পুনৰ উত্তপ্ত মণিপুৰ! আৰক্ষী থানাত আক্ৰমণ কৰি লুটি নিলে অস্ত্ৰ-শস্ত্ৰ, এজন আৰক্ষীৰ মৃত্যু
পুনৰ জ্বলিছে মণিপুৰ। বৃহস্পতিবাৰে পুনৰ এবাৰ মণিপুৰৰ কেইবাটাও অঞ্চলত সংঘৰ্ষৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে ৰাজধানী ইম্ফলত উত্তেজিত ৰাইজৰ প্ৰতিবাদৰ সন্মুখত এজন আৰক্ষীৰ...
এডিটৰ গিল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মণিপুৰ চৰকাৰৰ, কাৰণ…
মণিপুৰত অধিক সংঘৰ্ষ সৃষ্টিৰ চেষ্টা কৰাৰ অভিযোগত এডিটৰ গিল্ডৰ সদস্যসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাজ্য চৰকাৰে। এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।
মণিপুৰৰ...
মণিপুৰত আত্মৰক্ষাৰ বাবে কৰা গুলীচালনাত গুলীবিদ্ধ হৈ মৃত্যু অসমৰ শ্ৰমিকৰ…
মণিপুৰৰ ইম্ফল পশ্চিম জিলাত শুকুৰবাৰে পুৱা এটা পৰিয়ালত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ সময়তে পৰিয়ালৰ মুৰব্বীয়ে আত্মৰক্ষাৰ বাবে কৰা গুলীচালনা মৃত্যু ঘটে অসমৰ এজন ব্যক্তিৰ।...
মণিপুৰত IED বিস্ফোৰণত শ্বহীদ অসম ৰাইফলছৰ জোৱান
বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত দুটা শক্তিশালী ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ ফলত এজন অসম ৰাইফলছৰ জোৱান শ্বহীদ হয় আৰু আন এজন...
মণিপুৰত বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ ৬টা আইইডি উদ্ধাৰ
নিৰ্বাচনমুখী ধামখুমীয়াৰ মাজতে মণিপুৰত পুনৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু আইইডি উদ্ধাৰে ৰাজ্যখনত আতংকৰ সৃষ্টি কৰিছে।
বুধবাৰে ৰাজ্যখনৰ ম্যানমাৰ সীমান্তৰ বেটুক গাঁৱৰ সমীপত অসম ৰাইফলছে...
মণিপুৰৰ ভূমিস্খলনত নিহত অসমৰ কমেও ৭ জন, সন্ধানহীন বহু কেইজন
মণিপুৰৰ নোনে জিলাত টুপুলত ভূমিস্খলনত এজন সেনা জোৱানকে ধৰি অসমৰ পৰা কমেও ৭জন লোক নিহত হোৱা বুলি মন্ত্ৰী পীযুষ হাজৰিকাই জনায়।
শনিবাৰে মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন...
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণ আৰু জনসংখ্যা আয়োগ গঠনৰ দাবীত মণিপুৰৰ ইম্ফলত প্ৰতিবাদ…
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণ আৰু জনসংখ্যা আয়োগ গঠনৰ দাবীত মণিপুৰৰ ইম্ফলত ব্যাপক প্ৰতিবাদ।
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদৰ লগতে ৰাজভৱনলৈও পদযাত্ৰা কৰাৰ পিছতে আৰক্ষীয়ে...
মণিপুৰত পুনৰ হিংসাৰ দাবানল! দুজন গ্ৰামসেৱকৰ মৃত্যু
মণিপুৰত নতুনকৈ সংঘৰ্ষত দুজন লোকৰ মৃত্যু। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে নিশা খোইজুমন্তবি গাঁৱত সংঘটিত গুলিচালনাত দুজন ‘গ্ৰামসেৱক’ৰ মৃত্যু ঘটে। সেই ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি...
এআৰ কেডাৰৰ দ্বাৰা নিৰস্ত্ৰ চালৱা স্থানীয় গুলীয়াই হত্যা কৰাৰ পিছত উত্তেজনা বিয়পি পৰে
মণিপুৰৰ কাংপোকপিৰ এখন গাঁৱত অসম ৰাইফলছৰ এজন কৰ্মচাৰীয়ে এজন লোকক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত অঞ্চলটোত অৰ্ধসামৰিক বাহিনীৰ এটা শিবিৰত জনতা...
মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান...
মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু আন ২০৪ গৰাকী আৰক্ষীক ২০২৩ চনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ...