বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’ল সৰ্বাধিক ২৬৯জন লোক।

ৰাজ্যত কৰনাৰ ভয়ানক ৰুপ। ২৪ঘণ্টাত ধুবুৰীত আক্ৰান্ত হ’ল ১২৫জন লোক। লখিমপুৰৰ এজন চিকিৎসকৰ দেহত COVID-19। ডাঃ হাচিড জামান নামৰ চিকিৎসকজনৰ দেহত ধৰা পৰিছে...

আঠ জুনৰ পৰা খুলিব মন্দিৰ সমূহ।

কৰনাৰ বাবে বিগত দুটা মাহৰ পৰা বন্ধ হৈ আছিল ৰাজ্যৰ উপাসনা থলীসমূহ। কিন্তু ৮ জুনৰ পৰা পুনৰ খুলিব মঠ-মন্দিৰসমূহ। চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি মন্দিৰত...

ইনষ্টাগ্ৰামত সংগীতৰ লহৰ তুলিবলৈ সাজু উত্তৰ-পূৱৰ শিল্পীৰ

ষ্টাফ ৰিপ'ৰ্টাৰ: দেশবাসীয়ে লক ডাউন ৪.০ত প্ৰৱেশ কৰিবলৈ গৈ থকা সময়তে শিল্পী আৰু কলা-কুশলী সকলে অনুৰাগী সকলক মনোৰঞ্জনৰ খোৰাক দিয়াৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয়...

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছত ভৰ্তি৷ হঠাৎ বুকুত বিষ অনুভৱ কৰাত মন্ত্ৰীগৰাকীক হাস্পতালত...

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছত ভৰ্তি৷ হঠাৎ বুকুত বিষ অনুভৱ কৰাত মন্ত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়৷

ত্ৰিপুৰাত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা

ষ্টাফ ৰিপোৰ্টাৰ, ৫ মে':ত্ৰিপুৰাত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ'নাত আক্ৰান্তৰ সংখ্যা। সোমবাৰে ২ শিশুসহ ১৩জন নতুনকৈ আক্ৰান্ত হৈছে। কৰ'নাত আক্ৰান্ত ১১জনেই বিএছএফৰ জোৱান। দেওবাৰে...

মৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ৰক্তদান

ষ্টাফ ৰিপ'ৰ্টাৰ: মাৰোৱাৰী যুৱ মঞ্চই শুকুৰবাৰে গুৱাহাটীৰ আঠগাওঁস্থিত মাৰোৱাৰী হাস্পতালৰ ব্লাড বেংকত ১৬ ইয়ুনিট ব্লাড দান কৰে। লকডাউনৰ এই সময়ছোৱাত মৰোৱাৰী যুৱ মঞ্চৰ এনে...

নিজ ঘৰতে ৰমজানৰ মাহৰ উপাসান কৰিবলৈ আহ্বান– সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

ষ্টাফৰিপোৰ্টাৰ, ২৪ এপ্ৰিল : বিশ্ব মহামাৰীৰ বাবে সমগ্ৰ দেশৰ নাগৰিক লোকে লক-ডাউন পালন কৰি নিজ নিজ ঘৰত আৱদ্ধ হৈ আছে৷ অসমতো সৰ্বপ্ৰকাৰৰ নাগিৰক ঘৰতে...

যান-বাহনৰ পঞ্জীয়নৰ ম্যাদ ৩০ জুনলৈ বৃদ্ধি চৰকাৰৰ

ষ্টাফৰিপোৰ্টাৰ, ২২ এপ্ৰিল : যান-বাহনৰ পঞ্জীয়নৰ ম্যাদ ৩০ জুনলৈ বৃদ্ধি কৰিছে চৰকাৰে। পহিলা ফেব্ৰুৱাৰীৰ পৰা ম্যাদ ওকলা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন...

কৃষি মন্ত্ৰী অতুল বৰাৰ গোৱালপাৰা, বৰপেটা, নলবাৰী জিলা পৰিদৰ্শন

ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : আজি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই দৰংগিৰিৰ কল খেতি পৰিদৰ্শন কৰে। বিখ্যাত কল খেতিয়ক দেৱব্ৰত ৰাভাৰ সৈতে আলোচনা কৰি...

Latest article

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

আজি পুৱা গেছ চিলিণ্ডাৰ পৰিবাহী এখন ট্ৰাকত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।...

সমাগত সৰস্বতী পূজা

সমাগত সৰস্বতীৰ পূজা।ৰাজ্যৰ চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি।উল্লেখযোগ্য যে বসন্ত পঞ্চমীত শুভক্ষণত সৰস্বতীৰ পূজা কৰা হয়। এই দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ...

আজি গণেশ চতুৰ্থী

আজি গণেশ চতুৰ্থী। ধৰ্মীয় মান্যতা অনুসৰি, এই দিনটোত ভগৱান গণেশক পূজা কৰিলে শুভ ফল পোৱা যায়। গণেশে ভক্তৰ জীৱন সুখ- সমৃদ্ধিৰে ভৰাই তোলে।এইবাৰ গণেশ...