ঘৰৰ মালিকক হত্যা কৰা থানাত আত্মসমৰ্পণ ভাড়াতীয়াৰ, পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ
গুৱাহাটীৰ কৃষ্ণনগৰত ভাড়াতীয়াৰ আক্ৰমণ প্ৰাণ গ’ল ঘৰৰ মালিকৰ। শুকুৰবাৰে সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, কৃষ্ণনগৰৰ বিক্ৰমপুৰত ধৰণী ডেকা নামৰ এজন ভাড়াতীয়াই...
গুৱাহাটীত অবৈধ কল চেণ্টাৰত আৰক্ষীৰ অভিযান, যুৱতীসহ ৪ জনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ অবৈধ কল চেণ্টাৰত আৰক্ষীৰ অভিযান।
গুৱাহাটীৰ হাতীগাঁও থানাৰ অন্তৰ্গত হাতীগাঁৱৰ কল চেণ্টাৰত আৰক্ষীয়ে অভিযান চলাই ৪জন যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, হাতীগাঁৱৰ অ’ এ...
তৈল কোম্পানীৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে মহানগৰীত আজি বন্ধ পেট্ৰ’ল পাম্প…
জনসাধাৰণৰ মাজত হাহাকাৰ, বন্ধ আছে মহানগৰীৰ প্ৰায় সংখ্যক পেট্ৰ’ল পাম্প। বৃহস্পতিবাৰে আগবঢ়োৱা প্ৰতিবেদন অনুসৰি আজি মহানগৰৰ প্ৰায় সংখ্যক পেট্ৰ’ল পাম্প বন্ধ আছে। তৈল কোম্পানীসমূহে...
ন্যায়াধীশ নংমেইকাপাম কোটিেশ্বৰ সিঙক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি
ন্যায়াধীশ নংমেইকাপাম কোটিেশ্বৰ সিঙক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।
লক্ষণীয়ভাৱে, ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিং হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম পুইছন...
গুৱাহাটীৰ পৰা আলফাৰ প্ৰাক্তন সদস্যক অপহৰণ দুৰ্বৃত্তৰ, পত্নীৰ পৰা ধন দাবী
আলফা স্বাধীনৰ এজন প্ৰাক্তন সদস্যক দেওবাৰে গুৱাহাটীত দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
কেডাৰজনক চিতেশ্বৰ ৰাভা ওৰফে লাডেন বুলি চিনাক্ত কৰা হৈছে।
বাতৰি অনুসৰি,...
চাইবাৰ অপৰাধীৰ কবলত দিছপুৰ কলেজৰ বেংক একাউণ্ট! লুটি লৈ গ’ল ৭৬ লাখ টকা
মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
দিছপুৰ কলেজৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা লুট প্ৰৱঞ্চকৰ।
কলেজৰ একাউন্ট আছিল বেংক অৱ বৰোডাত।
এই ঘটনাৰ পিছতেই কলেজ খনৰ কৰ্তৃপক্ষই...
বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিসহ গুৱাহাটীত আটক দুজন
গুৱাহাটী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিসহ আটক কৰিবলৈ সক্ষম হয় দুজন লোকক।
বশিষ্ঠ আৰক্ষীৰ যোৰাবাট আউটপ'ষ্টৰ পৰা পূব গুৱাহাটী আৰক্ষী বিভাগে এএছ 28 চি 9548...
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা, ধন্যবাদ জনালে প্ৰধামন্ত্ৰী মোডী, হিমন্ত বিশ্ব শৰ্মাই
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনন্দ প্ৰকাশ কৰি কয় যে গুৱাহাটীৰ মানুহে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) ওপৰত বিশ্বাস পুনৰ নিশ্চিত কৰিছে।
গুৱাহাটী পৌৰ নিগমৰ (জিএমচি)...
মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত যুৱ ব্যৱসায়ী
মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে মৃত্যুক সাৱটিলে এগৰাকী যুৱ ব্যৱসায়ীয়ে।
গুৱাহাটী মহানগৰীৰ বশিষ্ঠত শুক্ৰবাৰে নিশা এই ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ...
মহানগৰীত ২০ লক্ষাধিক টকা মূল্যৰ হেৰোইন জব্দ, ৩জনক আটক
মঙলবাৰে নিশা মহানগৰীৰ কেইবাটাও স্থানত গড়চুক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ৩জনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সাউকুছি, দাতালপাৰা, কটাহবাৰীৰ বিভিন্ন স্থানত অভিযান...