আজিৰ পৰা ৰাজ্যত আৰম্ভ পিতৃ-মাতৃ বন্দনা আঁচনি
আজিৰ পৰা ৰাজ্যত আৰম্ভ পিতৃ-মাতৃ বন্দনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে নৈমিত্তিক ছুটী লাভ কৰিব। পিতৃ- মাতৃ, শহুৰ- শাহুৰ লগত সময় পাৰ কৰিবলৈ...
চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
অসম গৌৰৱ এশিঙীয়া গঁড় চোৰাং চিকাৰ সৈতে জড়িত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, এই চাৰি চোৰাং চিকাৰী ওৰাং...
দীঘলীপুখুৰী পাৰৰ গছ নকটাৰ সিদ্ধান্ত চৰকাৰৰ
দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি গছবোৰ নকটাৰ দাবীত প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে নিৰ্মীয়মাণ উৰণসেতু আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । নতুন আৰ্হি...
অৰুণাচলত উদ্ধাৰ অসমৰ যুৱকৰ মৃ*তদেহ
অৰুণাচলত উদ্ধাৰ অসমৰ যুৱকৰ মৃ*তদেহ৷
লোহিত জিলাৰ পৰশুৰাম কুণ্ডৰ সমীপত উদ্ধাৰ শম্ভু তপন্ন নামৰ যুৱকজনৰ মৃ*তদেহ৷
২৮ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শম্ভু৷
কালীপূজাত...
মহাৰাষ্ট্ৰৰ নতুন DGP নিযুক্তি
মহাৰাষ্ট্ৰৰ নতুন DGP নিযুক্তি।
IPS বিষয়া সঞ্জয় বাৰ্মা হ'ব মহাৰাষ্ট্ৰৰ নতুন DGP।
দেশৰ নিৰ্বাচন আয়োগে DGP হিচাপে নিযুক্তি দিয়ে সঞ্জয় বাৰ্মাক।
১৯৯০ বেটছৰ IPS...
পক্ষপাতিত্ব আৰু ভুল তথ্যৰ বহু অভিযোগত ৱিকিপিডিয়ালৈ কেন্দ্ৰৰ জাননী
পক্ষপাতিত্ব আৰু ভুল তথ্যৰ বহু অভিযোগত ৱিকিপিডিয়ালৈ কেন্দ্ৰৰ জাননী। ৱিকিপিডিয়াক কিয় মধ্যস্থতাকাৰীৰ পৰিৱৰ্তে প্ৰকাশক হিচাপে গণ্য কৰা উচিত নহয় বুলি প্ৰশ্ন কেন্দ্ৰৰ। শেহতীয়াকৈ দিল্লী...
আজি ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী
'ভূপেন হাজৰিকা'বিহীন ১৩ টা বছৰ। ২০১১ চনৰ আজিৰ দিনটোতেই শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিছিল। হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুণমুগ্ধই ৰাজ্যৰ বিভিন্ন...
উত্তৰাখণ্ডত ভয়ংকৰ বাছ দুৰ্ঘটনা
উত্তৰাখণ্ডৰ আলমোৰা অঞ্চলত আজি পুৱা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। যাত্ৰাৰত অৱস্থাতে এখন যাত্ৰীবাহী বাছ পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ১৫...
ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আন এক বৃহৎ সফলতা
এক ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে । জানিব পৰা মতে, যোৱা নিশা চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ৭ কোটি...
অন্ধকাৰত ডুব যাব বাংলাদেশ!
ভাৰতৰ পুঁজিপতি গৌতম আদানীয়ে চুবুৰীয়া দেশখনলৈ বিদ্যুৎ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ দিছে।অন্ধকাৰত ডুব যাব বাংলাদেশ ! হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত এতিয়া চলি আছে...