প্ৰদূষণৰ কবলত পৰিছে নতুন দিল্লী
ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী আৰু ৰাজধানীক্ষেত্ৰ। দিল্লীবাসীয়ে দৈনিক ২৬টাকৈ চিগাৰেটৰ সেৱনৰ সমান বায়ু প্ৰদূষণৰ মাজত বসবাস কৰিবলগীয়া হৈছে।বায়ু প্ৰদূষণৰ...
ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছতেই চিন্তাত পৰিছে ইৰাণ
ড'নাল্ড ট্ৰাম্পৰ হোৱাইট হাউচলৈ উভতি অহাৰ ফলত চিন্তা বৃদ্ধি হ'ব পাৰে ইৰাণৰ। ইয়াৰ মাজতে ইৰাণৰ প্ৰাক্তন IRGC কমাণ্ডাৰে ট্ৰাম্পক লৈ মন্তব্য প্ৰদান কৰিছে ।...
এইবাৰ শ্বাহৰুখ খানে লাভ কৰিছে হত্যাৰ ভাবুকি
ছলমান খানৰ পিছত এইবাৰ বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে লাভ কৰিছে মৃত্যুৰ ভাবুকি। শ্বাহৰুখ খানক ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। সূত্ৰ অনুসৰি, ফোনটো ফৈজান নামৰ এজন...
দ্বিতীয়বাৰৰ বাবে আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প। কমলা হেৰিছক পৰাজিত কৰি হোৱাইট হাউচ যাবলৈ সাজু ট্ৰাম্প। জয়ৰ নিশ্চিয়তা হোৱাৰ পাছতেই ট্ৰাম্পে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন...
আজিৰ পৰা ৰাজ্যত আৰম্ভ পিতৃ-মাতৃ বন্দনা আঁচনি
আজিৰ পৰা ৰাজ্যত আৰম্ভ পিতৃ-মাতৃ বন্দনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে নৈমিত্তিক ছুটী লাভ কৰিব। পিতৃ- মাতৃ, শহুৰ- শাহুৰ লগত সময় পাৰ কৰিবলৈ...
চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
অসম গৌৰৱ এশিঙীয়া গঁড় চোৰাং চিকাৰ সৈতে জড়িত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, এই চাৰি চোৰাং চিকাৰী ওৰাং...
দীঘলীপুখুৰী পাৰৰ গছ নকটাৰ সিদ্ধান্ত চৰকাৰৰ
দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি গছবোৰ নকটাৰ দাবীত প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে নিৰ্মীয়মাণ উৰণসেতু আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । নতুন আৰ্হি...
অৰুণাচলত উদ্ধাৰ অসমৰ যুৱকৰ মৃ*তদেহ
অৰুণাচলত উদ্ধাৰ অসমৰ যুৱকৰ মৃ*তদেহ৷
লোহিত জিলাৰ পৰশুৰাম কুণ্ডৰ সমীপত উদ্ধাৰ শম্ভু তপন্ন নামৰ যুৱকজনৰ মৃ*তদেহ৷
২৮ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শম্ভু৷
কালীপূজাত...
মহাৰাষ্ট্ৰৰ নতুন DGP নিযুক্তি
মহাৰাষ্ট্ৰৰ নতুন DGP নিযুক্তি।
IPS বিষয়া সঞ্জয় বাৰ্মা হ'ব মহাৰাষ্ট্ৰৰ নতুন DGP।
দেশৰ নিৰ্বাচন আয়োগে DGP হিচাপে নিযুক্তি দিয়ে সঞ্জয় বাৰ্মাক।
১৯৯০ বেটছৰ IPS...
পক্ষপাতিত্ব আৰু ভুল তথ্যৰ বহু অভিযোগত ৱিকিপিডিয়ালৈ কেন্দ্ৰৰ জাননী
পক্ষপাতিত্ব আৰু ভুল তথ্যৰ বহু অভিযোগত ৱিকিপিডিয়ালৈ কেন্দ্ৰৰ জাননী। ৱিকিপিডিয়াক কিয় মধ্যস্থতাকাৰীৰ পৰিৱৰ্তে প্ৰকাশক হিচাপে গণ্য কৰা উচিত নহয় বুলি প্ৰশ্ন কেন্দ্ৰৰ। শেহতীয়াকৈ দিল্লী...