মিজোৰাম Archives - Purbottar Asomiya https://purbottar.com/category/মিজোৰাম/ Wed, 18 Oct 2023 10:13:43 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png মিজোৰাম Archives - Purbottar Asomiya https://purbottar.com/category/মিজোৰাম/ 32 32 178360463 মিজোৰামত নিৰ্বাচনৰ গৰম বতাহ! ১২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8%e0%a7%b0-%e0%a6%97%e0%a7%b0%e0%a6%ae-%e0%a6%ac/ https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8%e0%a7%b0-%e0%a6%97%e0%a7%b0%e0%a6%ae-%e0%a6%ac/#respond Wed, 18 Oct 2023 10:13:41 +0000 https://purbottar.com/?p=44549 মিজোৰাম বিধানসভা নিৰ্বাচনৰ ১২ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। ৭ নৱেম্বৰত মিজোৰামৰ ৪০খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব আৰু ৩ ডিচেম্বৰত ইয়াৰ ফলাফল প্ৰকাশ কৰা হ’ব। বিজেপিৰ বিৰোধী দল কংগ্ৰেছে মঙলবাৰে (১৩ অক্টোবৰ ২০২৩) মুঠ ৪০ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে কংগ্ৰেছে ৪০খন আসনৰ আটাইকেইখন আসনৰ বাবে […]

The post মিজোৰামত নিৰ্বাচনৰ গৰম বতাহ! ১২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ appeared first on Purbottar Asomiya.

]]>
মিজোৰাম বিধানসভা নিৰ্বাচনৰ ১২ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। ৭ নৱেম্বৰত মিজোৰামৰ ৪০খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব আৰু ৩ ডিচেম্বৰত ইয়াৰ ফলাফল প্ৰকাশ কৰা হ’ব। বিজেপিৰ বিৰোধী দল কংগ্ৰেছে মঙলবাৰে (১৩ অক্টোবৰ ২০২৩) মুঠ ৪০ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল।

মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে কংগ্ৰেছে ৪০খন আসনৰ আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। এই তালিকাত দলৰ ৰাজ্যিক সমিতিৰ সভাপতি লালসাৱতাৰ নামো সন্নিবিষ্ট কৰা হৈছে। প্ৰথমে ৩৯ জন প্ৰাৰ্থীৰ তালিকা দলে প্ৰকাশ কৰে আৰু তাৰ পিছত সন্ধিয়া বাকী এখন আসনৰ বাবেও প্ৰাৰ্থী ঘোষণা কৰা হয়। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে মিজোৰাম ভ্ৰমণৰ দিনটোত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।

ইফালে বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে বিজেপিও ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা। মুঠ ২৮খন আসনৰ বাবে এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই। মিজোৰামত মিজো নেচনেল ফ্ৰণ্টৰ সৈতে বিজেপিৰ ক্ষমতা আছিল। যোৱা বিধানসভা নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে ২৬খন আসন লাভ কৰাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্টে ৮খন আসন আৰু কংগ্ৰেছে ৫খন আসন লাভ কৰিছিল।

বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাৰ মতে, ১২ জন প্ৰাৰ্থীৰ নাম অনুমোদন কৰা হৈছে। শীঘ্ৰে বাকী থকা নাম সন্দৰ্ভত আৰু সিদ্ধান্ত ল’ব বিজেপিয়ে। কিন্তু ইয়াৰ প্ৰাৰ্থী কিমান আসন ঘোষণা কৰিব তাৰ নাম এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে শাসকীয় মিজো নেচনেল ফ্ৰণ্ট আৰু প্ৰধান বিৰোধী দল জোৰাম পিপলছ মুভমেণ্টে ৪০খন আসনৰ আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

The post মিজোৰামত নিৰ্বাচনৰ গৰম বতাহ! ১২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8%e0%a7%b0-%e0%a6%97%e0%a7%b0%e0%a6%ae-%e0%a6%ac/feed/ 0 44549
শোকাবহ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং ভাঙি ১৭ শ্ৰমিকৰ মৃত্যু https://purbottar.com/%e0%a6%b6%e0%a7%8b%e0%a6%95%e0%a6%be%e0%a6%ac%e0%a6%b9-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ae%e0%a7%80%e0%a6%af/ https://purbottar.com/%e0%a6%b6%e0%a7%8b%e0%a6%95%e0%a6%be%e0%a6%ac%e0%a6%b9-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ae%e0%a7%80%e0%a6%af/#respond Wed, 23 Aug 2023 09:23:27 +0000 https://purbottar.com/?p=42335 বুধবাৰে মিজোৰামত এখন নিৰ্মাণাধীন ৰেলৱে দলং ভাঙি পৰাৰ ফলত ১৭ জন শ্ৰমিকৰ মৃত্যু হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰু বহু লোক এই স্থানত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। তেওঁলোকে কয় যে দলংখন ভাঙি পৰাৰ সময়ত প্ৰায় ৩৫ৰ পৰা ৪০জন নিৰ্মাণ শ্ৰমিক কৰ্মৰত হৈ আছিল। আইজলৰ পৰা প্ৰায় […]

