খানামুখৰ পৰা আজাৰালৈ দীপৰ বিলৰ বাঢ়নি পানীত বুৰিল পশ্চিম গুৱাহাটীৰ বৃহৎ অঞ্চল

বিগত কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেদি বৈ থকা বাবে মহানগৰীৰ দক্ষিণ - পশ্চিম প্ৰান্তত থকা দীপৰ বিলৰ পানীভাগ...

চকৰ্দ’ৰ ৰেলপথত বনৰীয়া হাতী : শংকিত ৰাইজ

মহানগৰীৰ দীপৰ বিলৰ দাঁতিয়েদি যোৱা আজাৰা - কামাখ্যা সংযোগী ৰেলপথৰ ঠাইবিশেকে বিগত দিনকেইটাত বনৰীয়া হাতীয়ে বিচৰণ কৰি থকাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে...

অসমত ২৬ ৰ পৰা ২৯ জুলাই পৰ্যন্ত পুনৰ ধাৰাসাৰ বৰষুণে

ষ্টাফৰিপৰ্টাৰ, অসমত ২৬ ৰ পৰা ২৯ জুলাই পৰ্যন্ত পুনৰ ধাৰাসাৰ বৰষুণে বান পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিব। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই...

” ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে জলসম্পদ বিভাগে বন্ধ কৰিলে খানা নৈৰ পানীদুৱাৰ , পশ্চিম...

: শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বেছিভাগতে বিপদ সীমাৰ ওপৰেৰে বৈ থকাত ৰাজ্যৰ ২৪ খন জিলাত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে । ইফালে গুৱাহাটীত...

ৰনবীৰ কাপুৰৰ দৰে দেখাত হুবহু জনপ্ৰিয় কাশ্মীৰি মডেল জুনেইদ শ্বাহৰ মৃত্যু।

অতিকে জনপ্ৰিয় কাশ্মীৰি মডেল জুনেইদ শ্বাহৰ মৃত্যু। অভিনেতা ৰনবীৰ কাপুৰৰ দৰে হুবহু মুখাবয়ৱ থকা বাবে অতিকে জনপ্ৰিয় হৈ পৰিছিল জুনেইদ।প্ৰায়ে চৰ্চাৰ কেন্দ্ৰ বিন্দু...

ধুবুৰীৰ সাংবাদিক ৰাজীব শৰ্ম্মাক বিনচৰ্ত্তে মুক্তিৰ দাবী

ধুবুৰীৰ সাংবাদিক ৰাজীব শৰ্ম্মাক বিনচৰ্ত্তে মুক্তিৰ দাবীডিওৱাই ৩৬৫ ৰ ধুবুৰীৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাক মাজনিশা আটক কৰা ঘটনাক ৰহস্য...

বৰঝাৰ বিমান বন্দৰত টীম ৱৰ্কৰ দৰে কাম কৰাৰ প্ৰচেষ্টা

ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ : ক'ৰনা আতংকৰ মাজতো ২৫ মে' পৰা দিনে নিশাই সেৱা আগবঢ়াই আছে ৮০ ৰো অধিক বিষয়া কৰ্মচাৰীয়ে# দেশৰ আন ৰাজ্যৰ লগতে...

বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ বাতিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা মাচুল উঠাই লোৱা

এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে আজি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰীক্ষা অনুস্থিত কৰাৰ নিৰ্দেশ বাতিল কৰা, গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষা মাচুল সংগ্ৰহ বন্ধ কৰা, মহাবিদ্যালয়...

পুণৰ বানৰ কৱলত মাজুলী, নদীপৰীয়া ৭৩ গাঁৱৰ দহ সহস্ৰাধিক পৰিয়াল আক্ৰান্ত, ৬ আশ্ৰয় শিবিৰ...

পুণৰ বানৰ কৱলত পৰিছে মাজুলী জিলাৰ মঠাউৰিৰ বহিঃ অংশৰ লগতে নদীপৰীয়া এলেকাসমূহ। এইবাৰৰ প্ৰথমটো বানৰ প্ৰকোপ কমাৰ মাথো ৮টা দিনৰ বিৰতিতে পুণৰ দ্বিতীয়টো বানৰ...

ৰেডিঅ’যোগে অসমীয়া নাট প্ৰচাৰৰ ৭২ বছৰ।

স্বনামধন্য নাট্যশিল্পী সত্যপ্ৰসাদ বৰুৱাই লিখা “ধৰালৈ যিদিনা নামিব সৰগ” নাটকখন আছিল অল ইণ্ডিয়া ৰেডিঅ’ যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক। ১৯৪৮চনৰ ৬ জুলাইত...

Latest article

সামগ্ৰীৰ উন্নীতকৰণেৰে টিকেএম-এ মুকলি কৰিলে আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ

টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ বাহনখনৰ সুবিধাসমূহৰ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে, যি সুৰক্ষা, আৰাম আৰু সুবিধাক ন ৰূপত সংজ্ঞায়িত কৰিছে। শেহতীয়া বৰ্ধিতকৰণে...

ওড়িশাৰ শিক্ষাবিদ , প্ৰাক্তন সাংসদ অধ্যাপক অচ্যুতা সামান্তলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা

0
ওড়িশাৰ প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ, প্ৰাক্তন সাংসদ আৰু ভলীবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক   অচ্যুতা সামান্তলৈ এইবেলি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫...

ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল তিনিজনকৈ লোকৰ

ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে...