শুকুৰবাৰেও উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে শ্যামকানু মহন্তই। ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত পুনৰ হ’ব শ্যামকানু মহন্তৰ জামিনৰ শুনানি।
ইফালে, সিদ্ধাৰ্থ শৰ্মায়ো জামিন লাভ নকৰিলে। আনহাতে, অমৃতপ্ৰভা মহন্তৰ জামিনৰ প্ৰসংগত ১৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব।
তিনিওগৰাকী অভিযুক্তৰ জামিনক লৈ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানিৰ দিনলৈ অপেক্ষা কৰিব লাগিব।