The post শোকাবহ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং ভাঙি ১৭ শ্ৰমিকৰ মৃত্যু appeared first on Purbottar Asomiya.

]]>
বুধবাৰে মিজোৰামত এখন নিৰ্মাণাধীন ৰেলৱে দলং ভাঙি পৰাৰ ফলত ১৭ জন শ্ৰমিকৰ মৃত্যু হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰু বহু লোক এই স্থানত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। তেওঁলোকে কয় যে দলংখন ভাঙি পৰাৰ সময়ত প্ৰায় ৩৫ৰ পৰা ৪০জন নিৰ্মাণ শ্ৰমিক কৰ্মৰত হৈ আছিল।

আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ নিলগৰ চাইৰাং অঞ্চলত এই শোকাবহ ঘটনা সংঘটিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰি দুৰ্ঘটনাত মৃত্যু হোৱা লোকক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে, আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কাম্ভমপতি আৰু মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে বুলি কয়, আৰু সকলোকে সম্ভাৱ্য সহায়ৰ আশ্বাস দিয়ে।

নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া সব্যসাচী দেয়ে কয় যে ৰে’লৱে বিষয়াৰ এটা দল ততাতৈয়াকৈ সেই স্থানলৈ লৈ যোৱা হৈছে আৰু জ’নৰ জ্যেষ্ঠ বিষয়াসকলেও স্থান পৰিদৰ্শন কৰিব।

The post শোকাবহ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং ভাঙি ১৭ শ্ৰমিকৰ মৃত্যু appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%b6%e0%a7%8b%e0%a6%95%e0%a6%be%e0%a6%ac%e0%a6%b9-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ae%e0%a7%80%e0%a6%af/feed/ 0 42335
১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে… https://purbottar.com/%e0%a7%a7%e0%a7%ad-%e0%a6%ae%e0%a6%be%e0%a7%b0%e0%a7%8d%e0%a6%9a%e0%a6%a4-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%86%e0%a6%9b%e0%a6%be%e0%a6%ae-%e0%a7%b0/ https://purbottar.com/%e0%a7%a7%e0%a7%ad-%e0%a6%ae%e0%a6%be%e0%a7%b0%e0%a7%8d%e0%a6%9a%e0%a6%a4-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%86%e0%a6%9b%e0%a6%be%e0%a6%ae-%e0%a7%b0/#respond Tue, 28 Feb 2023 11:41:08 +0000 https://purbottar.com/?p=34477 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰী জোৰামথাংগাই ২৮ ফেব্ৰুৱাৰীত প্ৰকাশ কৰে। আইজলৰ সমীপৰ জোখোৱাছাঙত শ্বাহে এ আৰ কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জনায়। ২০১৮ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষ এজেণ্ডাসমূহৰ ভিতৰত আছিল আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ […]

The post ১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে… appeared first on Purbottar Asomiya.

]]>
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰী জোৰামথাংগাই ২৮ ফেব্ৰুৱাৰীত প্ৰকাশ কৰে।

আইজলৰ সমীপৰ জোখোৱাছাঙত শ্বাহে এ আৰ কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জনায়।

২০১৮ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষ এজেণ্ডাসমূহৰ ভিতৰত আছিল আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ জোখোৱাছাংলৈ অসম ৰাইফলছ শিবিৰটো স্থানান্তৰ কৰা।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সেই বছৰৰ ৩১ মে’ৰ ভিতৰত বেটেলিয়নৰ মুখ্য কাৰ্যালয় জোখোৱাছাঙলৈ স্থানান্তৰিত কৰিবলৈ অসম ৰাইফলছক নিৰ্দেশ দিছিল।

