নাগৰিকৰ জীৱন জীৱিকা আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত ২৭ জুনত ৰাজ্যজোৰা প্ৰতিবাদ দিৱস
ষ্টাফৰিপৰ্টাৰ, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে যে ২৭ জুনত ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰিব। বিজ্ঞপ্তিটোত প্ৰকাশ...
কোভিড-১৯ত আক্ৰান্ত তৰুণ গগৈৰ ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে
গুৱাহাটীঃ কোভিড-১৯ত আক্ৰান্ত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈ। মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ...
দৰিদ্ৰ লোকৰ মাজত মাস্ক বিতৰণ ব্যৱসায়িক প্ৰতিষ্ঠান শ্বপ এন ছেইভৰ
ষ্টাফৰিপ'ৰ্টাৰ কৰ'নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিগৰাকী লোকৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। কিন্তু জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পিছতো একাংশই...
কাৰ পাৰ্কিংৰ নামত মাচুল ন’লবলৈ শ্বপিং মল-চিনেমা হলক আহ্বান গুৱাহাটী পৌৰ নিগমৰ
গুৱাহাটীঃ মহানগৰীৰ বহু শ্বপিং মল আৰু চিনেমা হলে বাহন পাৰ্কিংৰ নামত অত্যাধিক মাচুল আদায় লোৱা বুলি অভিযোগ লাভ কৰাৰ পিছতে গুৱাহাটী পৌৰ নিগমে (জিএমচি)...
ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন
ষ্টাফৰিপৰ্টাৰ, ২১ জুন : ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ ক্ৰীড়া কেন্দ্ৰৰ সহযোগত আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।...
অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নৰ প্ৰতিবাদ
ষ্টাফৰিপৰ্টাৰ,সমগ্ৰ বিশ্বজুৰি কৰ'না ভাইৰাছৰ আতংকই গ্ৰাস কৰি থকাৰ সময়তে সাধাৰণ লোকক মাধমাৰ সোধাই দিনক -দিনে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ মূল্য বৃদ্ধিৰ সমন্তৰালভাবে জীৱনধাৰণ লগত ওত:প্ৰোতভাবে...
জি এম চি এইছৰ কৰ’ণাত আক্ৰান্ত চিকিত্সকে ভাগ লৈছিল কৰ্মশালাত, কৰিছিল স্ক্ৰীনিং টেষ্ট, গুৱাহাটীত...
ষ্টাফ ৰিপোৰ্টাৰ: ৰাজ্যত কৰ'না ভাইৰাছৰ সংহাৰী ৰূপ। বৃহস্পতিবাৰে নিশা গুৱাহাটীত চাৰিজনৰ দেহত কৰ'না ভাইৰাছ ধৰা পৰাৰ পিছত এতিয়া আতংকিত হৈ পৰিছে গুৱাহাটীবাসী। শুকুৰবাৰে শেহতীয়া...
বিশেষ ভাবে সক্ষম কিশোৰক প্ৰহাৰ কৰা ভৰলুমুখ থানাৰ আৰক্ষী কনিষ্ঠবল মুকুট বণিয়াক নিলম্বন
ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ ভৰলুত বৃহস্পতিবাৰে বিশেষভাৱে সক্ষম ১৭ বছৰীয়া এজন কিশোৰ আৰক্ষীৰ দ্বাৰা প্ৰহাৰ হোৱা ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দুখ:...
বিত্তীয় সংকট হ্ৰাস কৰিবলৈ সম্পত্তি বিক্ৰী কৰিবলৈ ওলাইছে জেএনইউ
দেশৰ প্ৰতিষ্ঠিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) এক ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে। বিশ্ববিদ্যালয়খনে প্ৰতি মাহে এক স্থিৰ উপাৰ্জন সৃষ্টি কৰিবলৈ তেওঁ দুটা মুখ্য সম্পত্তি...
দৰিদ্ৰ লোকৰ বাবে গুৱাহাটীৰ লায়ন্স ক্লাৱত ‘লায়ন্স আহাৰ”শীৰ্ষক কাৰ্যসূচী
ষ্টাফৰিপ'ৰ্টাৰ, স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে দৰিদ্ৰ লোকসকলৰ বাবে 'লায়ন্স আহাৰ" শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰিছে। উক্ত কাৰ্যসূচী অনুসৰি মঙলবাৰে এবিচি জি এছ ৰোড,...