মেঘালয়ৰ Archives - Purbottar Asomiya https://purbottar.com/category/মেঘালয়ৰ/ Tue, 20 Feb 2024 12:25:52 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png মেঘালয়ৰ Archives - Purbottar Asomiya https://purbottar.com/category/মেঘালয়ৰ/ 32 32 178360463 অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিকে ব্যৱহাৰ কৰে পৰম্পৰাগত ইন্ধন https://purbottar.com/more-than-50-percent-of-the-rural-population-in-assam-arunachal-pradesh-and-meghalaya-uses-traditional-fuels/ https://purbottar.com/more-than-50-percent-of-the-rural-population-in-assam-arunachal-pradesh-and-meghalaya-uses-traditional-fuels/#respond Tue, 20 Feb 2024 12:25:05 +0000 https://purbottar.com/?p=48887 উত্তৰ-পূবৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক লোকে পৰম্পৰাগত ইন্ধন যেনে কাঠ আৰু মিশ্ৰিত বায়োমাছ ৰন্ধনৰ বাবে ব্যৱহাৰ কৰে, যাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাণ্ডিৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে । ফ্ৰান্সৰ ইনষ্টিটিউট নেচনেল ডি ৰেচাৰ্চে এট ডি’স্কুৰিট (আইএনআৰএছ) আৰু ভাৰতৰ নেচনেল ফিজিকেল লেবৰেটৰী […]

The post অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিকে ব্যৱহাৰ কৰে পৰম্পৰাগত ইন্ধন appeared first on Purbottar Asomiya.

]]>
উত্তৰ-পূবৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক লোকে পৰম্পৰাগত ইন্ধন যেনে কাঠ আৰু মিশ্ৰিত বায়োমাছ ৰন্ধনৰ বাবে ব্যৱহাৰ কৰে, যাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাণ্ডিৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে ।

ফ্ৰান্সৰ ইনষ্টিটিউট নেচনেল ডি ৰেচাৰ্চে এট ডি’স্কুৰিট (আইএনআৰএছ) আৰু ভাৰতৰ নেচনেল ফিজিকেল লেবৰেটৰী (চিএছআইআৰ-এনপিএল)ৰ সহযোগত কৰা এই অধ্যয়নটোৰ উদ্দেশ্য হৈছে এলপিজিৰ তুলনাত ৰন্ধনৰ বাবে বায়োমাছ ইন্ধন ব্যৱহাৰৰ সৈতে সম্পৰ্কিত গম্ভীৰতা আৰু ইয়াৰ ফলত হোৱা ৰোগৰ ঘটনা মূল্যাঙ্কন কৰা। অধ্যয়নটোৱে দেখুৱাইছে যে এলপিজি ব্যৱহাৰ কৰা পাকঘৰতকৈ কাঠ বা বায়োমাছ ব্যৱহাৰ কৰি পাকঘৰ অধিক ক্ষতিকাৰক ।

The post অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিকে ব্যৱহাৰ কৰে পৰম্পৰাগত ইন্ধন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/more-than-50-percent-of-the-rural-population-in-assam-arunachal-pradesh-and-meghalaya-uses-traditional-fuels/feed/ 0 48887
হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ-আৰণ্যকৰ উদ্যোগত বি এছ এফৰ বিষয়া – জোৱানৰ মাজত সজাগতা সৃষ্টি https://purbottar.com/coexistence-with-elephants-meghalaya-forest-department-forest-department-organizes-awareness-campaign-among-bsf-officers-and-soldiers/ https://purbottar.com/coexistence-with-elephants-meghalaya-forest-department-forest-department-organizes-awareness-campaign-among-bsf-officers-and-soldiers/#respond Tue, 20 Feb 2024 10:11:23 +0000 https://purbottar.com/?p=48865 মেঘালয়ৰ বান বিভাগে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক সহযোগত ৰাজ্যখনৰ গাৰো পাহাৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানসকলৰ বাবে এছিয়ান হাতী সম্পৰ্কীয় সজাগতা সৃষ্টিৰ এটা কাৰ্যসূচী অনুষ্ঠিত কৰে। ভাৰত – বাংলাদেশৰ সীমান্তৰ এই অঞ্চলত পহৰাত নিয়োজিত বি এছ এফৰ জোৱানসকলে সঘনাই এই বৃহাদাকাৰ প্ৰানীবিধৰ (এছিয়ান হাতী) সন্মুখীন হয় ।  […]

The post হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ-আৰণ্যকৰ উদ্যোগত বি এছ এফৰ বিষয়া – জোৱানৰ মাজত সজাগতা সৃষ্টি appeared first on Purbottar Asomiya.

]]>
মেঘালয়ৰ বান বিভাগে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক সহযোগত ৰাজ্যখনৰ গাৰো পাহাৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানসকলৰ বাবে এছিয়ান হাতী সম্পৰ্কীয় সজাগতা সৃষ্টিৰ এটা কাৰ্যসূচী অনুষ্ঠিত কৰে। ভাৰত – বাংলাদেশৰ সীমান্তৰ এই অঞ্চলত পহৰাত নিয়োজিত বি এছ এফৰ জোৱানসকলে সঘনাই এই বৃহাদাকাৰ প্ৰানীবিধৰ (এছিয়ান হাতী) সন্মুখীন হয় ।  অঞ্চলটোত কেতিয়াবা হাতী আৰু মানুহৰ সংঘাতৰ ঘটনাও ঘটে ।

সীমান্ত সুৰক্ষা বাহিনীয়ে এছিয়ান হাতীৰ আচৰণ আৰু সহাৱস্থানৰ সম্ভাৱ্য ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে মেঘালয়ৰ বন বিভাগক আমন্ত্ৰণ জনাইছিল। আৰণ্যকৰ এটা সমল গোটৰ সহায়ত মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ মহাদেউস্থিত বি এছ এফৰ ১ম বেটেলিয়নত ১৬ ফেব্ৰুৱাৰীত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আৰণ্যকৰ বিষয়া অভিজিৎ বৰুৱাই ‘এনকাউন্টাৰিং দ্যা জায়েণ্টছ : আন্দাৰষ্টেণ্ডিং এলিফেণ্ট বিহেভিয়াৰছ’শীৰ্ষক আৰু আন এগৰাকী বিষয়া অনুষ্কা শইকীয়াই ‘মানৱ-হাতী সংঘাতৰ পৰা সহাৱস্থানলৈ’শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

The post হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ-আৰণ্যকৰ উদ্যোগত বি এছ এফৰ বিষয়া – জোৱানৰ মাজত সজাগতা সৃষ্টি appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/coexistence-with-elephants-meghalaya-forest-department-forest-department-organizes-awareness-campaign-among-bsf-officers-and-soldiers/feed/ 0 48865
মেঘালয়ত দুৰ্বৃত্তৰ শিলাক্রমণত আহত কমেও দুগৰাকী BSF জোৱান https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a6%a4-%e0%a6%a6%e0%a7%81%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a7%83%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a7%b0-%e0%a6%b6%e0%a6%bf%e0%a6%b2%e0%a6%be/ https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a6%a4-%e0%a6%a6%e0%a7%81%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a7%83%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a7%b0-%e0%a6%b6%e0%a6%bf%e0%a6%b2%e0%a6%be/#respond Mon, 26 Jun 2023 10:15:29 +0000 https://purbottar.com/?p=39802 দেওবাৰে নিশা মেঘালয়ত নিৰাপত্তাৰক্ষীৰ ওপৰত দুস্কৃতিকাৰীৰ শিল আৰু খালী সুৰাৰ বটল আক্ৰমণত কমেও দুজন বি এছ এফ জোৱান আহত হয়। এই ঘটনাৰ পিছতে প্ৰত্যুত্তৰ হিচাপে গুলিচালনা কৰিবলৈ বাধ্য হয় নিৰাপত্তাৰক্ষীয়েও। মেঘালয় ফ্ৰণ্টিয়াৰ বিএছএফৰ এক বিজ্ঞপ্তি অনুসৰি, ওল্ড উমছিয়েমৰ ষ্টেণ্ডিং পেট্ৰ’ল বেছত নিয়োজিত বিএছএফৰ চতুৰ্থ বেটেলিয়নৰ জোৱানসকলে দেওবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ ডাউকি-পাইনাৰ্চলা পথত দুৰ্বৃত্তৰ চলাচল […]

The post মেঘালয়ত দুৰ্বৃত্তৰ শিলাক্রমণত আহত কমেও দুগৰাকী BSF জোৱান appeared first on Purbottar Asomiya.

