অসম গুৱাহাটী স্বাস্থ্য ৰাজ্যত পুনৰ ৩০৪৫ জন কোভিড পজিটিভ, ২২ জনৰ মৃত্যু Editor 5 years ago (Last updated: 5 years ago) 0 comments ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বুধবাৰৰ দিনটোত পুনৰ আক্ৰান্ত হৈছে ৩০৪৫জন।আনহাতে এই সময়ছোৱাত মৃত্যু ঘটিছে ২২জন ৰোগীৰ।বুধবাৰৰ দিনটোত মুঠ কোভিড টেষ্ট কৰা হৈছিল ৫৫,৪৮০ জন লোকৰ।কামৰূপ মেট্ৰ’তে কোৰোনাত আক্ৰান্ত হৈছে ১২০৬ জন। About the Author Editor Editor View All Posts Like this:Like Loading… Post navigation Previous: ২৪ ঘণ্টাত ভাৰতত পুনৰ কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন, মৃত্যু ৩৬৪৫ জনৰNext: আজি পশ্চিম বংগত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment. Notify me of follow-up comments by email. Notify me of new posts by email. Related Stories অসম শিশু ন্যায় ব্যৱস্থাত সুৰক্ষাৰ পৰা সবলীকৰণলৈ পৰিৱৰ্তনৰ প্ৰয়োজন: মুখ্য সচিব tarali 19 minutes ago 0 অসম ক্ৰীড়া নিখুঁত ৩-০ যাত্ৰা: এটাও গেম নেহেৰুৱাকৈ সোণ জয় ডিভিজা পালৰ tarali 4 hours ago 0 অসম এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ Paromita 1 day ago 0