শিলিগুৰি, ফেব্ৰুৱাৰী 2021: বিশ্ব কৰ্কট দিৱস উপলক্ষে উত্তৰ বংগৰ বিশিষ্ট অংকোলজিষ্ট, শিলিগুৰি নাৰ্চিং হোমৰ ড০ সপ্তৰ্শী ঘোষে শিলিগুৰিত এক অনন্য কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন জীয়াই থকা লোকৰ গেটটুগেদাৰ অনুষ্ঠানৰ আয়োজন কৰিছে, য‘ত ড০ ঘোষে চিকিৎসা কৰা কৰ্কট ৰোগীসকলে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ বিষ আৰু পথবোৰ, কৰ্কট ৰোগৰ সৈতে যুঁজ কৰাৰ পিছত স্বাভাৱিক জীৱনলৈ উভতি অহাৰ সংগ্ৰামৰ কথা ভাগ বতৰা কৰিছিল।
Latest article
১২ এপ্ৰিলত পঞ্জাৱ কিংছৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শনৰ পিছত জয় অৰ্জন কৰিবলৈ সংগ্ৰাম কৰি থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে শনিবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত পঞ্জাৱ কিংছৰ...
বন বিভাগৰ সফল অভিযান
ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ মোস্তাফা আলি...
এক আজৱ ঘটনা
পৰম্পৰা তথা প্ৰথাৰ নামত একাংশ লোকে জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে এক প্ৰথা পাকিস্তানত প্ৰচলিত আছে। যাৰ অধীনত ৪ বছৰীয়া শিশুক ৬০ বছৰীয়া...