]]>
দেওবাৰে নিশা মেঘালয়ত নিৰাপত্তাৰক্ষীৰ ওপৰত দুস্কৃতিকাৰীৰ শিল আৰু খালী সুৰাৰ বটল আক্ৰমণত কমেও দুজন বি এছ এফ জোৱান আহত হয়। এই ঘটনাৰ পিছতে প্ৰত্যুত্তৰ হিচাপে গুলিচালনা কৰিবলৈ বাধ্য হয় নিৰাপত্তাৰক্ষীয়েও।

মেঘালয় ফ্ৰণ্টিয়াৰ বিএছএফৰ এক বিজ্ঞপ্তি অনুসৰি, ওল্ড উমছিয়েমৰ ষ্টেণ্ডিং পেট্ৰ’ল বেছত নিয়োজিত বিএছএফৰ চতুৰ্থ বেটেলিয়নৰ জোৱানসকলে দেওবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ ডাউকি-পাইনাৰ্চলা পথত দুৰ্বৃত্তৰ চলাচল লক্ষ্য কৰে।

বিএছএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত বিএছএফৰ দলটোৱে অঞ্চলটোত তালাচী চলায়। বিএছএফে দিনটোৰ আৰম্ভণিতে একেটা অঞ্চলৰ পৰা ২,২১,০০০ টকাৰ কাপোৰৰ সামগ্ৰী জব্দ কৰি এনে ধৰণৰ আন এটা চোৰাং ব্যৱসায়ৰ প্ৰচেষ্টাও বিফল কৰিছিল।

বিজ্ঞপ্তিটোৱে আৰু জনোৱা হয় যে কিছু সময়ৰ পিছত কিছুমান দুৰ্বৃত্ত একত্ৰিত হৈছিল আৰু বিএছএফ ৰ চৌকিত প্ৰৱেশ কৰিছিল আৰু শিল আৰু খালী বটল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল।

The post মেঘালয়ত দুৰ্বৃত্তৰ শিলাক্রমণত আহত কমেও দুগৰাকী BSF জোৱান appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a6%a4-%e0%a6%a6%e0%a7%81%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a7%83%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a7%b0-%e0%a6%b6%e0%a6%bf%e0%a6%b2%e0%a6%be/feed/ 0 39802
ধাৰাসাৰ বৰষুণ! মেঘালয়ৰ এইখন জিলাত শুকুৰবাৰে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ https://purbottar.com/%e0%a6%a7%e0%a6%be%e0%a7%b0%e0%a6%be%e0%a6%b8%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a7%b0%e0%a6%b7%e0%a7%81%e0%a6%a3-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%8f/ https://purbottar.com/%e0%a6%a7%e0%a6%be%e0%a7%b0%e0%a6%be%e0%a6%b8%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a7%b0%e0%a6%b7%e0%a7%81%e0%a6%a3-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%8f/#respond Thu, 15 Jun 2023 11:47:37 +0000 https://purbottar.com/?p=39423 প্ৰতিকুল বতৰৰ বাবে ১৬ জুনত মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ উপায়ুক্তই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত ১৬ জুনত নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, মেঘালয়ত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা। আজি পূব জয়ন্তীয়া পাহাৰ জিলাৰ […]

The post ধাৰাসাৰ বৰষুণ! মেঘালয়ৰ এইখন জিলাত শুকুৰবাৰে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ appeared first on Purbottar Asomiya.