মহানগৰীৰ মাজমজিয়া জোডিন আৰু খাটলাত দুটাকৈ আছাম ৰাইফলছৰ ঘাটি আছে।

জোডিনত থকাটো জোখোৱাছাঙলৈ স্থানান্তৰ কৰা হৈছে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত জোৰামথাংগাই কেন্দ্ৰীয় গৃহমন্ত্ৰীক জনাইছিল যে অসম ৰাইফলছ শিবিৰৰ স্থানান্তৰত পলম হোৱাৰ বাবে ৰাজ্যৰ ৰাজধানীত আন্তঃগাঁথনিগত প্ৰকল্পত পলম হৈছে।

আনহাতে, ২০২৩ চনৰ ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈকে মিজোৰামত জি-২০ৰ বিজনেছ ২০ (বি২০) আয়োজন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

২ মাৰ্চ, ২০২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বি-২০ মূল সন্মিলনত নগৰ পৰিকল্পনা, আন্তঃগাঁথনি, বাঁহ, ষ্টাৰ্টআপ, দক্ষতা বিকাশ, হস্ততাঁত আৰু হস্তশিল্প, নাৰ্চিং আৰু পেৰামেডিকেলৰ বহুপক্ষীয় ব্যৱসায়িক অংশীদাৰিত্বৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। মিজোৰাম বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হ’ব।

মুখ্যমন্ত্ৰী সন্মিলন প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত ভাষণ দি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে মিজোৰামত অনুষ্ঠিত হোৱা বি-২০ বৈঠকে চিনাক্তকৃত অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা আৰম্ভ কৰাত সহায় কৰিব আৰু নীতিগত পৰামৰ্শ প্ৰণয়নৰ দিশত কাম আৰম্ভ কৰিব।

The post ১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%a7%e0%a7%ad-%e0%a6%ae%e0%a6%be%e0%a7%b0%e0%a7%8d%e0%a6%9a%e0%a6%a4-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%86%e0%a6%9b%e0%a6%be%e0%a6%ae-%e0%a7%b0/feed/ 0 34477
মিজোৰামত প্ৰায় ৩.৫ কোটি মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ… https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%af%e0%a6%bc-%e0%a7%a9-%e0%a7%ab-%e0%a6%95%e0%a7%8b%e0%a6%9f%e0%a6%bf-%e0%a6%ae/ https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%af%e0%a6%bc-%e0%a7%a9-%e0%a7%ab-%e0%a6%95%e0%a7%8b%e0%a6%9f%e0%a6%bf-%e0%a6%ae/#respond Tue, 14 Feb 2023 07:25:54 +0000 https://purbottar.com/?p=33646 মঙলবাৰে মিজোৰামত যৌথ অভিযানত কোটি কোটি মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হয়। প্ৰাথমিক খবৰ অনুসৰি ভাৰত–ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মিজোৰামৰ মেলবুক ক্ৰছিঙত সীমান্ত শুল্ক বিভাগৰ লগতে অসম ৰাইফলছৰ জোৱানসকলে এই যৌথ অভিযান চলায়। বিষয়াসকলে জনোৱা মতে, অভিযানৰ সময়ত ৭৮০ বস্তা বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰি জব্দ কৰা হৈছে। এই বিশাল বাৰ্মিজ চুপাৰিখিনি চোৰাংভাৱে অনা হৈছিল আৰু মিজোৰামত […]

The post মিজোৰামত প্ৰায় ৩.৫ কোটি মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ… appeared first on Purbottar Asomiya.

]]>
মঙলবাৰে মিজোৰামত যৌথ অভিযানত কোটি কোটি মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হয়।

প্ৰাথমিক খবৰ অনুসৰি ভাৰত–ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মিজোৰামৰ মেলবুক ক্ৰছিঙত সীমান্ত শুল্ক বিভাগৰ লগতে অসম ৰাইফলছৰ জোৱানসকলে এই যৌথ অভিযান চলায়।

বিষয়াসকলে জনোৱা মতে, অভিযানৰ সময়ত ৭৮০ বস্তা বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰি জব্দ কৰা হৈছে। এই বিশাল বাৰ্মিজ চুপাৰিখিনি চোৰাংভাৱে অনা হৈছিল আৰু মিজোৰামত সংৰক্ষণ কৰা হৈছিল আৰু ইয়াক আৰু অধিক ভিতৰলৈ লৈ যোৱাৰ উদ্দেশ্য আছিল বুলি বিষয়াসকলে জনায়।

তদুপৰি সমগ্ৰ জব্দকৰণৰ মূল্য প্ৰায় ৩.৫১ কোটি টকা বুলি বিষয়াসকলে অনুমান কৰিছে। বিষয়াসকলে লগতে উল্লেখ কৰে যে মিজোৰামৰ চম্পাই জিলাৰ মেলবুক গাঁৱত বাৰ্মিজ চুপাৰিখিনি মজুত কৰি ৰখা হৈছিল।

