অসম গুৱাহাটী স্বাস্থ্য ৰাজ্যত পুনৰ ৩০৪৫ জন কোভিড পজিটিভ, ২২ জনৰ মৃত্যু Editor 5 years ago (Last updated: 5 years ago) 0 comments ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বুধবাৰৰ দিনটোত পুনৰ আক্ৰান্ত হৈছে ৩০৪৫জন।আনহাতে এই সময়ছোৱাত মৃত্যু ঘটিছে ২২জন ৰোগীৰ।বুধবাৰৰ দিনটোত মুঠ কোভিড টেষ্ট কৰা হৈছিল ৫৫,৪৮০ জন লোকৰ।কামৰূপ মেট্ৰ’তে কোৰোনাত আক্ৰান্ত হৈছে ১২০৬ জন। About the Author Editor Editor View All Posts Like this:Like Loading... Post navigation Previous: ২৪ ঘণ্টাত ভাৰতত পুনৰ কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন, মৃত্যু ৩৬৪৫ জনৰNext: আজি পশ্চিম বংগত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment. Related Stories অসম তাজমহল দৰ্শনৰ স্মৃতি বুকুত লৈয়েই চিৰবিদায়! আমেৰিকান আক্ৰমণত নিহত ৮৭ ইৰানী নৌসেনা Paromita 4 hours ago 0 অসম ইৰানত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ১৩৩২ জন নিহত Sonakshi Sarkar 5 hours ago 0 অসম হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ, জৰুৰী অৱতৰণ Paromita 6 hours ago 0