]]>
প্ৰতিকুল বতৰৰ বাবে ১৬ জুনত মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ।

এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ উপায়ুক্তই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত ১৬ জুনত নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, মেঘালয়ত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা। আজি পূব জয়ন্তীয়া পাহাৰ জিলাৰ সোণাপুৰ টাৰ্ণেলত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে।

ভূমিস্খলনৰ তথ্য লাভ কৰাৰ লগে লগে কৰ্তৃপক্ষই সেই স্থানত উপস্থিত হৈ পথ মুকলিত নামি পৰে। সম্প্ৰতি পথটো অৱৰোধ হৈ আছে আৰু একেখিনি পথ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

উমকিয়াং আৰক্ষীৰ সৈতে লুমছনং আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ – ৬ত গাড়ী চলোৱাৰ সময়ত চালকসকলক সাৱধানতাৰ পৰামৰ্শ দিছে।

ইফালে উত্তৰ-পূব অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত সাতখন ৰাজ্যত একাধিক ভূমিস্খলনৰ বাতৰি পোৱা গৈছে।

The post ধাৰাসাৰ বৰষুণ! মেঘালয়ৰ এইখন জিলাত শুকুৰবাৰে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%a7%e0%a6%be%e0%a7%b0%e0%a6%be%e0%a6%b8%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a7%b0%e0%a6%b7%e0%a7%81%e0%a6%a3-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%8f/feed/ 0 39423
মেঘালয়ৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন এনপিপিত অতি শীঘ্ৰে যোগদান কৰিব পিডিএফৰ দুই বিধায়কে… https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%a8%e0%a7%87/ https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%a8%e0%a7%87/#respond Thu, 13 Apr 2023 12:58:55 +0000 https://purbottar.com/?p=36714 মেঘালয়ৰ বিৰোধী দল পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ দুজন বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টিৰ চৰকাৰত যোগদান কৰিবলৈ সাজু হৈছে। কনৰাডৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা থকা পিডিএফ বিধায়ক দুগৰাকী হৈছে মাউকিনৰিউ সমষ্টিৰ বাণ্টেইডৰ লিংডো আৰু ছ’হৰাৰ গেভিন মাইলিয়াম। অতি সোনকালে দুয়োজন বিধায়কৰ নেশ্যনেল পিপলছ পাৰ্টিত যোগদান কৰাৰ জল্পনা-কল্পনাৰ লগে লগে এন পি পিৰ মুঠ শক্তি […]

The post মেঘালয়ৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন এনপিপিত অতি শীঘ্ৰে যোগদান কৰিব পিডিএফৰ দুই বিধায়কে… appeared first on Purbottar Asomiya.

]]>
মেঘালয়ৰ বিৰোধী দল পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ দুজন বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টিৰ চৰকাৰত যোগদান কৰিবলৈ সাজু হৈছে।

কনৰাডৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা থকা পিডিএফ বিধায়ক দুগৰাকী হৈছে মাউকিনৰিউ সমষ্টিৰ বাণ্টেইডৰ লিংডো আৰু ছ’হৰাৰ গেভিন মাইলিয়াম।

অতি সোনকালে দুয়োজন বিধায়কৰ নেশ্যনেল পিপলছ পাৰ্টিত যোগদান কৰাৰ জল্পনা-কল্পনাৰ লগে লগে এন পি পিৰ মুঠ শক্তি ২৮লৈ বৃদ্ধি পাব।

The post মেঘালয়ৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন এনপিপিত অতি শীঘ্ৰে যোগদান কৰিব পিডিএফৰ দুই বিধায়কে… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%a8%e0%a7%87/feed/ 0 36714
বিধায়ক থমাছ এ চাংমা মেঘালয় বিধানসভা অধ্যক্ষ নিৰ্বাচিত https://purbottar.com/%e0%a6%ac%e0%a6%bf%e0%a6%a7%e0%a6%be%e0%a6%af%e0%a6%bc%e0%a6%95-%e0%a6%a5%e0%a6%ae%e0%a6%be%e0%a6%9b-%e0%a6%8f-%e0%a6%9a%e0%a6%be%e0%a6%82%e0%a6%ae%e0%a6%be-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be/ https://purbottar.com/%e0%a6%ac%e0%a6%bf%e0%a6%a7%e0%a6%be%e0%a6%af%e0%a6%bc%e0%a6%95-%e0%a6%a5%e0%a6%ae%e0%a6%be%e0%a6%9b-%e0%a6%8f-%e0%a6%9a%e0%a6%be%e0%a6%82%e0%a6%ae%e0%a6%be-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be/#respond Thu, 09 Mar 2023 08:42:55 +0000 https://purbottar.com/?p=34901 উত্তৰ তুৰাৰ বিধায়ক থমাছ এ চাংমা মেঘালয় বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে। নেশ্যনেল পিপলছ পাৰ্টিৰ নেতা থমাছ চাংমাই যোৱা ৯ মাৰ্চত মনোনয়ন দাখিল কৰে। তেওঁৰ প্ৰাৰ্থীত্বৰ প্ৰস্তাৱ সমৰ্থন কৰে এনপিপিৰ পৰা আম্পাৰিন লিংডো আৰু মাৰ্থন চাংমা আৰু ইউডিপিৰ পৰা পল লিংডো আৰু মেয়াৰলবৰ্ণ ছিয়েমে। গেদাৰিঙৰ দণ্ডাধীশ তথা সচিব এণ্ড্ৰু ছিমনছে সাংবাদিকসকলক জনাইছিল যে […]

The post বিধায়ক থমাছ এ চাংমা মেঘালয় বিধানসভা অধ্যক্ষ নিৰ্বাচিত appeared first on Purbottar Asomiya.

]]>
উত্তৰ তুৰাৰ বিধায়ক থমাছ এ চাংমা মেঘালয় বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে।

নেশ্যনেল পিপলছ পাৰ্টিৰ নেতা থমাছ চাংমাই যোৱা ৯ মাৰ্চত মনোনয়ন দাখিল কৰে।

তেওঁৰ প্ৰাৰ্থীত্বৰ প্ৰস্তাৱ সমৰ্থন কৰে এনপিপিৰ পৰা আম্পাৰিন লিংডো আৰু মাৰ্থন চাংমা আৰু ইউডিপিৰ পৰা পল লিংডো আৰু মেয়াৰলবৰ্ণ ছিয়েমে।

গেদাৰিঙৰ দণ্ডাধীশ তথা সচিব এণ্ড্ৰু ছিমনছে সাংবাদিকসকলক জনাইছিল যে যিহেতু আন কোনো পদবী থাকিব নোৱাৰে, গতিকে চলিত মাহৰ ৯ তাৰিখে সদনত অনুষ্ঠিত হ’বলগীয়া বিশেষ বৈঠকত থমাছক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হ’ব।

বিৰোধী দলসমূহে অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী দাখিল নকৰাৰ সিদ্ধান্তৰ পিছতে এই ঘটনা সংঘটিত হয়।

৪৫ জন বিধায়কে এমডিএ চৰকাৰক সমৰ্থন কৰে, য’ত ২৬ জন এনপিপি সদস্য, ১১ জন ইউডিপি সদস্য, ২ জন বিজেপি সদস্য, ২ জন এইচএছপিডিপি সদস্য, ২ জন পিডিএফ সদস্য, আৰু ২ জন নিৰ্দলীয় বিধায়ক আছে।

আনহাতে, বিৰোধীৰ বিচাৰপীঠত ১৪জন লোক আছে। ইয়াৰে পাঁচজন কংগ্ৰেছৰ, পাঁচজন সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ, আৰু চাৰিজন ভইচ অৱ দ্য পিপল পাৰ্টিৰ।

The post বিধায়ক থমাছ এ চাংমা মেঘালয় বিধানসভা অধ্যক্ষ নিৰ্বাচিত appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ac%e0%a6%bf%e0%a6%a7%e0%a6%be%e0%a6%af%e0%a6%bc%e0%a6%95-%e0%a6%a5%e0%a6%ae%e0%a6%be%e0%a6%9b-%e0%a6%8f-%e0%a6%9a%e0%a6%be%e0%a6%82%e0%a6%ae%e0%a6%be-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be/feed/ 0 34901
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ… https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0%e0%a7%82/ https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0%e0%a7%82/#respond Tue, 07 Mar 2023 10:20:43 +0000 https://purbottar.com/?p=34841 দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ। মঙলবাৰে ৰাজধানী শ্বিলঙত অনুষ্ঠিত শপত গ্ৰহণ সমাৰোহত মুখ্যমন্ত্ৰী কনৰাড চাংমাক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপালে। ইফালে এনপিপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ উপ-মুখ্যমন্ত্ৰীৰূপে প্ৰেষ্টন টাইনছং আৰু স্নিয়াৱভালাং ধৰেও শপতগ্ৰহণ কৰে। এন পি পি নেতৃত্বাধীন নতুন মেঘালয় প্ৰশাসনত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আবু তাহেৰ মণ্ডল, কিৰমেন শ্বিলা, মাৰ্কুইজ […]

The post মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ… appeared first on Purbottar Asomiya.