ইফালে, জব্দ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

The post মিজোৰামত প্ৰায় ৩.৫ কোটি মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%af%e0%a6%bc-%e0%a7%a9-%e0%a7%ab-%e0%a6%95%e0%a7%8b%e0%a6%9f%e0%a6%bf-%e0%a6%ae/feed/ 0 33646
মিজোৰামত বৃহৎ আঢ়ৈ কোটি মূল্যৰ ড্ৰাগছৰ লগতে গ্ৰেপ্তাৰ মহিলাসহ ৩ সৰবৰাহকাৰীক… https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a7%83%e0%a6%b9%e0%a7%8e-%e0%a6%86%e0%a6%a2%e0%a6%bc%e0%a7%88-%e0%a6%95%e0%a7%8b%e0%a6%9f%e0%a6%bf-%e0%a6%ae/ https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a7%83%e0%a6%b9%e0%a7%8e-%e0%a6%86%e0%a6%a2%e0%a6%bc%e0%a7%88-%e0%a6%95%e0%a7%8b%e0%a6%9f%e0%a6%bf-%e0%a6%ae/#respond Wed, 18 Jan 2023 11:40:32 +0000 https://purbottar.com/?p=32333 মিজোৰামৰ ২.৫ কোটি টকাৰ হেৰ’ইন ৰখাৰ অভিযোগত দুগৰাকী মহিলাসহ কমেও তিনিজনক আটক কৰিছে নিৰাপত্তা সংস্থাই। এই কথা বুধবাৰে অসম ৰাইফলছে এক বিবৃতিত অৱগত কৰে। অসম ৰাইফলছ আৰু মিজোৰামৰ আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগৰ যৌথ দলে হেৰ’ইনৰ চালান জব্দ কৰি তিনিওজনক গ্ৰেপ্তাৰ কৰে। মিজোৰামৰ আইজলৰ বাংকাৱন অঞ্চলত জব্দ কৰি গ্ৰেপ্তাৰ কৰা হয়। ধৃত ব্যক্তি তিনিজনৰ পৰা […]

The post মিজোৰামত বৃহৎ আঢ়ৈ কোটি মূল্যৰ ড্ৰাগছৰ লগতে গ্ৰেপ্তাৰ মহিলাসহ ৩ সৰবৰাহকাৰীক… appeared first on Purbottar Asomiya.

]]>
মিজোৰামৰ ২.৫ কোটি টকাৰ হেৰ’ইন ৰখাৰ অভিযোগত দুগৰাকী মহিলাসহ কমেও তিনিজনক আটক কৰিছে নিৰাপত্তা সংস্থাই।

এই কথা বুধবাৰে অসম ৰাইফলছে এক বিবৃতিত অৱগত কৰে।

অসম ৰাইফলছ আৰু মিজোৰামৰ আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগৰ যৌথ দলে হেৰ’ইনৰ চালান জব্দ কৰি তিনিওজনক গ্ৰেপ্তাৰ কৰে।

মিজোৰামৰ আইজলৰ বাংকাৱন অঞ্চলত জব্দ কৰি গ্ৰেপ্তাৰ কৰা হয়।

ধৃত ব্যক্তি তিনিজনৰ পৰা মুঠ ৫০৩ গ্ৰাম হেৰ’ইন জব্দ কৰা বুলি আছাম ৰাইফলছে অৱগত কৰে।

জব্দ কৰা হেৰ’ইন চালানটো কমেও ৪০টা চাবোনৰ কেচত লুকুৱাই ৰাখিছিল।

অভিযুক্ত তিনিজন আৰু জব্দ কৰা ২.৫১ কোটি টকাৰ নিষিদ্ধ সামগ্ৰীসমূহ অধিক আইনী ব্যৱস্থাৰ বাবে মিজোৰামৰ আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগক গতাই দিয়ে।

The post মিজোৰামত বৃহৎ আঢ়ৈ কোটি মূল্যৰ ড্ৰাগছৰ লগতে গ্ৰেপ্তাৰ মহিলাসহ ৩ সৰবৰাহকাৰীক… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a7%83%e0%a6%b9%e0%a7%8e-%e0%a6%86%e0%a6%a2%e0%a6%bc%e0%a7%88-%e0%a6%95%e0%a7%8b%e0%a6%9f%e0%a6%bf-%e0%a6%ae/feed/ 0 32333
সৰবৰাহৰ সময়তে মিজোৰামত জ্বলাই দিয়া হ’ল ৬ খন চুপাৰি ভৰ্তি বাহন… https://purbottar.com/%e0%a6%b8%e0%a7%b0%e0%a6%ac%e0%a7%b0%e0%a6%be%e0%a6%b9%e0%a7%b0-%e0%a6%b8%e0%a6%ae%e0%a7%9f%e0%a6%a4%e0%a7%87-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%9c/ https://purbottar.com/%e0%a6%b8%e0%a7%b0%e0%a6%ac%e0%a7%b0%e0%a6%be%e0%a6%b9%e0%a7%b0-%e0%a6%b8%e0%a6%ae%e0%a7%9f%e0%a6%a4%e0%a7%87-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%9c/#respond Mon, 12 Dec 2022 09:32:00 +0000 https://purbottar.com/?p=30844 আইজলঃ সৰবৰাহৰ সময়তে জ্বলাই দিয়া হ’ল ৬ খন অবৈধ চুপাৰি ভৰ্তি বাহন। ত্ৰিপুৰা সীমান্তৰ সমীপৰ পশ্চিম মিজোৰামৰ মমিত জিলাত প্ৰায় ৫০ জন লোকে একত্ৰিত হৈ চুপাৰি সমূহ সৰবৰাহ কৰা বাহন কেইখনত অগ্নিসংযোগ কৰে। শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ ১০৮ৰ জামুয়াং আৰু জাউলনুৱামৰ মাজত পৰা পুটাৰ্টে নদীৰ ওচৰত এই ঘটনা সংঘটিত হয়। এই ঘটনাত পাঁচখন পিকআপ আৰু এখন […]

The post সৰবৰাহৰ সময়তে মিজোৰামত জ্বলাই দিয়া হ’ল ৬ খন চুপাৰি ভৰ্তি বাহন… appeared first on Purbottar Asomiya.

]]>
আইজলঃ সৰবৰাহৰ সময়তে জ্বলাই দিয়া হ’ল ৬ খন অবৈধ চুপাৰি ভৰ্তি বাহন। ত্ৰিপুৰা সীমান্তৰ সমীপৰ পশ্চিম মিজোৰামৰ মমিত জিলাত প্ৰায় ৫০ জন লোকে একত্ৰিত হৈ চুপাৰি সমূহ সৰবৰাহ কৰা বাহন কেইখনত অগ্নিসংযোগ কৰে।

শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ ১০৮ৰ জামুয়াং আৰু জাউলনুৱামৰ মাজত পৰা পুটাৰ্টে নদীৰ ওচৰত এই ঘটনা সংঘটিত হয়। এই ঘটনাত পাঁচখন পিকআপ আৰু এখন গধুৰ ট্ৰাক জ্বলি ছাই হৈ যায়।

মমিত জিলাৰ আৰক্ষী অধীক্ষক লালথাংপুই পুলামটেৰ মতে, চুপাৰি কঢ়িয়াই মিজোৰাম-ত্ৰিপুৰা সীমান্তৰ কানহমুনলৈ লৈ আহিছিল আৰু ম্যানমাৰৰ পৰা চোৰাংভাৱে অনা হৈছিল।

তেওঁ আৰু উল্লেখ কৰে যে পুৱা প্ৰায় ৪:০০ বজাৰ পৰা ৫:০০ বজালৈ এই ঘটনা সংঘটিত হয়। গাড়ীখন ৰখাই চালকসকলক টোপোলা নমাবলৈ কয় ৰাইজে।

পুৱা প্ৰায় ৬:০০ বজাত বাহনসমূহৰ সৈতে চালানসমূহ জ্বলাই দিয়া হয়। বিষয়টো সন্দৰ্ভত গভীৰ তদন্ত আৰম্ভ কৰি কানমুন থানাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও চিনাক্ত হোৱা নাই আৰু এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

