গুৱাহাটীত ২০ হাজাৰ টকাৰ উৎকোচ লৈ হাতেলোটে ধৰা পৰিল চৰকাৰী উচ্চপদস্থ বিষয়া

অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপছন শাখাৰ চোৰাংচোৱাই গুৱাহাটীত মেট্ৰ’লজী বিভাগৰ এজন বিষয়াক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে অসম আইনী পৰিমাপ বিজ্ঞান সেৱাৰ নিয়ন্ত্ৰক শশীন্দ্ৰ...

পুনৰ কোৰোনাত আক্ৰান্ত GMCHৰ অধীক্ষক ডা০ অভিজিত শৰ্মা

গুৱাহাটীঃ পুনৰ কোৰোনাত আক্ৰান্ত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা০ অভিজিত শৰ্মা। জিএমচিএইছত চিকিৎসাধীন হৈ থকা এগৰাকী কোভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পিছতে মঙলবাৰে...

কটনত কালিমা! দুটা হোষ্টেল ফৈদৰ মাজৰ সংঘৰ্ষত আহত ৬ শিক্ষাৰ্থী

গুৱাহাটীঃ ফেচবুক পোষ্টক লৈ যোৱা নিশা কটন বিশ্ববিদ্যালয়ৰ দুটা হোষ্টেলৰ ফৈদৰ মাজত হোৱা সংঘৰ্ষত কমেও ৬ জন ছাত্ৰ-ছাত্ৰী আহত হয়। সূত্ৰই জনোৱা মতে, যোৱা নিশা...

বিধায়কৰ আৱাসত আম চুৰি কৰি ৰঙাঘৰৰ আলহী হ’ল সুভাষ

বিধায়ক অতুল বৰাৰ আৱাসৰ পৰা আম চুৰি কৰাৰ অভিযোগত আটক কৰা হৈছে এজন লোকক। অতুল বৰাৰ বিধায়ক আৱাসত থকা আমগছৰ পৰা আম চুৰি কৰাৰ...

হাতীগাঁৱত জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত মৃত্যু বাইক আৰোহীৰ

মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ সমীপত সংঘটিত হয় এই...

গুৱাহাটীৰ চছলত ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যা উন্মোচন

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ''অকণিৰ সাহিত্য সভা''ৰ হৈ নগাঁৱৰ পৰা প্ৰকাশ পাই অহা এটকীয়া শিশু-কবিতাৰ পত্ৰিকা 'প্ৰিয়বন্ধু'ৰ চতুৰ্থ সংখ্যাটি ১ জুনত গুৱাহাটীৰ চছলত উন্মোচন কৰে...

ঠিকাদাৰৰ পৰা ২৫ হাজাৰ টকা উৎকোচ লৈ দিছপুৰত হাতেলোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা

মহনগৰীত উৎকোচ লোৱাৰ সময়ত হাতেলোটে গ্ৰেপ্তাৰ এগৰাকী কনিষ্ঠ অভিযন্তা। পৌৰ প্ৰশাসন সঞ্চালকালয়ত উৎকোচ লৈ থকাৰ সময়তে অভিযান চলাই অভিযন্তাজনক গ্ৰেপ্তাৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগৰ। ধৃত...

গড়চুকত কেইবালাখ টকাৰ ড্ৰাগছসহ ব্যৱসায়ীক আটক

ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বিশেষ অভিযান গোট আৰু গড়চুক আৰক্ষীয়ে গুৱাহাটীৰ আই এছ বি টিৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছ ব্যৱসায়ীজনৰ...

মহানগৰীত মন্দিৰত দুস্কৃতিকাৰীৰ সন্ত্ৰাস! ভাঙি থৈ গ’ল শিৱ মন্দিৰ, গনেশ মন্দিৰ

গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত মঙলবাৰে নিশা অচিনাক্ত দুষ্কৃতিকাৰীয়ে এটা মন্দিৰ ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। বাতৰি অনুসৰি, দুস্কৃতিকাৰীয়ে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ভেটাপাৰাৰ...

গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ আশংকা, ৩৬৬টা পৰিয়ালক বাসগৃহ খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ

গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ আশংকা। গুৱাহাটীৰ ৩৬৬টা পৰিয়ালক বাসগৃহ খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ। গুৱাহাটীৰ পানীখাইতিতো ভয়াৱহ ভূমিস্খলনৰ আশংকা। শীঘ্রেই বাসগৃহ খালী কৰাৰ নিৰ্দেশ চন্দ্রপুৰ ৰাজহ চক্র বিষয়াৰ। পানীখাইতিৰ ১৬টা...

Latest article

এইচএমডি-এ মুকলি কৰিলে সংগীতকেন্দ্ৰিক স্মাৰ্টফোন, ৰাজস্থান ৰয়েলছৰ সৈতে বৃদ্ধি কৰিলে অংশীদাৰিত্ব

হিউমেন মোবাইল ডিভাইচ(এইচএমডি)-এ বৰ্ধিত অডিঅ’ ক্ষমতা আৰু সমৰ্পিত মিউজিক কণ্ট্ৰ’ল(সংগীত নিয়ন্ত্ৰণ)ৰ সুবিধা সন্নিৱিষ্ট কৰি সংগীত অনুৰাগীসকলৰ বাবে দুটা নতুন ফিচাৰ ফোন-এইচএমডি ১৩০ মিউজিক আৰু...

জিচিপিএলে যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে শক্তিশালী কৰিছে নিজৰ নেতৃত্ব

ভাৰতৰ উদীয়মান বজাৰ আৰু ঘৰুৱা কীটনাশক (এইচ আই) শিতানৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ যুগান্তকাৰী উদ্ভাৱন আৰু শিতান সম্প্ৰসাৰণৰ জৰিয়তে নিজৰ নেতৃত্ব শক্তিশালী...

জেতুকা পাতৰ গুণা-গুণ জানেনে

জেতুকা পাতৰ গুণা-গুণ জানেনে ? ছাল আৰু চুলিৰ বাবে ই কিমান উপকাৰী ?বিহুলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী ৷ সকলোতে এতিয়া মাথো চলিছে...