বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ প্রকল্পত অঘটন। প্রকল্পটোৰ সুৰংগ পথত বোকা আৰু পানীৰ ঢলে প্রাণ ল’লে ৭গৰাকী শ্রমিকৰ। চামোলিৰ মায়াপুৰত নিৰ্মাণ কাৰ্য চলি আছে এই সুৰংগটোৰ ।ঘটনাত আন ১৪গৰাকী শ্রমিক গুৰুতৰভাৱে আহত।এতিয়াও সন্ধানহীন আন এগৰাকী শ্রমিক।
