২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’
২৪ মে'ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব 'প্ৰতিশ্ৰুতি'। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই...
মণিপুৰৰ পৰা বাহিৰলৈ যোৱা অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ উচ্চতম...
উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ২৬ মে'ত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ (ইউপিএছচি) পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰাৰ বাবে হিংসাপীড়িত পাহাৰীয়া জিলাৰ অসামৰিক সেৱা...
নগৰবেৰাত বান্দৰক হত্যা
নগৰবেৰাৰ দোকুচি পুখুৰীপাৰা গাঁৱত দুদিনমানৰে পৰা দুৰ্গন্ধত বাহিৰলৈ ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হোৱাত গাওঁৰ একাংশ লোকে অনুসন্ধান কৰি বিচাৰি পালে দুৰ্গন্ধৰ প্ৰকৃত উৎস।
ঘটনা অনুসৰি...
ভেল্লাত ৰঙালী বিহু উদযাপন
১৯৭১ চনৰ পৰাই ভেল্লাৰ ভূমিপুত্ৰ মুছলমান লোকসকলে বিহু পাতি আহিছে। তাৰ বাবে ভেল্লাৰ খিলঞ্জীয়া গৰিয়া মুছলমানক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। গৰিয়া মৰিয়া দেশী...
ৱেষ্ট নাইল জ্বৰক লৈ সতৰ্ক কেৰালাৰ স্বাস্থ্য বিভাগ
কেৰালাত ৱেষ্ট নাইল জ্বৰ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে। সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে এই জ্বৰ বিয়পে। এইকাৰণেই কেৰালাৰ স্বাস্থ্য বিভাগে সকলো জিলাতে বৰ্ষা ঋতুৰ পূৰ্বে পৰিচ্ছন্নতা...
কোৰোনা ভেকছিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল নৰেন্দ্ৰ মোদীৰ ফটো
কভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কীয় বাতৰিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো দেশৰ কোৰোনা ভেকছিন প্ৰমাণ পত্ৰৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া ডাউনলোড কৰা প্ৰমাণপত্ৰসমূহত, ফটোখনৰ...
২০৪০ৰ ভিতৰত বিশ্বব্যাপী প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা
বিশ্বব্যাপী ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কৰ্কটৰোগ (Prostate cancer) আৰু মৃত্যু ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক হাৰত...
কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে
বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷
আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ...
বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন
মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ "মিচিং সংস্কৃতিৰ আলেখ্য" ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু...
অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া ৰেণু দত্ত বৰফুকনৰ জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা”ৰ শুভমুক্তি
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ...