শিলিগুৰি, ফেব্ৰুৱাৰী 2021: বিশ্ব কৰ্কট দিৱস উপলক্ষে উত্তৰ বংগৰ বিশিষ্ট অংকোলজিষ্ট, শিলিগুৰি নাৰ্চিং হোমৰ ড০ সপ্তৰ্শী ঘোষে শিলিগুৰিত এক অনন্য কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন জীয়াই থকা লোকৰ গেটটুগেদাৰ অনুষ্ঠানৰ আয়োজন কৰিছে, য‘ত ড০ ঘোষে চিকিৎসা কৰা কৰ্কট ৰোগীসকলে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ বিষ আৰু পথবোৰ, কৰ্কট ৰোগৰ সৈতে যুঁজ কৰাৰ পিছত স্বাভাৱিক জীৱনলৈ উভতি অহাৰ সংগ্ৰামৰ কথা ভাগ বতৰা কৰিছিল।
Latest article
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে
মঙলবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হেমন্ত ছোৰেনে।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে ল'ব শপত।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল,...
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি।
আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ একাংশৰ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কন্দুৱা গেছ ব্যৱহাৰ।
মছজিদত জৰীপ চলাবলৈ যোৱা দলক আক্ৰমণ।
শ্বাহী জামা...
আজি লাচিত দিৱস
আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।আজি ৰাজ্যত পালন কৰা হৈছে লাচিত দিৱস। আজিৰ লাচিত বৰফুকনৰ ৪০২ তম জন্মজয়ন্তী। লাচিত...