মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৭ জন আহত

শুকুৰবাৰে নিশা গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলৰ এটা আৱাসিক ভৱনত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডত কমেও ৭ জন লোক আহত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।...

সলনি হ’ব চেৰাবভাটী আৰু কালাপাহাৰৰ নাম…

সলনি হ’ব গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম। এই কথা ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে। স্থানীয় ৰাইজ আৰু সংগঠনৰ আহ্বানমৰ্মে গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম সলনি কৰিবলৈ যো-জা চলাইছে...

মহানগৰীত ড্ৰাগছসহ এজনক আটক

মহানগৰীত নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ। বশিষ্ঠ আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক কমলপুৰৰ সূৰ্যকুমাৰ শৰ্মা ওৰফে...

গুৱাহাটীত ২০ হাজাৰ টকাৰ উৎকোচ লৈ হাতেলোটে ধৰা পৰিল চৰকাৰী উচ্চপদস্থ বিষয়া

অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপছন শাখাৰ চোৰাংচোৱাই গুৱাহাটীত মেট্ৰ’লজী বিভাগৰ এজন বিষয়াক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে অসম আইনী পৰিমাপ বিজ্ঞান সেৱাৰ নিয়ন্ত্ৰক শশীন্দ্ৰ...

পুনৰ কোৰোনাত আক্ৰান্ত GMCHৰ অধীক্ষক ডা০ অভিজিত শৰ্মা

গুৱাহাটীঃ পুনৰ কোৰোনাত আক্ৰান্ত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা০ অভিজিত শৰ্মা। জিএমচিএইছত চিকিৎসাধীন হৈ থকা এগৰাকী কোভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পিছতে মঙলবাৰে...

কটনত কালিমা! দুটা হোষ্টেল ফৈদৰ মাজৰ সংঘৰ্ষত আহত ৬ শিক্ষাৰ্থী

গুৱাহাটীঃ ফেচবুক পোষ্টক লৈ যোৱা নিশা কটন বিশ্ববিদ্যালয়ৰ দুটা হোষ্টেলৰ ফৈদৰ মাজত হোৱা সংঘৰ্ষত কমেও ৬ জন ছাত্ৰ-ছাত্ৰী আহত হয়। সূত্ৰই জনোৱা মতে, যোৱা নিশা...

বিধায়কৰ আৱাসত আম চুৰি কৰি ৰঙাঘৰৰ আলহী হ’ল সুভাষ

বিধায়ক অতুল বৰাৰ আৱাসৰ পৰা আম চুৰি কৰাৰ অভিযোগত আটক কৰা হৈছে এজন লোকক। অতুল বৰাৰ বিধায়ক আৱাসত থকা আমগছৰ পৰা আম চুৰি কৰাৰ...

হাতীগাঁৱত জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত মৃত্যু বাইক আৰোহীৰ

মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ সমীপত সংঘটিত হয় এই...

গুৱাহাটীৰ চছলত ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যা উন্মোচন

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ''অকণিৰ সাহিত্য সভা''ৰ হৈ নগাঁৱৰ পৰা প্ৰকাশ পাই অহা এটকীয়া শিশু-কবিতাৰ পত্ৰিকা 'প্ৰিয়বন্ধু'ৰ চতুৰ্থ সংখ্যাটি ১ জুনত গুৱাহাটীৰ চছলত উন্মোচন কৰে...

ঠিকাদাৰৰ পৰা ২৫ হাজাৰ টকা উৎকোচ লৈ দিছপুৰত হাতেলোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা

মহনগৰীত উৎকোচ লোৱাৰ সময়ত হাতেলোটে গ্ৰেপ্তাৰ এগৰাকী কনিষ্ঠ অভিযন্তা। পৌৰ প্ৰশাসন সঞ্চালকালয়ত উৎকোচ লৈ থকাৰ সময়তে অভিযান চলাই অভিযন্তাজনক গ্ৰেপ্তাৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগৰ। ধৃত...

Latest article

আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ সমাপ্তি ঘটিব সুনীল ছেত্ৰীৰ

0
ভাৰতত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰীয়ে ৬ জুনত কুৱেইটৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ...

মেঘালয়ত আৰম্ভ হ’ল ভাৰত-ফ্ৰান্সৰ যুটীয়া সামৰিক অনুশীলন ‘শক্তি’

ফ্ৰান্স আৰু ভাৰতৰ মাজৰ যুটীয়া সামৰিক অনুশীলন শক্তি এডিছনত ব্ৰিগেড পৰ্যায়ৰ কমাণ্ড বিষয়া, বায়ুসেনা আৰু নৌসেনাৰ পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। এই শক্তি সংস্কৰণৰ লক্ষ্য হৈছে...

আমাজনে প্ৰ’পেলৰ চতুৰ্থ চিজন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে

আমাজন ইণ্ডিয়াই আজি প্ৰপেলৰ চতুৰ্থ ছিজন মুকলি কৰাৰ কথা ঘোষণা কৰিছে – প্ৰপেল হৈছে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ বাবে এক গ্লবেল ব্যৱসায়িক...