ষ্টাফৰিপৰ্টাৰ, মণিপুৰত অসম ৰাইফলচৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণত শ্বহীদ হ’ল অসমৰ এজন জোৱান।বজালীৰ ঘটবৰ সাদেৰীৰ জোৱানজনৰ নাম হ’ল প্ৰণয় কলিতা। ২০০২ চনত অসম ৰাইফলচত নিযুক্তি পাইছিল প্ৰণয় কলিতাই। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা শিশু সহ পত্নীক ত এৰি যায়।উল্লেখযোগ্য ,মণিপুৰৰ চান্দেলত সংঘটিত হয় এই ঘটনা। মণিপুৰৰ চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত কৰা কূটাঘাতমূলক বিস্ফোৰণত আছাম ৰাইফলছ্ৰ জোৱান প্ৰণয় কলিতাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ কৰে। ৰাজ্যিক মৰ্যাদাৰে আছাম ৰাইফলছ্ৰ জোৱান প্ৰণয় কলিতাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ দিয়ে।
Latest article
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে
মঙলবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হেমন্ত ছোৰেনে।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে ল'ব শপত।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল,...
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি।
আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ একাংশৰ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কন্দুৱা গেছ ব্যৱহাৰ।
মছজিদত জৰীপ চলাবলৈ যোৱা দলক আক্ৰমণ।
শ্বাহী জামা...
আজি লাচিত দিৱস
আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।আজি ৰাজ্যত পালন কৰা হৈছে লাচিত দিৱস। আজিৰ লাচিত বৰফুকনৰ ৪০২ তম জন্মজয়ন্তী। লাচিত...