জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি। অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি। আজি আদালতে গ্ৰহণ কৰিব গোচৰৰ শুনানি।শ্যামকানু মহন্তৰ হৈ যুক্তি অসমৰ অধিবক্তাৰ।
জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা শ্যামকানু মহন্তৰ নতুন অধিবক্তা।
শ্যামকানু মহন্তই ইতিপূৰ্বে দাখিল কৰা জামিন আবেদন নিজেই উঠাই লৈছিল।
