মিজোৰামত দুৰ্ঘটনাত পতিত ২নং বেটেলিয়ানৰ সশস্ত্ৰ বাহিনীৰ বাহন

0
বুধবাৰে পুৱা মিজোৰামৰ কোলাচিব জিলাৰ ভাই-আৱাট আৰু বুয়াৰচেপ অঞ্চলৰ মাজত সংঘটিত এক পথ দুৰ্ঘটনাত মিজোৰামৰ ২নং বেটেলিয়নৰ প্ৰায় ২২ গৰাকী জোৱান আহত হয়। খবৰ অনুসৰি,...

মিজোৰামত অসম ৰাইফলছৰ অভিযানত ২৩ লক্ষাধিক টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ

0
মিজোৰামৰ চম্পাই জিলাত শুকুৰবাৰে অসম ৰাইফলছে জব্দ কৰে বিদেশী মূলৰ চিগাৰেটৰ এটা বৃহৎ চালান। চম্পাই জিলাৰ জোখাথাৰৰ আছাম ৰাইফলছৰ (পূব) মুখ্য কাৰ্যালয় মহাপৰিদৰ্শকৰ তত্বাৱধানত ছেক্টৰ...

অসম-মিজোৰাম সীমান্তত ২ টা ঘৰত জুই লগোৱাৰ পিছত উত্তেজনা

0
দেওবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি মিজোৰাম-অসম সীমান্তৰ দুটা পৰিত্যক্ত ঘৰ অচিনাক্ত লোকে জ্বলাই দিছে, যাৰ ফলত অস্থিৰ আন্তঃৰাজ্যিক সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। যদিও অসমে "মিজোৰামৰ...

সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে মিজোৰামলৈ যাব অসমৰ প্ৰতিনিধি দল

0
অসমৰ পাঁচজনীয়া এটা প্ৰতিনিধি দল মিজোৰামলৈ আহি দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদৰ বিষয়টো আলোচনা কৰিব। ৫ জনীয়া অসমৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব ৰাজ্যিক মন্ত্ৰী অতুল...

অসম আৰক্ষীক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া মিজোৰামৰ সাংসদৰ বিৰুদ্ধে তদন্ত কৰিব CIDয়ে

0
ডিজিটেল ডেস্কঃ অসম আৰক্ষীক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া মিজোৰামৰ ৰাজ্যসভা সাংসদ কে ভানলাভেনাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আগবাঢ়িছে চিআইডিয়ে। চিআইডিৰ লগতে অসম আৰক্ষীৰ এটা দল...

সৰবৰাহৰ সময়তে মিজোৰামত জ্বলাই দিয়া হ’ল ৬ খন চুপাৰি ভৰ্তি বাহন…

0
আইজলঃ সৰবৰাহৰ সময়তে জ্বলাই দিয়া হ’ল ৬ খন অবৈধ চুপাৰি ভৰ্তি বাহন। ত্ৰিপুৰা সীমান্তৰ সমীপৰ পশ্চিম মিজোৰামৰ মমিত জিলাত প্ৰায় ৫০ জন লোকে একত্ৰিত...

মিজোৰামত ৩ কোটি মূল্যৰ হেৰোইন জব্দ

0
মিজোৰামৰ চাম্ফাই জিলাত চলোৱা এক তালাচী অভিযানত অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নৰ সেনাই মুঠ ৭৫১.২ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা হেৰোইনৰ মূল্য প্ৰায় ৩...

শোকাবহ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং ভাঙি ১৭ শ্ৰমিকৰ মৃত্যু

0
বুধবাৰে মিজোৰামত এখন নিৰ্মাণাধীন ৰেলৱে দলং ভাঙি পৰাৰ ফলত ১৭ জন শ্ৰমিকৰ মৃত্যু হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰু বহু লোক এই স্থানত আবদ্ধ...

অসম-মিজোৰাম সীমান্তত সংঘটিত বৰ্বৰ ঘটনাৰ বিৰুদ্ধে হাইলাকান্দিত স্থানীয় ৰাইজৰ প্ৰতিবাদ

0
ডিজিটেল ডেস্কঃ ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লায়লাপুৰত সংঘটিত ৰক্তাক্ত পৰিস্থিতিয়ে জোকাৰি গৈছে সমগ্ৰ দেশ। ইতিহাসৰ পাতত এটা ক’লা দিন হিচাপে লিপিবদ্ধ হোৱা...

মিজোৰামত ৫০ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

0
শনিবাৰে মিজোৰামৰ আইজলত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। সূত্ৰ অনুসৰি, আছাম ৰাইফলছ আৰু নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ নেতৃত্বত যৌথ অভিযানৰ সময়ত জব্দ কৰা হয়...

Latest article

ভাৰতে মেটাৰ সহযোগত মুকলি কৰিব এআই চালিত দক্ষতা সহায়ক

ভাৰতৰ কৰ্মশক্তিক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিব পৰা এক পদক্ষেপত দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ে মেটাৰ মুক্ত-উৎস লামা মডেলৰ ব্যৱহাৰ কৰি এআই-চালিত প্লেটফৰ্ম স্কিল ইণ্ডিয়া এচিষ্টেণ্ট...

ভাৰতীয় পৰিয়ালসমূহক স্বপ্নৰ বিবাহ সফল কৰাত সহায় কৰিবলৈ টাটা এআইএ লাইফে আগবঢ়াইছে ‘শুভ মুহুৰত’

ভাৰতীয় বিবাহৰ সৈতে সম্পৰ্কিত বৰ্ধিত বিত্তীয় বোজা সমাধান কৰাৰ বাবে দেশৰ আগশাৰীৰ জীৱন বীমাকৰ্তা টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে 'শুভ মুহুৰত', যি হৈছে...

মিৰাটৰ যুৱক-যুৱতীক দক্ষতা প্ৰদানৰ বাবে এনএছডিচি আৰু এন এ এছ মহাবিদ্যালয়ৰ সহযোগিতা

এনএছডিচি আৰু নানক চান্দ এংলো সংস্কৃত মহাবিদ্যালয়ে মিৰাটত দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, ইয়াৰ জৰিয়তে নিয়োগযোগ্যতা বৃদ্ধি আৰু গ্ৰামাঞ্চলৰ...