পিয়াজিঅ’ ইণ্ডিয়াই এপ্ৰিলিয়া এছ এক্স আৰ 160 মুকলিৰ কথা ঘোষণা কৰিছিল। বহু প্ৰতীক্ষাৰ প্ৰিমিয়াম স্কুটাৰখন 1,25,997 টকা মূল্যত উপলব্ধ হ’ব আৰু ইয়াক ভাৰতৰ সকলো ডিলাৰশ্বিপ আৰু ই-কমাৰ্চ ৱেবছাইটৰ (https://apriliaindia.com/) যোগেৰে 5000 টকাৰ প্ৰাৰম্ভিক পৰিমাণ পৰিশোধ কৰি বুক কৰিব পাৰিব।
