ছিকিম… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%a6%e0%a7%81%e0%a6%ac%e0%a6%9b%e0%a7%b0-%e0%a6%aa%e0%a6%bf%e0%a6%9b%e0%a6%a4-%e0%a6%95%e0%a7%8b%e0%a6%ad%e0%a6%bf%e0%a6%a1-%e0%a6%ae%e0%a7%81%e0%a6%95%e0%a7%8d%e0%a6%a4-%e0%a6%b9/feed/ 0 21985
পৰ্যটক সকলৰ বাবে সুখবৰ: আজিৰে পৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি। https://purbottar.com/good-news-for-tourists-tourists-are-allowed-to-travel-to-sikkim-from-today/ https://purbottar.com/good-news-for-tourists-tourists-are-allowed-to-travel-to-sikkim-from-today/#respond Mon, 05 Jul 2021 11:15:13 +0000 http://purbottar.com/?p=11972 পৰ্যটক সকলৰ বাবে সুখবৰ,যি সকলে ছিকিমলৈ ভ্ৰমণ কৰিবলৈ যোৱাৰ হেপাহ মনত পুহি ৰাখিছে তেওঁলোকে এটিয়াৰে পৰা যাব পাৰিব ছিকিম ভ্ৰমণ কৰিবলৈ। আজিৰে পৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি দিছে চৰকাৰে।দেওবাৰে ছিকিম চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি পৰ্যটক সকলৰ বাবে কঢ়িয়াই আনিছে সুখৰ বতৰা। ক’ভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি দিছে চৰকাৰে। […]

The post পৰ্যটক সকলৰ বাবে সুখবৰ: আজিৰে পৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি। appeared first on Purbottar Asomiya.

]]>
পৰ্যটক সকলৰ বাবে সুখবৰ,যি সকলে ছিকিমলৈ ভ্ৰমণ কৰিবলৈ যোৱাৰ হেপাহ মনত পুহি ৰাখিছে তেওঁলোকে এটিয়াৰে পৰা যাব পাৰিব ছিকিম ভ্ৰমণ কৰিবলৈ। আজিৰে পৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি দিছে চৰকাৰে।দেওবাৰে ছিকিম চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি পৰ্যটক সকলৰ বাবে কঢ়িয়াই আনিছে সুখৰ বতৰা। ক’ভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি দিছে চৰকাৰে। ছিকিমৰ গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি, যিসকল পৰ্যটকে দুই পালি ক’ভিড টিকাকৰণ গ্ৰহণ কৰিছে সেইসকলে মেলি আৰু ৰাংপো তালাচী চকীয়েদি প্ৰৱেশ কৰিব পাৰিব।উল্লেখযোগ্য যে, ক’ভিডৰ সংক্ৰমণত এই বৰ্ষৰ মাৰ্চৰ মাহৰ পৰাই ছিকিম চৰকাৰে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি ৰাখিছিল।

The post পৰ্যটক সকলৰ বাবে সুখবৰ: আজিৰে পৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি। appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/good-news-for-tourists-tourists-are-allowed-to-travel-to-sikkim-from-today/feed/ 0 11972
চিকিমত জীৱন কৌশল অনুষ্ঠান https://purbottar.com/%e0%a6%9a%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%9c%e0%a7%80%e0%a7%b1%e0%a6%a8-%e0%a6%95%e0%a7%8c%e0%a6%b6%e0%a6%b2-%e0%a6%85%e0%a6%a8%e0%a7%81%e0%a6%b7%e0%a7%8d%e0%a6%a0%e0%a6%be/ https://purbottar.com/%e0%a6%9a%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%9c%e0%a7%80%e0%a7%b1%e0%a6%a8-%e0%a6%95%e0%a7%8c%e0%a6%b6%e0%a6%b2-%e0%a6%85%e0%a6%a8%e0%a7%81%e0%a6%b7%e0%a7%8d%e0%a6%a0%e0%a6%be/#respond Thu, 15 Oct 2020 08:49:38 +0000 http://purbottar.com/?p=5564 আৰবি, ফ্লেগশ্বিপ ডেট্টল ‘ বেনেগা স্বাষ্ট ইণ্ডিয়াৰ উদ্যোগত প্ৰাইমাছ পাৰ্টনাৰশ্বিপৰ সৈতে এক অনন্য জীৱনৰ দক্ষতা অনুষ্ঠান শিশুসকলৰ বাবে ′′ চৰাই আৰু মৌমাখিৰ কথা ′′ (বিবিটি) ৰ সৈতে । মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাংৰ উপস্থিতিত ছিকিমত 10-19 বছৰ বয়সৰ শিশু সকলৰ বাবে পাঠ্যক্ৰম মুকলি কৰা হয়, শিক্ষামন্ত্ৰী শ্ৰী কুঙ্গা নিমা লেপচা, স্বাস্থ্য মন্ত্ৰী ড মণি কুমাৰ […]

The post চিকিমত জীৱন কৌশল অনুষ্ঠান appeared first on Purbottar Asomiya.

]]>
আৰবি, ফ্লেগশ্বিপ ডেট্টল ‘ বেনেগা স্বাষ্ট ইণ্ডিয়াৰ উদ্যোগত প্ৰাইমাছ পাৰ্টনাৰশ্বিপৰ সৈতে এক অনন্য জীৱনৰ দক্ষতা অনুষ্ঠান শিশুসকলৰ বাবে ′′ চৰাই আৰু মৌমাখিৰ কথা ′′ (বিবিটি) ৰ সৈতে । মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাংৰ উপস্থিতিত ছিকিমত 10-19 বছৰ বয়সৰ শিশু সকলৰ বাবে পাঠ্যক্ৰম মুকলি কৰা হয়, শিক্ষামন্ত্ৰী শ্ৰী কুঙ্গা নিমা লেপচা, স্বাস্থ্য মন্ত্ৰী ড মণি কুমাৰ শৰ্মা, শিক্ষা সম্পাদক শ্ৰী অনিল ৰাজ ৰায়, সমাজ ন্যায়িক ন্যায় & কল্যাণ সম্পাদক শ্ৰী টচেউং গ্যাচো, এডএল । মুখ্য সম্পাদক শ্ৰী জি পি উপধ্যয়া আৰু স্বাস্থ্য পি এছ শ্ৰী কাৰেটি সানিবুলু । ইণ্টেণ্ট (লই) ৰ এখন চিঠিও স্বাক্ষৰ কৰা হৈছিল । এই জটিল জীৱনৰ দক্ষতা পাঠ্যক্ৰমটোৱে শিশুসকলক সঠিক, সত্য ভিত্তিক আৰু বয়সীয়াল আৰু বয়সৰ-উপযুক্ত তথ্য প্ৰদান কৰাত সহায় কৰিব ।

পাৰ্টনাৰশ্বিপ উদ্যোগত মন্তব্য কৰি ৰবি ভাটনগৰ, পৰিচালক, বাহ্যিক পৰিৰ্ৱতন আৰু পাৰ্টনাৰশ্বিপ, ৰেকিট বেঞ্চকিজাৰ স্বাস্থ্য এএমESA য়ে কৈছে, ′′ শিক্ষা হৈছে সামাজিক পৰিৱৰ্তন আৰু শিশুসকলৰ বাবে শক্তিশালী অঞ্চল । ভাৰতে বৃহত শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে য ‘ ত জীৱনৰ দক্ষতা থকা হলিষ্টিক পাঠ্যক্ৰমৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে অন্তৰ্ভুক্ত কৰে । বৰ্তমান, সাধাৰণতে বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু বেছিভাগ বিদ্যালয়, শিক্ষক আৰু অভিভাৱকক প্ৰয়োজনীয় তথ্য দিবলৈ যোগ্য নহয় । শিশুসকলৰ ভালৰ প্ৰতি লক্ষ্য ৰাখি, আমি গৰ্বিত আৰু সন্মানিত চিক্কিমৰ চৰকাৰৰ সৈতে এই পাৰ্টনাৰশ্বিপটো আৰম্ভ কৰাৰ বাবে, প্ৰাপ্তবয়স্ক শিশুৰ বাবে এক অসাধাৰণ জীৱন দক্ষতা অনুষ্ঠান । এই পাঠ্যক্ৰমৰ জৰিয়তে আমি জীৱন কৌশলৰ গুৰুত্বৰ সজাগতাৰ লক্ষ্য ৰাখো যাতে সকলো প্ৰাপ্তবয়স্কই এক সুৰক্ষিত পৰিৱেশত ডাঙৰ হয়.”

চৰকাৰী আৰু মৌমাখিৰ কথা-বাৰ্তা অনুষ্ঠান কাৰ্যকৰী কৰা হ ‘ ব আৰু চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয়সমূহ । ৰাজ্যৰ শিক্ষানীতি সংস্কাৰিত হোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলত এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ ছিক্কিম এখন আদৰ্শ ৰাজ্য । আমোদজনকভাৱে, এই পাঠ্যক্ৰমৰ অধীনত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক আৰু শেহতীয়াভাৱে ঘোষণা কৰা নতুন শিক্ষা নীতি 2020. ৰ অধীনত, নামভৰ্তি কৰা বিদ্যালয়ৰ শিক্ষক নিযুক্তি দিয়া হ ‘ ব & সমকক্ষ । এই শিক্ষক সকলৰ প্ৰশিক্ষণ অতি সোনকালে আৰম্ভ হ ‘ ব শিশুসকলক উন্নত প্ৰশিক্ষণৰ বাবে । 27 ঘণ্টাৰ পাঠৰ অনুষ্ঠানৰ অনন্য ডিজাইনখনে বিদ্যালয়সমূহক এখন ষ্টেগজ ফৰ্মেটত শিকাবলৈ অনুমতি দিছে, বছৰটোৰ ওপৰত বিয়পাই দিছে ।

The post চিকিমত জীৱন কৌশল অনুষ্ঠান appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9a%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae%e0%a6%a4-%e0%a6%9c%e0%a7%80%e0%a7%b1%e0%a6%a8-%e0%a6%95%e0%a7%8c%e0%a6%b6%e0%a6%b2-%e0%a6%85%e0%a6%a8%e0%a7%81%e0%a6%b7%e0%a7%8d%e0%a6%a0%e0%a6%be/feed/ 0 5564
কটনিয়ানৰ উদ্যোগ বানপীড়িতলৈ টিনপাত আৰু সাহাৰ্য প্ৰদান https://purbottar.com/%e0%a6%95%e0%a6%9f%e0%a6%a8%e0%a6%bf%e0%a7%9f%e0%a6%be%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a7%8b%e0%a6%97-%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a6%aa%e0%a7%80%e0%a7%9c%e0%a6%bf%e0%a6%a4/ https://purbottar.com/%e0%a6%95%e0%a6%9f%e0%a6%a8%e0%a6%bf%e0%a7%9f%e0%a6%be%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a7%8b%e0%a6%97-%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a6%aa%e0%a7%80%e0%a7%9c%e0%a6%bf%e0%a6%a4/#respond Wed, 02 Sep 2020 09:44:08 +0000 http://purbottar.com/?p=4747 চাৰ্ভিঙ হেপিনেছ আৰু কটন বিশ্ববিদ্যালয়ৰ মানৱতাৰ দেৱাল নামৰ দুই স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা তামিলনাডুৰ Hope নামৰ স্বেচ্ছাসেৱীৰ সহযোগত নগাঁও জিলাৰ কামপুৰৰ অঞ্চলৰ গাৰুখুন্দা গাৱঁৰ বানত ক্ষতিগ্রস্ত প্ৰায় ২০০ ঘৰ মানুহক অত্যাবশ্যকীয় সামগ্রী প্ৰদানৰ লগতে বানত ক্ষয় ক্ষতি হোৱা ঘৰ নিৰ্মাণৰ বাবে প্ৰায় ১০ ঘৰ মানুহক টিনপাত দিয়াৰ লগতে খাদ্য বস্তু,শিশু খাদ্য,চেনেটেৰী পেদ আদিৰে সাহাৰ্য্য আগবঢ়োৱা হয় […]

The post কটনিয়ানৰ উদ্যোগ বানপীড়িতলৈ টিনপাত আৰু সাহাৰ্য প্ৰদান appeared first on Purbottar Asomiya.

]]>
চাৰ্ভিঙ হেপিনেছ আৰু কটন বিশ্ববিদ্যালয়ৰ মানৱতাৰ দেৱাল নামৰ দুই স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা তামিলনাডুৰ Hope নামৰ স্বেচ্ছাসেৱীৰ সহযোগত নগাঁও জিলাৰ কামপুৰৰ অঞ্চলৰ গাৰুখুন্দা গাৱঁৰ বানত ক্ষতিগ্রস্ত প্ৰায় ২০০ ঘৰ মানুহক অত্যাবশ্যকীয় সামগ্রী প্ৰদানৰ লগতে বানত ক্ষয় ক্ষতি হোৱা ঘৰ নিৰ্মাণৰ বাবে প্ৰায় ১০ ঘৰ মানুহক টিনপাত দিয়াৰ লগতে খাদ্য বস্তু,শিশু খাদ্য,চেনেটেৰী পেদ আদিৰে সাহাৰ্য্য আগবঢ়োৱা হয় বুলি তেওঁলোকৰ সদস্যবোৰে জানিবলৈ দিয়ে ।

ইয়াৰ পূৰ্বেও দুয়োটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মৰিগাঁও,হাজো, নগাঁও আদিৰ বিভিন্ন ঠাইত সাহাৰ্য্য প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে ।যি সময়ত চৰকাৰৰ আচঁনি কেৱল ঘোষণাতে সীমাবদ্ধ থাকে আৰু জনসধাৰণৰ মাজলৈ গৈ নাপায়,সেই সময়ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।কটনিয়ান সকলৰ প্ৰচেষ্টাত গাৰুখুন্দা গাঁৱৰ ৰাইজে শিক্ষার্থী সকলৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে ভৱিষ্যত জীৱনৰ সফলতাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে ।উল্লেখযোগ্য যে বানৰ ফলত পঢ়িবলৈ অনুপযোগী হৈ পৰা ১খন বিদ্যালয়ত টিনপাত প্ৰদানৰ লগতে কিছু আৰ্থিক সহায় আগবঢ়াই ।

The post কটনিয়ানৰ উদ্যোগ বানপীড়িতলৈ টিনপাত আৰু সাহাৰ্য প্ৰদান appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%95%e0%a6%9f%e0%a6%a8%e0%a6%bf%e0%a7%9f%e0%a6%be%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a7%8b%e0%a6%97-%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a6%aa%e0%a7%80%e0%a7%9c%e0%a6%bf%e0%a6%a4/feed/ 0 4747