The post সৰবৰাহৰ সময়তে মিজোৰামত জ্বলাই দিয়া হ’ল ৬ খন চুপাৰি ভৰ্তি বাহন… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%b8%e0%a7%b0%e0%a6%ac%e0%a7%b0%e0%a6%be%e0%a6%b9%e0%a7%b0-%e0%a6%b8%e0%a6%ae%e0%a7%9f%e0%a6%a4%e0%a7%87-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%9c/feed/ 0 30844
মিজোৰামত পেট্ৰ’লভৰ্তি টেংকাৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু, ১৮ জন আহত https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%aa%e0%a7%87%e0%a6%9f%e0%a7%8d%e0%a7%b0%e0%a6%b2%e0%a6%ad%e0%a7%b0%e0%a7%8d%e0%a6%a4%e0%a6%bf-%e0%a6%9f%e0%a7%87/ https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%aa%e0%a7%87%e0%a6%9f%e0%a7%8d%e0%a7%b0%e0%a6%b2%e0%a6%ad%e0%a7%b0%e0%a7%8d%e0%a6%a4%e0%a6%bf-%e0%a6%9f%e0%a7%87/#respond Sun, 30 Oct 2022 08:27:53 +0000 https://purbottar.com/?p=28719 শনিবাৰে সন্ধিয়া মিজোৰামৰ আইজল জিলাত এখন পেট্ৰ’ল টেংকাৰত জুই লাগি বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন আহত হয়। ৰাজ্যৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ পূবে অৱস্থিত টুইৰিয়াল গাঁৱত, শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি, টেংকাৰখন চম্পাই অভিমুখে গৈ থকা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে আটাইকেইজন […]

The post মিজোৰামত পেট্ৰ’লভৰ্তি টেংকাৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু, ১৮ জন আহত appeared first on Purbottar Asomiya.

]]>
শনিবাৰে সন্ধিয়া মিজোৰামৰ আইজল জিলাত এখন পেট্ৰ’ল টেংকাৰত জুই লাগি বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন আহত হয়।

ৰাজ্যৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ পূবে অৱস্থিত টুইৰিয়াল গাঁৱত, শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি, টেংকাৰখন চম্পাই অভিমুখে গৈ থকা বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে আটাইকেইজন আহত লোকক টুইৰিয়াৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত তেওঁলোকে বৰ্তমান চিকিৎসা সেৱা গ্ৰহণ কৰি আছে।

খবৰ অনুসৰি,দুখন ২ চকীয়া বাহন আৰু এখন চাৰিচকীয়া টেক্সিও এই ঘটনাত ক্ষতিগ্ৰস্ত হয়।

অৱশ্যে বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে।

The post মিজোৰামত পেট্ৰ’লভৰ্তি টেংকাৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু, ১৮ জন আহত appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a6%aa%e0%a7%87%e0%a6%9f%e0%a7%8d%e0%a7%b0%e0%a6%b2%e0%a6%ad%e0%a7%b0%e0%a7%8d%e0%a6%a4%e0%a6%bf-%e0%a6%9f%e0%a7%87/feed/ 0 28719
মিজোৰামত ৫০ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a7%ab%e0%a7%a6-%e0%a6%b2%e0%a6%be%e0%a6%96-%e0%a6%9f%e0%a6%95%e0%a6%be-%e0%a6%ae%e0%a7%82%e0%a6%b2%e0%a7%8d%e0%a6%af/ https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a7%ab%e0%a7%a6-%e0%a6%b2%e0%a6%be%e0%a6%96-%e0%a6%9f%e0%a6%95%e0%a6%be-%e0%a6%ae%e0%a7%82%e0%a6%b2%e0%a7%8d%e0%a6%af/#respond Sun, 23 Oct 2022 11:23:28 +0000 https://purbottar.com/?p=28427 শনিবাৰে মিজোৰামৰ আইজলত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। সূত্ৰ অনুসৰি, আছাম ৰাইফলছ আৰু নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ নেতৃত্বত যৌথ অভিযানৰ সময়ত জব্দ কৰা হয় টেবলেটখিনি। এখন বাহনৰ পৰা জব্দ কৰা হয় প্ৰায় ডেৰ লাখ মেথামফেটামাইন টেবলেট। জব্দ কৰা টেবলেটসমূহৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় ৫০ লাখ টকা হোৱাৰ সন্দেহ কৰা হৈছে। জব্দকৰণৰ সৈতে জড়িত ৪জন লোকক […]

The post মিজোৰামত ৫০ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ appeared first on Purbottar Asomiya.

]]>
শনিবাৰে মিজোৰামৰ আইজলত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট।

সূত্ৰ অনুসৰি, আছাম ৰাইফলছ আৰু নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ নেতৃত্বত যৌথ অভিযানৰ সময়ত জব্দ কৰা হয় টেবলেটখিনি।

এখন বাহনৰ পৰা জব্দ কৰা হয় প্ৰায় ডেৰ লাখ মেথামফেটামাইন টেবলেট।

জব্দ কৰা টেবলেটসমূহৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় ৫০ লাখ টকা হোৱাৰ সন্দেহ কৰা হৈছে।

জব্দকৰণৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

The post মিজোৰামত ৫০ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae%e0%a6%a4-%e0%a7%ab%e0%a7%a6-%e0%a6%b2%e0%a6%be%e0%a6%96-%e0%a6%9f%e0%a6%95%e0%a6%be-%e0%a6%ae%e0%a7%82%e0%a6%b2%e0%a7%8d%e0%a6%af/feed/ 0 28427
অসম-মিজোৰাম সীমা বিবাদঃ ১৯ ছেপ্টেম্বৰত দিল্লীত বৈঠকত মিলিত হব দুয়োখনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী https://purbottar.com/%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae-%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be-%e0%a6%ac%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a6%83-%e0%a7%a7/ https://purbottar.com/%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae-%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be-%e0%a6%ac%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a6%83-%e0%a7%a7/#respond Fri, 16 Sep 2022 11:34:07 +0000 https://purbottar.com/?p=26938 গুৱাহাটীঃ অসম আৰু মিজোৰামৰ মাজত সীমান্ত সমস্যা সমাধানক লৈ চৰ্চাই গতি লাভ কৰিছে। উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত নতুন দিল্লীত দুয়োখন ৰাজ্যৰ মাজত মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত আলোচনাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ সমকক্ষ জোৰামথাংগাই নিজ নিজ ৰাজ্যৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব। উল্লেখযোগ্য […]

The post অসম-মিজোৰাম সীমা বিবাদঃ ১৯ ছেপ্টেম্বৰত দিল্লীত বৈঠকত মিলিত হব দুয়োখনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী appeared first on Purbottar Asomiya.

]]>
গুৱাহাটীঃ অসম আৰু মিজোৰামৰ মাজত সীমান্ত সমস্যা সমাধানক লৈ চৰ্চাই গতি লাভ কৰিছে।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত নতুন দিল্লীত দুয়োখন ৰাজ্যৰ মাজত মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

১৯ ছেপ্টেম্বৰত অনুষ্ঠিত আলোচনাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ সমকক্ষ জোৰামথাংগাই নিজ নিজ ৰাজ্যৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব।

উল্লেখযোগ্য যে অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে পূৰ্বে ছেপ্টেম্বৰত আলোচনাত মিলিত হ’বলৈ সন্মত হৈছিল।

অসম আৰু মিজোৰামৰ মাজত ১৬৪.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমান্ত আছে।

অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদ ১৯৮৭ চনৰ পৰা চলি আহিছে—যি বছৰত মিজোৰামে পূৰ্ণাংগ ৰাজ্যিক ৰূপ লাভ কৰিছিল।

মিজোৰাম আৰু অসমৰ মাজত দশক দশক ধৰি চলি অহা সীমা বিবাদৰ মূলতে ১৮৭৫ আৰু ১৯৩৩ চনত দুটা ঔপনিৱেশিক সীমা নিৰ্ধাৰণৰ পৰাই উদ্ভৱ হৈছিল।

যি সময়ত মিজোৰামে ১৮৭৫ চনত অধিসূচনা কৰা বংগ পূব সীমান্ত নিয়মাৱলী (BERF)ৰ অধীনত অধিসূচনা কৰা সীমা নিৰ্ধাৰণক প্ৰকৃত সীমা হিচাপে মানি লৈছিল যদিও অসম চৰকাৰে কয় যে ১৯৩৩ চনৰ অধিসূচনাৰ অধীনত কৰা সীমা নিৰ্ধাৰণসমূহেই ইয়াৰ সংবিধান সীমা .

The post অসম-মিজোৰাম সীমা বিবাদঃ ১৯ ছেপ্টেম্বৰত দিল্লীত বৈঠকত মিলিত হব দুয়োখনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%ae%e0%a6%bf%e0%a6%9c%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%ae-%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be-%e0%a6%ac%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a6%83-%e0%a7%a7/feed/ 0 26938
সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে মিজোৰামলৈ যাব অসমৰ প্ৰতিনিধি দল https://purbottar.com/%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be-%e0%a6%b8%e0%a6%ae%e0%a6%b8%e0%a7%8d%e0%a6%af%e0%a6%be-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%b0%e0%a7%8d%e0%a6%ad%e0%a6%a4-%e0%a6%86%e0%a6%b2%e0%a7%8b/ https://purbottar.com/%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be-%e0%a6%b8%e0%a6%ae%e0%a6%b8%e0%a7%8d%e0%a6%af%e0%a6%be-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%b0%e0%a7%8d%e0%a6%ad%e0%a6%a4-%e0%a6%86%e0%a6%b2%e0%a7%8b/#respond Fri, 05 Aug 2022 07:50:40 +0000 https://purbottar.com/?p=24935 অসমৰ পাঁচজনীয়া এটা প্ৰতিনিধি দল মিজোৰামলৈ আহি দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদৰ বিষয়টো আলোচনা কৰিব। ৫ জনীয়া অসমৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব ৰাজ্যিক মন্ত্ৰী অতুল বৰাই। অহা ৯ আৰু ১০ আগষ্টত মিজোৰামৰ সমকক্ষৰ সৈতে আলোচনাত মিলিত হ’ব অসমৰ প্ৰতিনিধি দলটোৱে। অহা ৯ আগষ্টৰ পুৱা মিজোৰামত উপস্থিত হ’ব অসমৰ প্ৰতিনিধি দল। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া মন্ত্ৰী […]

The post সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে মিজোৰামলৈ যাব অসমৰ প্ৰতিনিধি দল appeared first on Purbottar Asomiya.

]]>
অসমৰ পাঁচজনীয়া এটা প্ৰতিনিধি দল মিজোৰামলৈ আহি দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদৰ বিষয়টো আলোচনা কৰিব।

৫ জনীয়া অসমৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব ৰাজ্যিক মন্ত্ৰী অতুল বৰাই।

অহা ৯ আৰু ১০ আগষ্টত মিজোৰামৰ সমকক্ষৰ সৈতে আলোচনাত মিলিত হ’ব অসমৰ প্ৰতিনিধি দলটোৱে।

অহা ৯ আগষ্টৰ পুৱা মিজোৰামত উপস্থিত হ’ব অসমৰ প্ৰতিনিধি দল।

প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া মন্ত্ৰী অতুল বৰাৰ উপৰি অসমৰ পৰা দলটোৰ আন সদস্যসকল হ’ব মন্ত্ৰী অশোক সিংহালৰ লগতে ৰাজ্যৰ সীমা সুৰক্ষা আৰু উন্নয়ন আয়ুক্ত– জি ডি ত্ৰিপাথীকে ধৰি অসম চৰকাৰৰ আন তিনিগৰাকী উচ্চপদস্থ বিষয়া।

সূত্ৰ অনুসৰি, মিজোৰামৰ দলটোৰ নেতৃত্ব দিব ৰাজ্যৰ গৃহমন্ত্ৰী লালচামলিয়ানাই।

অসম আৰু মিজোৰামৰ মাজত ১৬৪.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমা ভাগ কৰা হৈছে, য’ত সাম্প্ৰতিক সময়ত কেইবাটাও সংঘৰ্ষ হৈছে।

অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদৰ সূচনা কৰিব পাৰি ব্ৰিটিছ যুগৰ দুটা সীমা নিৰ্ধাৰণ অৰ্থাৎ ১৮৭৫ আৰু ১৯৩৩ চনত।

মিজোৰামে ১৮৭৫ চনত অধিসূচনা কৰা বংগ পূব সীমান্ত নিয়মাৱলীৰ অধীনত সীমা নিৰ্ধাৰণক মানি লৈছে, যিয়ে বৰ্তমান অসমৰ অন্তৰ্গত থকা অঞ্চলটোৰ বিশাল অংশক ইয়াৰ প্ৰকৃত সীমা হিচাপে সামৰি লৈছে, অসম চৰকাৰে কয় যে ১৯৩৩ চনৰ অধিসূচনাৰ অধীনত কৰা সীমা নিৰ্ধাৰণসমূহেই ইয়াৰ সাংবিধানিক সীমা .

বিগত বৰ্ষৰ জুলাই মাহত অসম-মিজোৰাম সীমান্তৰ বিবাদিত অঞ্চলত এক হিংসাত্মক সংঘৰ্ষৰ ফলত কমেও ৬ জন অসম আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল।

তদুপৰি এই সংঘৰ্ষত প্ৰায় ৬০ জন লোকো আহত হৈছে।

ঘটনাৰ প্ৰায় লগে লগে অসম আৰু মিজোৰাম উভয়ে আলোচনা কৰি দুয়োখন ৰাজ্যৰ মাজত দশক দশক ধৰি চলি অহা সীমা বিবাদ নিষ্পত্তি কৰাৰ সিদ্ধান্ত লয়।

The post সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে মিজোৰামলৈ যাব অসমৰ প্ৰতিনিধি দল appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be-%e0%a6%b8%e0%a6%ae%e0%a6%b8%e0%a7%8d%e0%a6%af%e0%a6%be-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%b0%e0%a7%8d%e0%a6%ad%e0%a6%a4-%e0%a6%86%e0%a6%b2%e0%a7%8b/feed/ 0 24935