কাইলৈ ইছলাম ধৰ্মীৰ লোকৰ পৱিত্ৰ ঈদ

ঈদ-উল-ফিতৰ মুছলমানসকলৰ এক প্ৰধান উৎসৱ। ইয়াৰ জৰিয়তে পবিত্ৰ ৰমজান মাহৰ অন্ত পৰে, যিটো ৰোজা আৰু আত্মসংযমৰ মাহ। ইছলামিক কেলেণ্ডাৰ অনুসৰি শ্বাৱাল মাহৰ প্ৰথম দিনটোত...

নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

কথুৱা জিলাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ হাতত নিহত ৩ জন সন্ত্ৰাসবাদী। এই এনকাউণ্টাৰত তিনিজন নিৰাপত্তাৰক্ষীয়ো জোৱানো...

আজি ২-২০ বজাৰ পৰা আৰম্ভ হৈছে সূৰ্যগ্ৰহণ

ভাৰতীয় সময় অনুসৰি ২৯ মাৰ্চৰ দুপৰীয়া ২-২০ বজাৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ। একেদৰে সন্ধিয়া ৪-১৭ বজাত শেষ হ’ব সূৰ্যগ্ৰহণৰ পৰিঘটনা। এই গ্ৰহণ মীন আৰু...

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন

গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন। কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা তলত পৰি মৃত্যুক সাৱতিলে এজন শ্ৰমিকে। শ্ৰমিকগৰাকীৰ নাম অবিনাশ দলে। চেফটি বেল্ট খুলি...

ফুলকবি আপোনাৰ প্ৰিয় নে

শৰীৰ সুস্থ ৰাখিবলৈ সেউজীয়া শাক- পাচলি গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়। ভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এই সেউজীয়া শাক – পাচলি সমূহৰ নিয়মীয়া ব্যৱহাৰে আমাৰ শৰীৰক...

সুৰাপান কৰি উদ্ভাণ্ডলী কৰা এতিয়া যেন ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে

সুৰাপান কৰি উদ্ভাণ্ডলী কৰা এতিয়া যেন ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। শেহতীয়াকৈ এগৰাকী যুৱতীৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।কিছুদিন পূৰ্বে সুৰাপান কৰা এগৰাকী যুৱতীৰ অভদ্ৰামীৰ...

অসম আৰক্ষীৰ বৃহৎ সাফল্য

ড্ৰাগছৰ বিৰুদ্ধে সদা সষ্টম হৈ আছে আৰক্ষী । কিন্তু তাৰ মাজতেই আৰক্ষীৰ চকুত ধূলি দি এই বৰবিহৰ সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই । শেহতীয়াকৈ...

চাজিনা পাতৰ উপকাৰীতাৰ বিষয়ে জানেনে

চজিনা বুলি ক’লে তাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই । আমাৰ সমাজত এইবিধ পাচলিৰ প্ৰচলন কালৰ পৰাই আছে । কিন্তু প্ৰাসংগিক কথাটো হ’ল...

হ্ৰাস পাব বিদ্যুতৰ মাচুল

সৰ্বসাধাৰণলৈ সকাহ অসম বিদ্যুৎ নিয়ামক আয়োগৰ ।উৎকট গৰম আৰম্ভ হোৱাৰ পূৰ্বে বিদ্যুৎ নিয়ামক আয়োগে এই সকাহ দিলে ৰাইজক । কিয়নো বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ...

পুনৰ বাংলাদেশী নাগৰিকক আটক

পুনৰ তিনি বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়নৰ ব্যৱস্থা কৰে অসম আৰক্ষীয়ে । অসমৰ শ্ৰীভূমি জিলাত বাংলাদেশী নাগৰিক কেইজনক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা...

Latest article

জক’ভিচক পৰাস্ত কৰি মিয়ামি অ’পেনৰ চেম্পিয়ন জাকুব মেনচিক

চেক গণৰাজ্যৰ তাৰকা জাকুব মেনচিকে ছাৰ্বিয়ান টেনিছৰ তাৰকা ন'ভাক জক'ভিচক পৰাস্ত কৰি মিয়ামি অ'পেন খিতাপ জয় কৰে। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত পুৰুষৰ একক ফাইনেলত...

ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমণা বিচিচিআইৰ

ৰিয়ান পৰাগে চলিত আই পি এলত মুঠ তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিছে আৰু এখনত জয়লাভ কৰিছে। প্ৰাৰম্ভিক দুখন মেচত পৰাজিত হোৱাৰ পিছত ৰয়েলছে...

অসমত মীন পালন আৰু জীৱিকা বৃদ্ধিৰ বাবে ২০৯ কোটি টকাৰ ঋণ প্ৰদান জাইকাৰ

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই ৩,৫৮০ মিলিয়ন জাপানীজ য়েন(প্ৰায় ২০৮ কোটি টকা) মূল্যৰ মীন পালনৰ এক ঋণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মীন...