অসম গুৱাহাটী স্বাস্থ্য ৰাজ্যত পুনৰ ৩০৪৫ জন কোভিড পজিটিভ, ২২ জনৰ মৃত্যু Editor 5 years ago (Last updated: 5 years ago) 0 comments ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বুধবাৰৰ দিনটোত পুনৰ আক্ৰান্ত হৈছে ৩০৪৫জন।আনহাতে এই সময়ছোৱাত মৃত্যু ঘটিছে ২২জন ৰোগীৰ।বুধবাৰৰ দিনটোত মুঠ কোভিড টেষ্ট কৰা হৈছিল ৫৫,৪৮০ জন লোকৰ।কামৰূপ মেট্ৰ’তে কোৰোনাত আক্ৰান্ত হৈছে ১২০৬ জন। About the Author Editor Editor View All Posts Like this:Like Loading... Post navigation Previous: ২৪ ঘণ্টাত ভাৰতত পুনৰ কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন, মৃত্যু ৩৬৪৫ জনৰNext: আজি পশ্চিম বংগত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment. Related Stories অসম ২৮ এপ্ৰিলত প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল; ঘোষণা মুখ্যমন্ত্ৰীৰ Paromita 9 hours ago 0 অসম অসমৰ বজাৰত আকৌ বৃদ্ধি পালে কণীৰ মূল্য; প্ৰতিখন ক্ৰেটত ৩০ টকালৈকে মূল্য বৃদ্ধি Paromita 11 hours ago 0 অসম অসমৰ সংবাদজগতৰ সুপৰিচিত নাম নিত্য বৰাৰ দেহাৱসান Paromita 11 hours ago 0