৭২ লাখ কোটি টকালৈ বৃদ্ধি ভাৰতৰ বিদেশী ঋণৰ বোজা।
২০২৬ৰ মাৰ্চ পর্যন্ত ভাৰতৰ মুঠ বিদেশী ঋণৰ পৰিমাণ ৭৩৬.৫ বিলিয়ন ।
আমেৰিকান ডলাৰৰ পৰা বৃদ্ধি হৈ ৭৬২.৮ বিলিয়ন আমেৰিকান ডলাৰ হৈছেগৈ।
ভাৰতীয় টকাৰ হিচাপত দেশৰ ওপৰত এতিয়া ঋণৰ বোজা ৭২ লাখ কোটি টকা অতিক্ৰম কৰিছে।
উৎস ৰিজার্ভ বেংক অব ইণ্ডিয়া।
