ভাৰতত পিয়াজিঅ’ৰ এপ্ৰিলিয়া এছ এক্স আৰ 160 মুকলি

119

পিয়াজিঅ’ ইণ্ডিয়াই এপ্ৰিলিয়া এছ এক্স আৰ 160 মুকলিৰ কথা ঘোষণা কৰিছিল। বহু প্ৰতীক্ষাৰ প্ৰিমিয়াম স্কুটাৰখন 1,25,997 টকা মূল্যত উপলব্ধ হ’ব আৰু ইয়াক ভাৰতৰ সকলো ডিলাৰশ্বিপ আৰু ই-কমাৰ্চ ৱেবছাইটৰ (https://apriliaindia.com/)  যোগেৰে 5000 টকাৰ প্ৰাৰম্ভিক পৰিমাণ পৰিশোধ কৰি বুক কৰিব পাৰিব।