অসম গুৱাহাটী স্বাস্থ্য ৰাজ্যত পুনৰ ৩০৪৫ জন কোভিড পজিটিভ, ২২ জনৰ মৃত্যু Editor 5 years ago (Last updated: 5 years ago) 0 comments ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বুধবাৰৰ দিনটোত পুনৰ আক্ৰান্ত হৈছে ৩০৪৫জন।আনহাতে এই সময়ছোৱাত মৃত্যু ঘটিছে ২২জন ৰোগীৰ।বুধবাৰৰ দিনটোত মুঠ কোভিড টেষ্ট কৰা হৈছিল ৫৫,৪৮০ জন লোকৰ।কামৰূপ মেট্ৰ’তে কোৰোনাত আক্ৰান্ত হৈছে ১২০৬ জন। About the Author Editor Editor View All Posts Like this:Like Loading… Post navigation Previous: ২৪ ঘণ্টাত ভাৰতত পুনৰ কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন, মৃত্যু ৩৬৪৫ জনৰNext: আজি পশ্চিম বংগত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment. Related Stories অসম ক’ভিডত বন্ধ পৰম্পৰা পুনৰ প্ৰৱৰ্তন: লোক ভৱনত ৰাজ্যপালে মন্ত্ৰী পৰিষদক আতিথ্য প্ৰদান tarali 15 hours ago 0 অসম ভাইৰেল ভিডিঅ’ৰ প্ৰভাৱ: নিকিতাৰ অনুৰোধত বাক্সাৰ ব্যক্তিগত স্কুলত মুখ্যমন্ত্ৰীৰ ফেন tarali 1 day ago 0 অসম পাথাৰকান্দিত গৰুচোৰ সন্দেহত দুই কিশোৰক গণপ্ৰহাৰ, এয়াৰগানৰ গুলী, চাৰিজন গ্ৰেপ্তাৰ tarali 1 day ago 0