ষ্টাফৰিপৰ্টাৰ, সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।সোমবাৰে মাজনিশাৰ পৰা ২৯ জুলাই মাজনিশা পৰ্যন্ত চহৰখনত সম্পূৰ্ণ লকডাউন থাকিব। প্ৰতিদিনেই কৰ’ণা সংক্ৰমণ বৃদ্ধি পাই গৈ থকাত মেঘালয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য চুবুৰীয়া পাহাৰীয়া ৰাজ্য খনত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা ৪১৯লৈ বৃদ্ধি পাইছে।
Latest article
কলাগুৰু বিষ্ণু ৰাভাৰ কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে
কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে। ‘আধুনিক অসমৰ নিৰ্মাতা’ নামৰ কিতাপখনৰ সহায়ক পুথিত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে পাঠ্যপুথি...
তাঁতশালত প্ৰস্তুত হল শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘গুণমালা’
চুতীয়াৰ হাতৰ পৰশত এইবাৰ তাঁতশালত প্ৰস্তুত হ’ল মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘গুণমালা’। অসম গৌৰৱ তথা শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালত ইংৰাজী ভাষাত বৈ উলিয়ালে...
পঞ্জাৱৰ স্বৰ্ণমন্দিৰত ভয়ংকৰ ঘটনা
পঞ্জাৱৰ স্বৰ্ণমন্দিৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । শিৰোমণি আকালী দলৰ মুৰব্বী সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা...