মধ্যপ্ৰদেশৰ ধাৰত বিধ্বংসী অগ্নিকাণ্ড।
কেইবা ঘণ্টা ধৰি পিথামপুৰ ঔদ্যোগিক এলেকাত জ্বলে জুই।
এক আৱৰ্জনা প্ৰকল্পত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহু লোকৰ প্ৰাণ ।
প্ৰকল্পৰ কাষৰীয়া এলেকালৈও সম্প্ৰসাৰণ জুইৰ।