]]>
দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ।

মঙলবাৰে ৰাজধানী শ্বিলঙত অনুষ্ঠিত শপত গ্ৰহণ সমাৰোহত মুখ্যমন্ত্ৰী কনৰাড চাংমাক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপালে।

ইফালে এনপিপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ উপ-মুখ্যমন্ত্ৰীৰূপে প্ৰেষ্টন টাইনছং আৰু স্নিয়াৱভালাং ধৰেও শপতগ্ৰহণ কৰে।

এন পি পি নেতৃত্বাধীন নতুন মেঘালয় প্ৰশাসনত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আবু তাহেৰ মণ্ডল, কিৰমেন শ্বিলা, মাৰ্কুইজ এন মাৰাক আৰু ৰাক্কাম এ চাংমাই।

এন পি পি নেতৃত্বাধীন নৱগঠিত মেঘালয় চৰকাৰৰ মন্ত্ৰী হিচাপে ড° আম্পাৰিন লিংডো, কমিংগন ইম্বন, পল লিংডো, আৰু আলেকজেণ্ডাৰ লালু হেকেও শপত গ্ৰহণ কৰে।

মেঘালয় মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা।

উল্লেখ্য যে, যোৱা ২ মাৰ্চত ঘোষণা হোৱা মেঘালয় বিধানসভাৰ নিৰ্বাচনী ফলাফলত কনৰাড চাংমাৰ নেতৃত্বাধীন এনপিপি দলে ২৬ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে চাংমাই বিজেপি, ইউডিপি, এইচএছপিডিপিৰ সমৰ্থনত মেজিক নম্বৰ অতিক্ৰম কৰি চৰকাৰ গঠন কৰে।

The post মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%ae%e0%a7%81%e0%a6%96%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0%e0%a7%82/feed/ 0 34841
ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ… https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%aa%e0%a6%be%e0%a6%b2%e0%a7%b0-%e0%a6%b9%e0%a6%be%e0%a6%a4%e0%a6%a4-%e0%a6%aa%e0%a6%a6%e0%a6%a4%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%97-%e0%a6%aa/ https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%aa%e0%a6%be%e0%a6%b2%e0%a7%b0-%e0%a6%b9%e0%a6%be%e0%a6%a4%e0%a6%a4-%e0%a6%aa%e0%a6%a6%e0%a6%a4%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%97-%e0%a6%aa/#respond Fri, 03 Mar 2023 09:25:59 +0000 https://purbottar.com/?p=34633 শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহানক মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ প্ৰদান কৰি নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ প্ৰদান কৰে। জানিব পৰা মতে, ৰাজ্যত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে এন পি পিয়ে মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁৰ সমৰ্থন […]

The post ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ… appeared first on Purbottar Asomiya.

]]>
শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহানক মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ প্ৰদান কৰি নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ প্ৰদান কৰে।

জানিব পৰা মতে, ৰাজ্যত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে এন পি পিয়ে মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দিবলৈ সাজু হৈছে।

ইয়াৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁৰ সমৰ্থন বিচাৰিছিল।

বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফলত মেঘালয়ত ৫৯ জনীয়া বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেশ্যনেল পিপলছ পাৰ্টিয়ে ২৬খন আসনত জয়লাভ কৰে।

আনহাতে ইউডিপিয়ে ১১খন আসন লাভ কৰে। টিএমচি আৰু কংগ্ৰেছে ৫খনকৈ আসন লাভ কৰাৰ বিপৰীতে ভইচ অৱ দ্য পিপল পাৰ্টিয়ে ৪খন আসন লাভ কৰিছে।

৬০ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিবলৈ এটা দলে কমেও ৩১খন আসন লাভ কৰিব লাগিব।

ইফালে বিজেপি, এইচএছপিডিপি, পিডিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ২খনকৈ আসন লাভ কৰে।

কনৰাড চাংমাই নিজৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ বাৰ্নাৰ্ড মাৰাকক পৰাস্ত কৰি দক্ষিণ তুৰা সমষ্টিত ১০,০৯০ ভোট লাভ কৰি জয়লাভ কৰে। মৰাকে ৭,২৬০টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, উত্তৰ-পূব ৰাজ্যৰ বহুকোণীয়া প্ৰতিযোগিতাত কংগ্ৰেছে আটাইতকৈ ডাঙৰ বিপৰ্যয়ৰ সাক্ষী হৈছিল। ২০১৮ চনত দলটোৱে একক বৃহত্তম স্থান লাভ কৰাৰ বিপৰীতে এইবাৰ তেওঁলোকৰ আসনৰ অংশীদাৰিত্ব একক সংখ্যালৈ হ্ৰাস পাইছে।

কংগ্ৰেছৰ এক বৃহৎ বিপৰ্যয়ত মেঘালয় ইউনিটৰ সভাপতি তথা লোকসভাৰ সাংসদ ভিনচেণ্ট পালা বিধানসভা নিৰ্বাচনত পৰাস্ত হয়। এন পি পিৰ প্ৰাৰ্থী চান্টা মেৰী শ্বিলাৰ হাতত পৰাস্ত হয়।

ছুটংগা চাইপুং বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল পালাই। তেওঁ ১৪,৮৬৬টা ভোট লাভ কৰাৰ বিপৰীতে শ্বাইলাই ১৬,৭১৯টা ভোট লাভ কৰে।

The post ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%aa%e0%a6%be%e0%a6%b2%e0%a7%b0-%e0%a6%b9%e0%a6%be%e0%a6%a4%e0%a6%a4-%e0%a6%aa%e0%a6%a6%e0%a6%a4%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%97-%e0%a6%aa/feed/ 0 34633
বলেৰ’ বাহনৰ ওপৰত বাগৰিল চিমেণ্টভৰ্তি ট্ৰাক, ৬ জনৰ মৃত্যু https://purbottar.com/%e0%a6%ac%e0%a6%b2%e0%a7%87%e0%a7%b0-%e0%a6%ac%e0%a6%be%e0%a6%b9%e0%a6%a8%e0%a7%b0-%e0%a6%93%e0%a6%aa%e0%a7%b0%e0%a6%a4-%e0%a6%ac%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%b2-%e0%a6%9a/ https://purbottar.com/%e0%a6%ac%e0%a6%b2%e0%a7%87%e0%a7%b0-%e0%a6%ac%e0%a6%be%e0%a6%b9%e0%a6%a8%e0%a7%b0-%e0%a6%93%e0%a6%aa%e0%a7%b0%e0%a6%a4-%e0%a6%ac%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%b2-%e0%a6%9a/#respond Mon, 27 Feb 2023 07:51:51 +0000 https://purbottar.com/?p=34384 এক ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি থিতাতে নিহত ৬ গৰাকী। মেঘালয়ৰ নংপুত দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত হয় বলেৰ’ বাহনখনৰ ৬ জনকৈ আৰোহী। দুৰ্ঘটনাগ্রস্ত বাহনখন আছিল অসমৰ বৰমাস্থিত চেইণ্ট জ’নচ উঃ মাঃ বিদ্যালয়ৰ। দুৰ্ঘটনাত নিহত ফাদাৰ, হেড মিষ্ট্রেছসহ ৬জনকৈ লোকৰ। মৃত সকল ক্ৰমে- ফাদাৰ মেথিউ দাস, হেড […]

The post বলেৰ’ বাহনৰ ওপৰত বাগৰিল চিমেণ্টভৰ্তি ট্ৰাক, ৬ জনৰ মৃত্যু appeared first on Purbottar Asomiya.

