জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতে ৰায় প্ৰদান কৰিছে ।কৰ’নাৰ্ছ আদালতৰ ৰায়দান অনুসৰি দুৰ্ঘটনাৱশতঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ । হত্যা বা সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰ অভিযোগ সন্দৰ্ভতো কোনো তথ্য-প্ৰমাণ পোৱা নাই । জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে’ হোৱা নাই বুলি ক’ষ্ট গাৰ্ডে দিয়া তথ্যকো আদালতে সমৰ্থন কৰিছে ।