]]>
এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি থিতাতে নিহত ৬ গৰাকী।

মেঘালয়ৰ নংপুত দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত হয় বলেৰ’ বাহনখনৰ ৬ জনকৈ আৰোহী।

দুৰ্ঘটনাগ্রস্ত বাহনখন আছিল অসমৰ বৰমাস্থিত চেইণ্ট জ’নচ উঃ মাঃ বিদ্যালয়ৰ।

দুৰ্ঘটনাত নিহত ফাদাৰ, হেড মিষ্ট্রেছসহ ৬জনকৈ লোকৰ।

মৃত সকল ক্ৰমে- ফাদাৰ মেথিউ দাস, হেড মিষ্ট্রেচ মিলগ্রীন ডেণ্টেচ,শিক্ষক মাইৰণ ৰেঞ্জাৰ, ছিষ্টাৰ প্রেমিলা টিৰ্কী, ৰ’জী ন’নগ্রীন।লগতে মৃত্যু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰীৰ।

দুৰ্ঘটনাগ্রস্ত বলেৰ’ বাহনখনৰ নম্বৰ AS-26 B 7908।

The post বলেৰ’ বাহনৰ ওপৰত বাগৰিল চিমেণ্টভৰ্তি ট্ৰাক, ৬ জনৰ মৃত্যু appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ac%e0%a6%b2%e0%a7%87%e0%a7%b0-%e0%a6%ac%e0%a6%be%e0%a6%b9%e0%a6%a8%e0%a7%b0-%e0%a6%93%e0%a6%aa%e0%a7%b0%e0%a6%a4-%e0%a6%ac%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%b2-%e0%a6%9a/feed/ 0 34384
আজি মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে… https://purbottar.com/%e0%a6%86%e0%a6%9c%e0%a6%bf-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8%e0%a7%80-%e0%a6%aa/ https://purbottar.com/%e0%a6%86%e0%a6%9c%e0%a6%bf-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8%e0%a7%80-%e0%a6%aa/#respond Wed, 22 Feb 2023 09:05:57 +0000 https://purbottar.com/?p=34104 বুধবাৰে নিৰ্বাচনমুখী মেঘালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথম নিৰ্বাচনী সভাত অংশ লব। শ্বিলঙৰ মালকী খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষৰ এই জনসভা। ভাৰত জোড়ো যাত্ৰাৰ পিছত এয়া হ’ব ৰাহুল গান্ধীৰ প্ৰথম ৰাজহুৱা উপস্থিতি। উল্লেখযোগ্য যে ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ত্ৰিপুৰাত দলটোৰ বাবে প্ৰচাৰ অভিযানৰ পৰা বিৰত আছিল ৱায়ানাদৰ সাংসদগৰাকী। মঙলবাৰেহে দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে […]

The post আজি মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে… appeared first on Purbottar Asomiya.

]]>
বুধবাৰে নিৰ্বাচনমুখী মেঘালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথম নিৰ্বাচনী সভাত অংশ লব।

শ্বিলঙৰ মালকী খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষৰ এই জনসভা। ভাৰত জোড়ো যাত্ৰাৰ পিছত এয়া হ’ব ৰাহুল গান্ধীৰ প্ৰথম ৰাজহুৱা উপস্থিতি।

উল্লেখযোগ্য যে ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ত্ৰিপুৰাত দলটোৰ বাবে প্ৰচাৰ অভিযানৰ পৰা বিৰত আছিল ৱায়ানাদৰ সাংসদগৰাকী।

মঙলবাৰেহে দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে নাগালেণ্ডত নিৰ্বাচনী সভাত ভাষণ দিয়াটো বাদে এতিয়ালৈকে উত্তৰ-পূবৰ নিৰ্বাচনমুখী তিনিখন ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত প্ৰচাৰ ক্ষেত্ৰৰ পৰা অনুপস্থিত হৈ আছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।

অৱশ্যে ত্ৰিপুৰাৰ প্ৰচাৰ অভিযানৰ পৰাও নিৰুদ্দেশ হৈছিল খৰ্গে।

মঙলবাৰে নাগালেণ্ডৰ চুমৌকেডিমাত এক সভাত ভাষণ দি মল্লিকাৰ্জুন খৰ্গে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাই কয় যে দল আৰু মিত্ৰশক্তিয়ে ৰাজ্যখন লুণ্ঠন কৰিছে।

২৭ ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ড দুয়োখন ৰাজ্যতে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

The post আজি মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%86%e0%a6%9c%e0%a6%bf-%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a6%af%e0%a6%bc%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8%e0%a7%80-%e0%a6%aa/feed/ 0 34104